খেল

November 26, 2024 12:12 PM

views 26

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট তালিকাত ভাৰতীয় ক্রিকেট দলৰ শীর্ষস্থান দখল

ভাৰতীয় ক্রিকেট দলে পুনৰ এবাৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট তালিকাত শীর্ষস্থান দখল কৰিছে। ইয়াৰ পূৰ্বে নিউজিলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত তিনিখনীয়া টেষ্ট শৃংখলাত ভাৰতে পৰাজয়বৰণ কৰাৰ পাছত পইণ্ট তালিকাৰ শীৰ্ষস্থান হেৰুৱাই দ্বিতীয় স্থানলৈ অৱনমিত হৈছিল। সেই সময়ত ভাৰতক অতিক্রমী অষ্ট্ৰেলিয়াই তালিকাৰ শ...

November 26, 2024 11:55 AM

views 16

বৈভৱ সূৰ্যবংশী আই পি এলৰ ইতিহাসত কোনো দলে ক্ৰয় কৰা সর্বকনিষ্ঠ খেলুৱৈ হিচাপে পৰিগণিত

বৈভৱ সূৰ্যবংশী আই পি এলৰ ইতিহাসত কোনো দলে ক্ৰয় কৰা সর্বকনিষ্ঠ খেলুৱৈ হিচাপে পৰিগণিত হৈছে। ২০২৫ বৰ্ষৰ আই পি এল ক্রিকেট প্রতিযোগিতাৰ নিলামৰ দ্বিতীয় দিনা কালি ১৩ বছৰীয়া খেলুৱৈগৰাকীক ৰাজস্থান ৰয়েলছ দলে ১ কোটি ১০ লাখ টকাত ক্ৰয় কৰে। বিহাৰ ক্ৰিকেট সন্থাৰ অধ্যক্ষ ৰাকেশ তিৱাৰীয়ে যুৱ ৱেটছমেনগৰাকীক এই কৃ...

November 26, 2024 11:54 AM

views 19

ইণ্ডিয়ান ছুপাৰ লীগ ফুটবল প্রতিযোগিতাত হায়দৰাবাদক ৬-০ গ’লত পৰাস্ত ওড়িশা ফুটবল ক্লাবৰ

ওড়িশা ফুটবল ক্লাবে কালি হায়দৰাবাদৰ জি এম চি বালায়োগী এথলেটিক ষ্টেডিয়ামত অনুষ্ঠিত ইণ্ডিয়ান ছুপাৰ লীগ ফুটবল প্রতিযোগিতাৰ এখন খেলত হায়দৰাবাদক ৬-০ গ’লত পৰাস্ত কৰে। ওড়িশাৰ হৈ খেলখনৰ দ্বাদশ মিনিটত ইছাক ভানলালৰূৱাটফেলাই প্ৰথমটো গ’ল দিয়ে। দলৰ হৈ দিয়েগো মৰিছিয়', লালবিয়াখলুৱা জংটে, ম'ৰটাদা ফল, লালথ...

November 26, 2024 11:52 AM

views 24

ফিবা এছিয়া কাপ প্ৰতিযোগিতাৰ এখন যোগ্যতা নির্ণয়কাৰী খেলত কাজাখস্তানক ৮৮-৬৯ ফলাফলত পৰাস্ত ভাৰতৰ

ভাৰতীয় পুৰুষ বাস্কেট বল দলে কালি চেন্নাইৰ নেহৰু ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত ২০২৫ বৰ্ষৰ FIBA Asia Cup প্ৰতিযোগিতাৰ এখন যোগ্যতা নির্ণয়কাৰী খেলত কাজাখস্তানক ৮৮-৬৯ ফলাফলত পৰাস্ত কৰে। এয়া হ'ল দেশখনৰ বিৰুদ্ধে ২৭টা বছৰত আগশাৰীৰ FIBA প্ৰতিযোগিতাত ভাৰতৰ প্ৰথম বিজয়। এই জয়ৰ সুবাদত প্ৰতিযোগিতাৰ গ্ৰুপ-ইত ৫ প...

November 25, 2024 8:29 PM

views 27

আই পি এলৰ খেলুৱৈ নিলামৰ আজি ভাৰতীয় বেগী বলাৰ ভূৱনেশ্বৰ কুমাৰৰ সৰ্বাধিক দৰ লাভ

ছৌদি আৰৱৰ জেড্ডাত অনুষ্ঠিত আই পি এলৰ খেলুৱৈ নিলামৰ আজি দ্বিতীয় তথা অন্তিম দিনা ভাৰতীয় বেগী বলাৰ ভূৱনেশ্বৰ কুমাৰে সৰ্বাধিক দৰ লাভ কৰিছে। ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে ভূৱনেশ্বৰ কুমাৰক ১০ কোটি ৭৫ লাখ টকাত ক্ৰয় কৰে। ইয়াৰ পাছতে বেগী বলাৰ দীপক চাহাৰে দ্বিতীয় সৰ্বাধিক দৰ লাভ কৰিছে। মুম্বাই ইণ্ডিয়ানছ...

November 25, 2024 8:26 PM

views 27

পার্থত অনুষ্ঠিত প্রথম টেষ্টত ভাৰতৰ হাতত অষ্ট্ৰেলিয়া ২৯৫ ৰানৰ বিশাল ব্যৱধানত পৰাজিত

পার্থত অনুষ্ঠিত প্রথম টেষ্টত ভাৰতে অষ্ট্ৰেলিয়াক ২৯৫ ৰানৰ বিশাল ব্যৱধানত পৰাজিত কৰি ইতিহাস সৃষ্টি কৰিছে। ভাৰতে এই জয়ৰে শৃংখলাত ১-০ৰ অগ্ৰগতি লাভ কৰিছে। আজি খেলখনৰ চতুৰ্থ দিনা জয়লাভৰ বাবে দ্বিতীয় ইনিংছত ৫৩৩ ৰানৰ বৃহৎ লক্ষ্য অনুসৰণ কৰি অষ্ট্ৰেলিয়াই আটাইকেইটা উইকেট হেৰুৱাই কেৱল ২৩৮ ৰানহে কৰিবলৈ সমৰ্...

November 25, 2024 12:01 PM

views 39

দেশত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব বিশ্বকাপ খো খো প্রতিযোগিতা

অহা বছৰৰ আৰম্ভণিতে দেশত প্ৰথমবাৰৰ বাবে বিশ্বকাপ খো খো প্রতিযোগিতা অনুষ্ঠিত হ'ব। ১৩ৰ পৰা ১৯ জানুৱাৰীলৈ নতুন দিল্লীৰ আই জি আই ষ্টেডিয়ামত হ'বলগীয়া প্ৰতিযোগিতাখনৰ সফল আয়োজনৰ বাবে ভাৰতীয় অলিম্পিক সন্থাই ভাৰতীয় খো খো ফেডাৰেচনক সহযোগিতা কৰাৰ প্ৰতিশ্ৰুতিৰে অংশীদাৰিত্বৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। উ...

November 25, 2024 11:59 AM

views 16

বিশ্ব ব’লছ চেম্পিয়নছ অৱ চেম্পিয়নছ প্রতিযোগিতাত নয়নমণি শ‍ইকীয়া আৰু পুতুল সোণোৱালে ভাৰতক প্রতিনিধিত্ব কৰিব

ৰাজ্যৰ দুগৰাকী প্ৰতিভাৱান খেলুৱৈ নয়নমণি শ‍ইকীয়া আৰু পুতুল সোণোৱালে আজিৰেপৰা নিউজিলেণ্ডৰ অ’কলেণ্ডত হ'বলগীয়া বিশ্ব ব'লছ চেম্পিয়নছ অৱ চেম্পিয়নছ প্রতিযোগিতাত দেশক প্রতিনিধিত্ব কৰিব। এই প্রতিযোগিতাত কেৱল ৰাষ্ট্ৰীয় চেম্পিয়নসকলকহে নিজ নিজ দেশক প্রতিনিধিত্ব কৰাৰ অনুমতি প্ৰদান কৰা হৈছে। ৰাজ্যৰ লনবল সং...

November 25, 2024 11:43 AM

views 30

ইণ্ডিয়ান প্রিমিয়াৰ লীগত ঋষভ পণ্ট আৰু শ্ৰেয়াছ আয়াৰ সবাতোকৈ ব্যয়বহুল খেলুৱৈ হিচাপে পৰিগণিত

ইণ্ডিয়ান প্রিমিয়াৰ লীগ ২০২৫ৰ খেলুৱৈ নিলাম প্ৰক্ৰিয়াত কালি ঋষভ পণ্ট আৰু শ্ৰেয়াছ আয়াৰ আই পি এলৰ ইতিহাসত ব্যয়বহুল খেলুৱৈ হিচাপে পৰিগণিত হৈছে। ছৌদি আৰৱৰ জেড্ডাহৰ আবাদী আল জোহৰ এৰিনাত অনুষ্ঠিত নিলামৰ প্ৰথম দিনটোত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে উইকেটকীপাৰ তথা বেটাৰ ঋষভ পণ্টক ২৭ কোটি টকাৰে ক্ৰয় কৰি অভিলেখ...

November 25, 2024 11:42 AM

views 24

ভাৰতীয় ছুপাৰ লীগ ফুটবলত চেন্নাই এফ চিক ৩-০ গ’লত পৰাস্ত কেৰালা ব্লাষ্টাৰ্ছ এফ চিৰ

ভাৰতীয় ছুপাৰ লীগ ফুটবলত কেৰালা ব্লাষ্টাৰ্ছ এফ চিয়ে কালি কোচিৰ জৱাহৰলাল নেহৰু আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত চেন্নাই এফ চি দলক ৩-০ গ'লত পৰাস্ত কৰে। এই জয়ৰ জৰিয়তে কেৰালা ব্লাষ্টাৰ্ছৰ ৩খন খেলত হোৱা পৰাজয়ৰ ধাৰাবাহিকতাৰ অন্ত পৰে। দলটোৰ হৈ জেছাজ জিমেনেজে ৫৬ মিনিটত প্ৰথমটো গ'ল কৰে। প্রতিযোগিতাত আজি হায়দ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।