কামৰূপ জিলাৰ আমিনগাঁৱত অনুষ্ঠিত বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিন্টন ছেম্পিয়নশ্বিপৰ ব্যক্তিগত ইভেন্টৰ খেলসমূহ আজিৰ পৰা আৰম্ভ হ’ব। ল’ৰা আৰু ছোৱালীৰ একক শাখাৰ লগতে দ্বৈত শাখাৰ খেলো অনুষ্ঠিত হ’ব।
Assamese | October 13, 2025 1:20 PM | Badminton
আজিৰে পৰা বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিন্টন চেম্পিয়নশ্বিপৰ ব্যক্তিগত ইভেন্টৰ খেলসমূহ আৰম্ভ