খেল

October 31, 2024 12:08 PM

views 44

ভাৰতৰ আয়ুষ চেট্টি আৰু সতীশ কুমাৰ কৰুণাকৰণ হাইলো অপেন ২০২৪ বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছত প্রি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

ভাৰতৰ আয়ুষ চেট্টি আৰু সতীশ কুমাৰ কৰুণাকৰণ জাৰ্মানীত অনুষ্ঠিত হাইলো অপেন ২০২৪ বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছত প্রি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আয়ুষ চেট্টীয়ে কালি প্ৰথম ৰাউণ্ডৰ এখন খেলত ফিনলেণ্ডৰ জোকিম অ'ল্ডফ'ৰ্ডক ২১-১২-২১-১৭ গেমত পৰাস্ত কৰাৰ বিপৰীতে সতীশ কৰুণাকৰণে সতীৰ্থ খেলুৱৈ ছিৰাগ সেন...

October 30, 2024 8:27 PM

views 56

ৰাজ্যৰ খেল মহাৰণৰ দ্বিতীয় সংস্কৰণৰ বাবে ৪৯ লাখতকৈও অধিক খেলুৱৈৰ নাম পঞ্জীয়ন

ৰাজ্যত অহা ১৩ নৱেম্বৰৰ পৰা অনুষ্ঠিত হ'বলগা খেল মহাৰণৰ দ্বিতীয় সংস্কৰণৰ বাবে এতিয়ালৈকে ৪৯ লাখতকৈও অধিক পঞ্জীয়ন সম্পন্ন হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খেলৰ প্ৰতি থকা এনেধৰণৰ অভূতপূৰ্ব সঁহাৰিয়ে অসমৰ ক্ৰীড়া সংস্কৃতিক উৎসাহ যোগোৱাৰ লগতে ৰাজ্যৰ ক্ৰীড়াৰ ক্ষেত্ৰৰ বিকাশক প্ৰতিফলিত কৰিছে বুলি সা...

October 30, 2024 8:15 PM

views 49

আই চি চি পুৰুষৰ টেষ্ট বলিং ৰেংকিঙৰ শীৰ্ষ স্থানত দক্ষিণ আফ্ৰিকাৰ বেগী বলাৰ কাগিচ’ ৰাবাডা

দক্ষিণ আফ্ৰিকাৰ বেগী বলাৰ কাগিচ' ৰাবাডাই আই চি চি পুৰুষৰ টেষ্ট বলিং ৰেংকিঙত পুনৰ শীৰ্ষ স্থান দখল কৰিছে। তেওঁ জচ হেজলউড, যশপ্রীত বুমৰাহ আৰু ৰবিচন্দ্ৰন অশ্বীনক অতিক্ৰম কৰি শীৰ্ষস্থান লাভ কৰে। ইয়াৰ উপৰি ২৯ বছৰীয়া খেলুৱৈগৰাকীয়ে ৩০০ টা টেষ্ট উইকেট দখল কৰা দক্ষিণ আফ্ৰিকাৰ দ্ৰুততম বলাৰ হিচাপেও পৰিগণিত হ...

October 30, 2024 12:10 PM

views 41

ভাৰত-নিউজিলেণ্ডৰ তিনিখনীয়া এদিনীয়া ক্ৰিকেটৰ শৃংখলা দখল ভাৰতীয় মহিলা দলৰ

ভাৰতীয় মহিলা ক্রিকেট দলে কালি আহমেদাবাদত অনুষ্ঠিত তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেলত নিউজিলেণ্ডক ৬ উইকেটত পৰাস্ত কৰি ২-১ ফলাফলেৰে শৃংখলা হস্তগত কৰে। ভাৰতে ২৩৩ ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি স্মৃতি মান্ধানাৰ আকৰ্ষণীয় বেটিঙৰ সহায়ত ৪৪ অভাৰ আৰু দুটা বলত চাৰিটা উইকেট হেৰুৱ...

October 30, 2024 12:08 PM

views 50

ৰোহন বোপন্না-মেথিউ এবডেনৰ যুটি পেৰিছ মাষ্টাৰ্ছ টেনিছ প্রতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত

ভাৰতৰ ৰোহন বোপন্না আৰু অষ্ট্ৰেলিয়াৰ মেথিউ এবডেনৰ যুটিটো পেৰিছ মাষ্টাৰ্ছ টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। বোপন্না আৰু এবডেনৰ যুটিটোৱে কালি প্রি-কোৱাৰ্টাৰ ফাইনেলত জাৰ্মানীৰ আলেকজেণ্ডাৰ জেভৰেভ আৰু ব্ৰাজিলৰ মাৰ্ছেলো মেলোৰ যুটিটোক ৬-৪, ৭-৬ পোনপটীয়া ছেটত পৰাস্ত কৰে। ইপিনে...

October 29, 2024 6:17 PM

views 46

এছিয় চেম্পিয়নছ ট্ৰফী হকী প্রতিযোগিতাৰ বাবে ১৮ জনীয়া ভাৰতীয় দলৰ নাম ঘোষণা

হকী ইণ্ডিয়াই চলিত বৰ্ষৰ মহিলাৰ এছিয় চেম্পিয়নছ ট্ৰফী প্রতিযোগিতাৰ বাবে ১৮ জনীয়া ভাৰতীয় দলৰ সদস্যসকলৰ নাম ঘোষণা কৰিছে। বিহাৰৰ ৰাজগীৰ হকী ষ্টেডিয়ামত অহা মাহৰ ১১ৰ পৰা ২০ তাৰিখলৈ এই প্রতিযোগিতা অনুষ্ঠিত হ'ব। হকী ইণ্ডিয়াৰ ঘোষণা অনুসৰি মিড ফিল্ডাৰ ছালিমা টেটেই বিগত বৰ্ষৰ বিজয়ী ভাৰতীয় দলটোক নেতৃত্ব...

October 29, 2024 12:17 PM

views 43

যোৰহাটত অনুষ্ঠিত বি ডিভিজন ফুটবল লীগত অসম ৰেঞ্জাৰ এফ চিৰ খিতাপ অৰ্জন

যোৰহাটত অনুষ্ঠিত বি ডিভিজন ফুটবল লীগৰ কালি অনুষ্ঠিত চূড়ান্ত খেলত অসম ৰেঞ্জাৰ এফ চিয়ে অনিৰুদ্ধ স্পৰ্টছ ক্লাবক ২-০ৰ ব্যৱধানত পৰাস্ত কৰি খিতাপ অৰ্জন কৰে। অসম ৰেঞ্জাৰ এফ চিৰ হৈ অনমিত্ৰ বৰা আৰু ঋতুপল্লব চলিহাই ক্ৰমে খেলৰ তৃতীয় মিনিট আৰু ৭৯ মিনিটত গ'ল কৰি দলটোৰ বিজয় নিশ্চিত কৰে। বিজয় সূত্ৰে বাপুৰাম ক...

October 29, 2024 12:16 PM

views 49

মহিলাৰ এছিয় চেম্পিয়নছ ট্ৰফী হকী প্রতিযোগিতাৰ বাবে ১৮ জনীয়া ভাৰতীয় দলৰ সদস্যৰ নাম ঘোষণা

হকী ইণ্ডিয়াই চলিত বৰ্ষৰ মহিলাৰ এছিয় চেম্পিয়নছ ট্ৰফী প্রতিযোগিতাৰ বাবে ১৮ জনীয়া ভাৰতীয় দলৰ সদস্যসকলৰ নাম ঘোষণা কৰিছে। বিহাৰৰ ৰাজগীৰ হকী ষ্টেডিয়ামত অহা মাহৰ ১১ৰ পৰা ২০ তাৰিখলৈ এই প্রতিযোগিতা অনুষ্ঠিত হ'ব। হকী ইণ্ডিয়াৰ ঘোষণা অনুসৰি মিড ফিল্ডাৰ ছালিমা টেটেই বিগত বৰ্ষৰ বিজয়ী ভাৰতীয় দলটোক নেতৃত্ব...

October 29, 2024 12:15 PM

views 53

ভাৰতীয় জ্যেষ্ঠ ক্রিকেট দলৰ মুখ্য প্ৰশিক্ষক হিচাপে ভি ভি এছ লক্ষ্মন দলৰ সৈতে দক্ষিণ আফ্রিকালৈ যাব

প্রাক্তন খেলুৱৈ ভি ভি এছ লক্ষ্মন ভাৰতীয় জ্যেষ্ঠ ক্রিকেট দলৰ মুখ্য প্ৰশিক্ষক হিচাপে দলৰ সৈতে সমাগত দক্ষিণ আফ্রিকা ভ্ৰমণলৈ যাব। দলৰ বৰ্তমানৰ প্ৰশিক্ষক গৌতম গম্ভীৰ ব'ৰ্ডাৰ গাভাস্কাৰ ট্ৰফী ক্রিকেট শৃংখলাৰ বাবে অষ্ট্ৰেলিয়ালৈ ৰাওনা হ'ব। সূৰ্য কুমাৰ যাদৱ নেতৃত্বাধীন ভাৰতীয় দলটোৱে ৮ৰ পৰা ১৫ নৱেম্বৰলৈ দক্...

October 28, 2024 11:38 AM

views 35

আহমেদাবাদত অনুষ্ঠিত মহিলা ক্ৰিকেটৰ দ্বিতীয়খন খেলত ভাৰতক ৭৬ ৰানত পৰাস্ত নিউজিলেণ্ডৰ

মহিলা ক্ৰিকেটত ভাৰত আৰু নিউজিলেণ্ডৰ মাজত আহমেদাবাদত অনুষ্ঠিত দ্বিতীয়খন আন্তঃৰাষ্ট্ৰীয় খেলত নিউজিলেণ্ডে ভাৰতক ৭৬ ৰানত পৰাস্ত কৰে। খেলখনত প্ৰথমে বেট ধৰি নিউজিলেণ্ডে নির্ধাৰিত ৫০ অভাৰত ৯টা উইকেট হেৰুৱাই ২৫৯ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ভাৰতীয় দলটোৱে ৪৭ অভাৰ এটা বলত আটাইকেইটা উইকেট হেৰুৱাই ১৮৩ ৰানহে ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।