আঞ্চলিক সংবাদ

April 11, 2024 8:22 PM

views 54

অহা ১৯ এপ্ৰিলত হ’বলগীয়া নিৰ্বাচনৰ বাবে ছিটিজেন এক্সন পার্টীৰ প্ৰচাৰ অভিযান অব্যাহত

ছিটিজেন এক্সন পার্টীয়ে অহা ১৯ এপ্ৰিলত হ'বলগীয়া নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। আজি গেংটকৰ মনন কেন্দ্ৰত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই দলৰ ছিকিম নির্বাচনী ইস্তাহাৰ প্ৰকাশৰ অনুষ্ঠানত ভাষণ দি কয় যে, ছিকিমৰ জনসাধাৰণে প্ৰয়োজনীয় সা-সুবিধা লাভ কৰাৰ বাবে দলটোক ভোট দিয়া প্রয়োজন। ...

April 11, 2024 7:24 PM

views 41

কাইলৈ লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ অধিসূচনা জাৰি

অহা ৭ মে'ত অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে কাইলৈ অধিসূচনা জাৰি কৰা হ'ব। এই পৰ্যায়ত দেশৰ ১০ খন ৰাজ্য তথা দুখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৪টা লোকসভা সমষ্টিত নির্বাচন অনুষ্ঠিত হ'ব। তৃতীয় পৰ্যায়ত অসমৰ লগতে পশ্চিমবংগৰ ৪ খন তথা গুজৰাটৰ ২৬, কৰ্ণাটকৰ ১৪, মহাৰাষ্ট্ৰৰ ১১, উ...

April 11, 2024 6:40 PM

views 55

এঘ‌ন্টাত ১.৫৯ লাখ লোকৰ শপত গ্ৰহণেৰে তিনিচুকীয়া জিলাৰ ৰাষ্ট্ৰীয় অভিলেখ

স্বতন্ত্ৰতাৰে আৰু নিৰপেক্ষতাৰে ১৯ এপ্ৰিলত ভোট দিয়াৰ বাবে সমূহীয়াভাবে ললে শপত ‌ তিনিচুকীয়া, ১১ এপ্ৰিল: চলিত লোকসভা নিৰ্বাচনত সততা আৰু দায়বদ্ধতাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ বাবে কালি তিনিচুকীয়া জিলাৰ ডেৰ লক্ষাধিক লোকে মাত্ৰ এঘন্টাৰ ভিতৰতে শপত গ্ৰহণ কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত অভিলেখ সৃষ্টি কৰিবলৈ ...

April 10, 2024 11:07 AM

views 66

লোকসভা নিৰ্বাচনত অধিক ভোটদান নিশ্চিত কৰাৰ উদ্দেশ্যে অসমৰ ৪০ লাখ মহিলাই শপত ল’ব

অসমত লোকসভা নিৰ্বাচনত অধিক ভোটদান নিশ্চিত কৰাৰ উদ্দেশ্যে আজি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ ৪০ লাখ মহিলাই শপত ল'ব। আকাশবাণীৰ এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি জ্যেষ্ঠ নির্বাচনী বিষয়াসকলে এই কথা প্রকাশ কৰে। তেওঁলোকে কয় যে, মহিলাসকলে নৈতিক ভোটদানৰ প্ৰসাৰত সহায় কৰিব। আমাৰ সংবাদদাতাই জনাইছে যে, ৰাজ্যখনত বৰ্তমানল...

April 10, 2024 10:53 AM

views 57

অন্ধ্ৰপ্ৰদেশৰ লোকসভা আৰু বিধানসভাৰ পৰৱৰ্তী নিৰ্বাচনৰ বাবে কংগ্রেছৰ প্ৰাৰ্থীৰ তালিকা প্রকাশ

কংগ্রেছে কালি অন্ধ্ৰপ্ৰদেশৰ লোকসভা আৰু বিধানসভাৰ পৰৱৰ্তী নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ তালিকা প্রকাশ কৰে। দলটোৱে বিশাখাপট্টনম লোকসভা আসনৰ বাবে পুলুছু সত্যনাৰায়ণ ৰেড্ডীক প্ৰক্ষেপ কৰাৰ বিপৰীতে তিৰুপতি লোকসভাৰ আসনৰ বাবে ড০ চিন্ত মোহনক প্রক্ষেপ কৰিছে। দলটোৱে ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ বাবে ১২ গৰাকী আৰু লোক...

