বিজেপিৰ প্ৰবীণ নেতা লালকৃষ্ণ আদৱানীক দিল্লীৰ অখিল ভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠান (এইমছ)ত ভৰ্তি কৰোৱা হৈছে। বার্ধক্যজনিত সমস্যাৰ বাবে নেতা গৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ৯৬ বছৰীয়া শ্ৰী আদৱানীক বাৰ্ধক্যজনিত ৰোগৰ বিশেষজ্ঞ চিকিৎসকৰ নিৰীক্ষণত ৰখা হৈছে। এইমছৰ বিষয়াই প্ৰকাশ কৰা মতে প্রবীণ নেতাগৰাকীৰ অৱস্থা বৰ্তমান সুস্থিৰ হৈ আছে আৰু তেওঁক চিকিৎসকৰ তদাৰকত ৰখা হৈছে।
Assamese | June 27, 2024 12:01 PM | BJP Veteran Leader Lal Krishna Advani Hospitalised at AIIMS | Delhi
বিজেপিৰ প্ৰবীণ নেতা লালকৃষ্ণ আদৱানীক বাৰ্ধক্যজনিত সমস্যাৰ বাবে দিল্লীৰ এইমছত ভৰ্তি