বৰপেটাৰ বহৰি সত্ৰৰ বনগঞাগিৰি আশ্ৰমত কাইলৈৰ পৰা ৯ দিনীয়াকৈ অখণ্ড ভাগৱত পাঠৰ আয়োজন কৰা হৈছে। ঊষা কীৰ্তন আৰু ধৰ্মধবজা উত্তোলনেৰে আৰম্ভ হ’বলগীয়া ভাগৱত পাঠৰ কাৰ্যসূচীত বান্দালি সত্ৰৰ সত্ৰাধিকাৰ দ্বীজেন্দ্ৰ নাথ গোস্বামীয়ে অংশগ্ৰহণ কৰিব। কাৰ্যসূচীত ধর্মালোচনা সভাৰ লগতে ভাগৱতৰ ব্যাখ্যাৰ ব্যৱস্থাও কৰা হৈছে।
Assamese | July 3, 2025 7:03 PM | Borpeta
বৰপেটাৰ বনগঞাগিৰি আশ্ৰমত কাইলৈৰ পৰা ৯ দিনীয়াকৈ অখণ্ড ভাগৱত পাঠৰ আয়োজন