November 4, 2025 6:55 PM
138
ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ৰাস মহোৎসৱ আৰম্ভ
ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাস মহোৎসৱ আজি আৰম্ভ হৈছে। মাজুলী, লখিমপুৰ, ধেমাজি আৰু নামনি অসমৰ হাউলী, পলাশবাৰী, টিহু, নলবাৰী, পাঠশালা, পাটাছাৰকুছি, তামুলপুৰ, নগাঁও, মৰিগাঁৱকে ধৰি বিভিন্ন ঠাইত ৰাস উৎসৱৰ আয়োজন কৰা হৈছে। সত্ৰ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলীত আজিৰে পৰা ৰাস মহোৎসৱ আৰম্ভ হৈছে। জিলাখনৰ উত্তৰ-কমলা...