আঞ্চলিক সংবাদ

November 12, 2025 8:51 PM

views 61

পবিতৰা অভয়াৰণ্যত আজিৰে পৰা ২০২৫-২৬ পর্যটন বৰ্ষৰ বাবে হাতী ছাফাৰী আৰম্ভ

পবিতৰা অভয়াৰণ্যত আজিৰে পৰা ২০২৫-২৬ পর্যটন বৰ্ষৰ বাবে হাতী ছাফাৰী আৰম্ভ হৈছে। অভয়াৰণ্যখনত যোৱা ২৩ অক্টোবৰত পৰ্যটকৰ বাবে জীপ ছাফাৰী মুকলি কৰা হৈছিল। এটা খৰ্গযুক্ত গঁড়ৰ বিচৰণভূমি পবিতৰা অভয়াৰণ্য এইবাৰ কিছু পলমকৈ আৰম্ভ কৰা হৈছে। অভয়াৰণ্যখনৰ বিধবস্ত বাট-পথ মেৰামতিৰ পাছতহে পৰ্যটকৰ বাবে কৰ্তৃপক্ষই জীপ...

November 12, 2025 8:48 PM

views 30

কাইলৈ শিক্ষা বিভাগত ৮ হাজাৰৰো অধিক প্রার্থীক নিযুক্ত পত্ৰ

ৰাজ্যত স্বচ্ছ আৰু মেধাভিত্তিক নিযুক্তি প্ৰক্ৰিয়াৰ অংশ হিচাপে কাইলৈ শিক্ষা বিভাগত ৮ হাজাৰৰো অধিক প্রার্থীক নিযুক্ত পত্ৰ প্ৰদান কৰা হ'ব। খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত কাইলৈ বিয়লি এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগু উপস...

November 12, 2025 8:45 PM

views 56

ৰাজ্যৰ পাঁচটা বিৰোধী দলৰ ঐক্যবদ্ধ হৈ কাম কৰিবলৈ একমত প্ৰকাশ

ৰাজ্যখনৰ পাঁচটা বিৰোধী দলে ঐক্যবদ্ধ হৈ কাম কৰিবলৈ একমত প্ৰকাশ কৰিছে। আজি দিছপুৰৰ অসম বিধানসভাৰ কংগ্ৰেছ বিধায়িনী কক্ষত অনুষ্ঠিত এখন বৈঠকত ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত শাসনাধিষ্ঠিত বিজেপি দলক প্ৰত্যাহ্বান জনোৱাৰ বাবে ঐক্যবদ্ধ বিৰোধী মঞ্চ গঠনৰ সম্ভাৱনীয়তা সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয়। আমাৰ গুৱ...

November 12, 2025 8:29 PM

views 44

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্ৰাণৰ গান শীৰ্ষক বিশেষ গীত

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰাণৰ গান শীৰ্ষক এটা বিশেষ গীত প্ৰচাৰৰ দিহা কৰিছে। আকাশবাণী গুৱাহাটীৰ অৱসৰপ্ৰাপ্ত সহকাৰী সঞ্চালক তথা বিশিষ্ট কবি, গীতিকাৰ কৌস্তভমণি শ‍ইকীয়াই ৰচনা কৰা এই গীতটোক সুৰেৰে সজাইছে কেন্দ্ৰটোৰ আন এগৰাকী অৱসৰপ্ৰাপ্ত সহকাৰী সঞ্চালক তথা বি...

November 12, 2025 8:25 PM

views 51

সমগ্ৰ দেশতে কটকটীয়া নিৰাপত্তা ব্যৱস্থা

দিল্লীৰ বিস্ফোৰণৰ ঘটনাৰ পাছতে সমগ্ৰ দেশতে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী মহানগৰীতো নিৰাপত্তাৰক্ষীয়ে বিশেষ সতর্কতা অৱলম্বন কৰাৰ লগতে তালাচী অভিযান অব্যাহত ৰাখিছে। বিশেষকৈ ৰে'ল ষ্টেচন, বিমান বন্দৰসমূহত নিৰাপত্তাৰক্ষীয়ে অভিযান চলাই পৰিস্থিতিৰ ওপৰত চোকা দৃষ্টি...

