বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি সামৰণি পৰে। অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ পৰিপ্ৰেক্ষিতত আজি প্ৰচাৰ অভিযান স্তব্ধ হৈ পৰে। শিল্পীগৰাকীৰ প্ৰতি সন্মান জনাই সকলো ৰাজনৈতিক দল প্ৰচাৰ অভিযানৰ পৰা বিৰত থাকে। ২২ ছেপ্তেম্বৰত বি টি চিৰ ৪০টা পৰিষদীয় সমষ্টিত ভোটগ্রহণ অনুষ্ঠিত হ’ব।
Assamese | September 20, 2025 9:31 PM | BTC election
বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি