বিনোদন

July 23, 2026 11:44 AM

views 18

আজি ৰাষ্ট্ৰীয় সম্প্ৰচাৰ দিৱস

আজি ৰাষ্ট্ৰীয় সম্প্ৰচাৰ দিৱস। ১৯২৭ চনৰ ২৩ জুলাইত ইণ্ডিয়ান ব্র'ডকাষ্টিং কোম্পানীৰ অধীনত বোম্বে ষ্টেছনৰ পৰা দেশত প্ৰথমবাৰৰ বাবে অনাতাঁৰ সম্প্ৰচাৰ আৰম্ভ কৰাৰ স্মৃতিত আজি সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় সম্প্ৰচাৰ দিৱস পালন কৰা হ'ব। ১৯৩৬ চনৰ ৮ জুনত ইন্ডিয়ান স্টেট ব্ৰ'ডকাস্টিং ছার্ভিচেছৰ নাম অল ইণ্ডিয়া ৰেডিঅ' আৰু ১...

July 13, 2026 5:41 PM

views 25

নিউজিলেণ্ডৰ অভিনেতা ছেম নীলৰ আজি ৭৮ বছৰ বয়সত দেহাৱসান

জুৰাছিক পাৰ্ক আৰু দা পিয়ানোৰ লেখীয়া ছবিত কৰা অভিনয়ৰ জৰিয়তে খ্যাতি অৰ্জন কৰা নিউজিলেণ্ডৰ অভিনেতা ছেম নীলৰ আজি ৭৮ বছৰ বয়সত দেহাৱসান ঘটে। আকস্মিকভাৱে অনাকাংক্ষিত ধৰণৰ স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হৈ অভিনেতাগৰাৰীয়ে আজি ছিডনীত শেষ নিশ্বাস ত্যাগ কৰে বুলি তেওঁৰ পৰিয়ালৰ লোকে জানিবলৈ দিছে। উল্লেখযোগ...

November 26, 2025 8:46 PM

views 88

গোৱাৰ পানাজীত ৫৬ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱ-IFFI-ত দুখন অসমীয়া চলচ্চিত্ৰ পুনৰ প্ৰদৰ্শন

গোৱাৰ পানাজীত যোৱা ২০ নৱেম্বৰৰ পৰা অনুষ্ঠিত ৫৬ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱ-IFFI-ত আজি দুখন অসমীয়া চলচ্চিত্ৰ পুনৰ প্ৰদৰ্শন কৰা হয়। কাহিনী চিত্রশাখাত নির্বাচিত শশাংক সমীৰ পৰিচালিত জনপ্রিয় চলচ্চিত্র ভাইমন দা আৰু অ-কাহিনী শাখাত নম্রতা দত্ত পৰিচালিত পত্রলেখা ছবিখন প্ৰদৰ্শন কৰা হয়। এই ছবি ...

November 24, 2025 9:55 AM

views 97

গোৱাৰ পানাজীত ৫৬ সংখ্যক IFFI-ত আজি নিম’ নৰ্থ-ইষ্ট ফিল্ম এণ্ড ফিল্ম স্কুল বিষয়ক আলোচনা চক্ৰ

গোৱাৰ পানাজীত যোৱা ২০ নৱেম্বৰৰ পৰা অনুষ্ঠিত ৫৬ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ- IFFI-ত আজি নিম' নৰ্থ-ইষ্ট ফিল্ম এণ্ড ফিল্ম স্কুল বিষয়ক এখন আলোচনা চক্ৰত অসমৰ ৰীমা বৰা, মহর্ষি তুহিন কাশ্যপৰ লগতে মণিপুৰৰ থাউবা পৱন কুমাৰে অংশ ল'ব। আলোচনাচক্ৰখন সঞ্চালনা কৰিব মেঘালয়ৰ চলচ্চিত্ৰ পৰিচালক ডমিনি...

November 23, 2025 11:27 AM

views 109

গোৱাৰ পানাজীত অনুষ্ঠিত ৫৬ সংখ্যক IFFI-ত ববিতা শৰ্মা পৰিচালিত ভূপেনদা আনকাট ছবিখন প্ৰদৰ্শন হ’ব

গোৱাৰ পানাজীত যোৱা ২০ নৱেম্বৰৰ পৰা অনুষ্ঠিত ৫৬ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ-IFFI-ত আজি ববিতা শৰ্মা পৰিচালিত ভূপেনদা আনকাট ছবিখন প্ৰদৰ্শন কৰা হ'ব। চলচ্চিত্ৰ মহোৎসৱৰ কালি তৃতীয় দিনা ইটালিয়ান, বাংলা, অসমীয়া ছবিকে ধৰি বহু প্ৰসিদ্ধ পৰিচালকৰ ছবি প্ৰদৰ্শন কৰা হয়। এছিয়াৰ অন্যতম পুৰণি আৰু...

November 2, 2025 12:22 PM

views 107

গায়ক, সুৰকাৰ জয় বৰুৱাৰ কান্‌ছ বিশ্ব চলচ্চিত্র মহোৎসৱৰ শ্ৰেষ্ঠ ছাউণ্ডট্রেক বঁটা লাভ

গায়ক, সুৰকাৰ জয় বৰুৱাই কান্‌ছ বিশ্ব চলচ্চিত্র মহোৎসৱৰ শ্ৰেষ্ঠ ছাউণ্ডট্রেক বঁটা লাভ কৰিছে। তেওঁৰ সৈতে ছিংগাপুৰৰ সংগীতজ্ঞ ছুজান লীম এই বঁটাৰ বাবে নিৰ্বাচিত হৈছে। জয় বৰুৱা আৰু ছুজান লীমে যুটীয়াভাবে ডি মেকিং অব ষ্টাৰ এমং দ্য কছমিক ক্লাউড: ফ্রম ছাউণ্ড এণ্ড টু ছিম্ফনী নামৰ তথ্য চিত্ৰখনৰ ষ্টাৰ এমং দ্য কছমি...

November 2, 2025 11:11 AM

views 119

আজিৰে পৰা ২৯ নৱেম্বৰলৈ সমগ্ৰ দেশৰ ২৪ টা কেন্দ্ৰত আকাশবাণী সংগীত সন্মিলনৰ ৬৭ সংখ্যক সংস্কৰণ

প্ৰসাৰ ভাৰতীয়ে সাংস্কৃতিক মন্ত্রালয়ৰ সহযোগত আজিৰে পৰা ২৯ নৱেম্বৰলৈ সমগ্ৰ দেশৰ ২৪ টা কেন্দ্রত আকাশবাণী সংগীত সন্মিলনৰ ৬৭ সংখ্যক সংস্কৰণৰ আয়োজন কৰিছে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্রালয়ে প্রকাশ কৰিছে যে ১৯৫৪ চনত আৰম্ভ কৰা আকাশবাণীৰ সংগীত সন্মিলন দেশৰ সাংস্কৃতিক পৰম্পৰাৰ প্ৰতীক। এই সম্মিলনে দেশৰ চহকী সংগীত ঐ...

October 12, 2025 12:00 PM

views 105

আকাশবাণীক লৈ বহুজনৰ সুদীর্ঘ দিনৰ অভিজ্ঞতা আৰু স্মৃতি সোঁৱৰণ

আকাশবাণীক লৈ বহুজনৰ সুদীর্ঘ দিনৰ অভিজ্ঞতা আৰু স্মৃতি আছে। আকাশবাণী গুৱাহাটীৰ  দৃষ্টিপাত অনুষ্ঠানত কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে ৰেডিঅ' শুনাৰ আৰু আকাশবাণীৰ সৈতে জড়িত হোৱাৰ এনে স্মৃতি আৰু অভিজ্ঞতাৰ কথা উল্লেখ কৰে। এই অনুষ্ঠানত বিশিষ্ট বিজ্ঞানী কল্পবিজ্ঞান লেখক ড০ দীনেশ চন্দ্র গোস্বামীয়ে ৰেডিঅ'ৰ সৈতে নি...

September 28, 2025 8:53 PM

views 135

বিশিষ্ট চলচ্চিত্ৰ পৰিচালক, প্রযোজক তিম’থী দাস হাঞ্চেৰ দেহাৱসান

বিশিষ্ট চলচ্চিত্ৰ পৰিচালক, প্রযোজক তিম’থী দাস হাঞ্চেৰ আজি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭০ বছৰ। অসমীয়া চলচ্চিত্ৰ পলে পলে উৰে মন আৰু জীৱন বাটৰ লগৰীৰ পৰিচালক তথা প্রযোজক হাঞ্চেই জুবিন গাৰ্গে কণ্ঠ নিগৰোৱা ‘যদি জীৱনৰ ৰংবোৰে লুকা-ভাকু খেলে’ শীৰ্ষক জনপ্ৰি...

May 4, 2025 11:29 AM

views 137

মুম্বাইত অনুষ্ঠিত বিশ্ব দৃশ্য-শ্ৰব্য আৰু মনোৰঞ্জন সন্মিলন ৱেভছৰ আজি সামৰণি

মুম্বাইত অনুষ্ঠিত বিশ্ব দৃশ্য-শ্ৰব্য আৰু মনোৰঞ্জন সন্মিলন ৱেভছৰ আজি সামৰণি পৰিব। আজি অন্তিম দিনা চলচ্চিত্র নির্মাণ সন্দৰ্ভত কেইবাটাও সত্ৰৰ আয়োজন কৰা হ'ব আৰু সাংস্কৃতিক অনুষ্ঠানো পৰিৱেশন কৰা হ'ব। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোবা বৃহস্পতিবাৰে এই চাৰিদিনীয়া সন্মিলন মুকলি কৰিছিল। ভাৰতবৰ্ষক সংবাদ, ম...