November 12, 2025 8:22 PM

views 36

সোণাপুৰৰ পাটৰকুছিত নৱনিৰ্মিত ‘সোণোৱাল ভৱন’ উদ্বোধন

জনজাতীয় গৌৰৱ বৰ্ষ পষেকৰ সৈতে সংগতি ৰাখি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই আজি সোণাপুৰৰ পাটৰকুছিত নৱনিৰ্মিত ‘সোণোৱাল ভৱন’ উদ্বোধন কৰে। ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগৰ অধীনত সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদে ৭ কোটি ৩ লাখ টকা ব্যয় সাপেক্ষে এই ভৱনটো নিৰ্মাণ কৰি উলিয়াইছে। চাৰিমহলীয়া এই ভৱনটো সোণোৱা...

November 12, 2025 8:17 PM

views 74

ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে শূন্য ব্যয় বীমা আঁচনি মুকলি

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি লোকসেৱা ভৱনত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে শূন্য ব্যয় বীমা আঁচনি মুকলি কৰে। এই আঁচনিৰ অধীনত চলিত বছৰৰ পহিলা জানুৱাৰী বা তাৰ পাছত মৃত্যু হোৱা কৰ্মচাৰীৰ পৰিয়াললৈ ধনৰাশি প্ৰদান কৰা হ'ব। আঁচনিৰ অধীনত সর্বাধিক ১ কোটি টকাৰ ব্যক্তিগত দুৰ্ঘটনাজনিত বীমা আৰু ন্যূনতম ২ ক...

November 12, 2025 7:30 PM

views 38

মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত আত্মসহায়ক গোটৰ ১৭,৬৮০ সদস্যাৰ মাজত চেক বিতৰণ

নাৰী সৱলীকৰণৰ দিশত অসমক এখন আদৰ্শ ৰাজ্য হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টা হিচাপে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই আজি খানাপাৰাত আয়োজিত এখন সভাত আত্মসহায়ক গোটৰ ১৭ হাজাৰ ৬৮০ গৰাকী সদস্যাৰ মাজত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত চেক বিতৰণ কৰে। মুখ্যমন্ত্ৰী শৰ্মাই তেওঁৰ ভাষণত কয়, যে মহিলাসকলক আর্...

November 12, 2025 12:41 PM

views 64

ৰাজ্যত পুনৰ লটাৰী খেল অনুষ্ঠিত কৰাৰ বাবে অনুমতি ৰাজ্য চৰকাৰৰ

ৰাজ্য চৰকাৰে কেতবোৰ চৰ্তসাপেক্ষে ৰাজ্যত পুনৰ লটাৰী অথবা উপহাৰ কুপনৰ খেল অনুষ্ঠিত কৰাৰ বাবে অনুমতি দিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে এই সন্দর্ভত পূৰ্বৰ এটা নির্দেশনা খাৰিজ কৰি ৰাজ্যত লটাৰী অনুষ্ঠিত কৰা-নকৰা সন্দৰ্ভত বিবেচনা কৰিবলৈ ৰাজ্য চৰকাৰক নির্দেশ দিছিল। এই নির্দেশৰ পাছতে কালি ৰাজ্যৰ বিত্ত বিভাগে ৰাস...

November 12, 2025 12:39 PM

views 45

আজিৰে পৰা ২০২৫-২৬ পর্যটন বৰ্ষৰ বাবে পবিতৰা অভয়াৰণ্যত হাতী ছাফাৰী আৰম্ভ

আজিৰে পৰা ২০২৫-২৬ পর্যটন বৰ্ষৰ বাবে পবিতৰা অভয়াৰণ্যত হাতী ছাফাৰী আৰম্ভ হৈছে। যোৱা ২৩ অক্টোবৰত কৰ্তৃপক্ষই পবিতৰা অভয়াৰণ্যত পৰ্যটকৰ বাবে জীপ ছাফাৰী মুকলি কৰিছিল। এটা খৰ্গ গঁড়ৰ বিচৰণভূমি পবিতৰা ২০২৫-২৬ পর্যটন বর্ষ কিছু পলমকৈ আৰম্ভ কৰা হৈছে। অভয়াৰণ্যখনৰ বিধস্ত বাট-পথ মেৰামতিৰ পাছতহে পৰ্যটকৰ বাবে কর্তৃপক...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।