April 10, 2024 10:48 AM

views 59

অন্ধ্ৰপ্ৰদেশৰ লোকসভা আৰু বিধানসভাৰ পৰৱৰ্তী নিৰ্বাচনৰ বাবে কংগ্রেছৰ প্ৰাৰ্থীৰ তালিকা প্রকাশ

কংগ্রেছে কালি অন্ধ্ৰপ্ৰদেশৰ লোকসভা আৰু বিধানসভাৰ পৰৱৰ্তী নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ তালিকা প্রকাশ কৰে। দলটোৱে বিশাখাপট্টনম লোকসভা আসনৰ বাবে পুলুছু সত্যনাৰায়ণ ৰেড্ডীক প্ৰক্ষেপ কৰাৰ বিপৰীতে তিৰুপতি লোকসভাৰ আসনৰ বাবে ড০ চিন্ত মোহনক প্রক্ষেপ কৰিছে। দলটোৱে ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ বাবে ১২ গৰাকী আৰু লোক...

April 9, 2024 8:22 PM

views 63

বঙাইগাঁওত ছুইপ কোষৰ অধীনত ভালেসংখ্যক কাৰ্যসূচী

সমাগত লোকসভা নির্বাচনত সকলো শ্ৰেণীৰ নাগৰিকৰ ভোটদান নিশ্চিত কৰাৰ লক্ষ্যৰে বঙাইগাঁও জিলাতো ছুইপ কোষৰ অধীনত ভালেসংখ্যক কাৰ্যসূচী হাতত লোৱা হৈছে। জিলাখনৰ জৱাহৰ নৱোদয় বিদ্যালয়, বঙাইগাঁও উচ্চত মাধ্যমিক বিদ্যালয় আদি শিক্ষানুষ্ঠানত সজাগতা সভা, বাটৰ নাট, কুইজ আদি অনুষ্ঠিত হয়। জিলাখনৰ চাপৰাকাটা গাঁও পঞ্চা...

April 9, 2024 8:20 PM

views 44

গ্ৰীণ ফিল্ড বিমান বন্দৰৰ নিৰ্মাণৰ ক্ষেত্ৰত উপযুক্ত পাৰিপাৰ্শ্বিক অৱস্থা বজাই ৰখাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে কাছাৰৰ দ'লু চাহ বাগিচাত গ্ৰীণ ফিল্ড বিমান বন্দৰৰ নিৰ্মাণৰ ক্ষেত্ৰত উপযুক্ত পাৰিপাৰ্শ্বিক অৱস্থা বজাই ৰখাৰ নিৰ্দেশ দিয়ে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত তিনিজনীয়া বিচাৰপীঠে প্ৰস্তাৱিত গ্ৰীণ ফিল্ড বিমান বন্দৰ এলেকাত কোনোধৰণৰ পাৰিপাৰ্শ্বিক প্ৰভাৱৰ মূল্যায়ন নকৰাকৈ কিদৰ...

April 9, 2024 8:18 PM

views 48

লণ্ডনত হ’বলগীয়া ১০৬ সংখ্যক জ্যেষ্ঠ বেডমিণ্টন প্রতিযোগিতাত অৰূপ বুঢ়াগোহাঁইৰ অংশগ্ৰহণ

লখিমপুৰৰ অৰূপ বুঢ়াগোহাঁয়ে অহা ১২ ৰ পৰা ১৪ এপ্ৰিললৈ লণ্ডনত হ'বলগীয়া ১০৬ সংখ্যক জ্যেষ্ঠ বেডমিণ্টন প্রতিযোগিতাত পুৰুষৰ ৫০ বছৰৰ উৰ্ধৰ শাখাত প্ৰতিদ্বন্দ্বিতা কৰিব। তেওঁ প্ৰতিযোগিতাৰ ডাবলছত গুজৰাটৰ উন্নীকৃষ্ণন বাৰ্মাৰ সৈতে অৱতীৰ্ণ হ'ব।

April 9, 2024 8:16 PM

views 71

অহা ১১ এপ্রিল জিলা আইন সেৱা প্ৰাধিকৰণৰ সৌজন্যত চৰাইদেউত ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন

অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণ আৰু চৰাইদেউ জিলা আইন সেৱা প্ৰাধিকৰণৰ সৌজন্যত অহা ১১ এপ্রিল তাৰিখে দিনৰ ১০ বজাত চৰাইদেউ জিলাত অৱস্থিত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালত চৌহদত এখন ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন কৰা হৈছে। সেই দিনা ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰাৰ ৩২৩, ৩৪১, ৩৪২, ৪৪৮, ৫০৬, ৩৫২ আদিৰ অন্তৰ্গত বিভিন্ন...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।