April 20, 2024 7:31 PM

views 45

চাইবাৰ অপৰাধত জড়িত থকাৰ সন্দেহত হাতীগাওঁত ৯জন ব্যক্তিক আটক

নির্বাচনী তৎপৰতাৰ মাজতে আজি মহানগৰৰ হাতীগাঁও আৰক্ষীয়ে ৯জন ব্যক্তিক চাইবাৰ অপৰাধত জড়িত থকাৰ সন্দেহত আটক কৰিছে। ভেটাপাৰা অঞ্চলৰ এটা হোম ষ্টে'ৰ পৰা আটক কৰা ব্যক্তিকেইজন প্রতিবেশী ৰাজ্য পশ্চিমবংগৰ বুলি জানিব পৰা গৈছে। বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত আটক কৰা অভিযুক্তকেইজনক আৰক্ষীয়ে অধিক তথ্যৰ ব...

April 20, 2024 6:58 PM

views 81

ৰাজ্যৰ বিভিন্ন ঠাইত প্ৰণালীবদ্ধ ভোটাৰ সজাগতা কার্যসূচী আয়োজন

লোকসভা নিৰ্বাচনৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিভিন্ন ঠাইত প্ৰণালীবদ্ধ ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী অংশগ্রহণ কোষসমূহৰ উদ্যোগত ভোটাৰ সজাগতা কার্যসূচী আয়োজন কৰা হৈছে। চিৰাং জিলাৰ অধীনৰ চিডলী-চিৰাং আৰু বিজনী বিধানসভা সমষ্টিতো নির্বাচনী জিলা দুখনে এই সম্পৰ্কীয় প্ৰস্তুতি অব...

April 20, 2024 6:51 PM

views 70

ৰাজ্যজুৰি সতি সাধিনীৰ ৫০০ সংখ্যক স্মৃতি দিৱস পালন

অসমৰ খিলঞ্জীয়া জনগোষ্ঠী চুতীয়াসকলৰ শেষৰগৰাকী ৰাণী তথা চুতীয়া জাতিৰ শৌর্য-বীৰ্ষ আৰু সাহসৰ প্রতীক সতি সাধিনীৰ আজি ৫০০ সংখ্যক স্মৃতি দিৱস ৰাজ্যজুৰি পালন কৰা হৈছে। এই উপলক্ষে মহিয়সীগৰাকীলৈ সশ্রদ্ধ প্ৰণিপাত জনাই কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে, অতুলনীয় ত্যাগ, স্বদেশপ্ৰেম আৰু পৰাক্ৰমৰ প্...

April 20, 2024 8:02 PM

views 44

কাইলৈ শিলচৰত অমিত শ্বাহৰ ৰোড শ্ব’

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহে ব্যাপক তৎপৰতা অব্যাহত ৰাখিছে। দ্বিতীয় পৰ্যায়ত ৰাজ্যখনত ৫ টা সমষ্টি- দৰং-ওদালগুৰি, কৰিমগঞ্জ, ডিফু, শিলচৰ আৰু নগাওঁ সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হব। ৰাজনৈতিক দলসমূহে নিজ নিজ দলৰ প্ৰাৰ্থীৰ সমৰ্থনত সমষ্টিসমূহৰ বিভিন্ন...

April 20, 2024 6:47 PM

views 26

আপত্তিজনক বিজ্ঞাপন প্ৰকাশৰ ঘটনা প্ৰতিৰোধ বাবে নিৰ্বাচন আয়োগৰ বিশেষ নিৰ্দেশনা জাৰি

নির্বাচন আয়োগে ভোটগ্ৰহণৰ দিনা আৰু ইয়াৰ এদিন পূৰ্বে ৰাজ্যিক বা জিলা পৰ্যায়ৰ মিডিয়া চার্টিফিকেশ্বন এণ্ড ম'নিটৰিং কমিটীৰ আগতীয়া অনুমতি অবিহনে ৰাজনৈতিক দল, প্রার্থী, সংগঠন বা কোনো ব্যক্তিৰ দ্বাৰা ছপা মাধ্যমত বিজ্ঞাপন প্রকাশত বাধা আৰোপ কৰিছে। ভোটগ্ৰহণৰ ঠিক আগমুহূৰ্তত প্ৰকাশ পোৱা বিভ্ৰান্তিকৰ অথবা আপ...

April 20, 2024 6:43 PM

views 57

অসম মাধ্যমিক শিক্ষা পৰিষদৰ অধীনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা

অসম মাধ্যমিক শিক্ষা পৰিষদৰ অধীনত অনুষ্ঠিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰা হৈছে। এইবাৰৰ পৰীক্ষাত মুঠ ৪ লাখ ১৯ হাজাৰ ৭৮ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। ইয়াৰে তিনি লাখ ১৭ হাজাৰ ৩১৭ গৰাকী পৰীক্ষাৰ্থী উত্তীর্ণ হয়। পৰীক্ষাৰ্থীসকলৰ এক লাখ ৫ হাজাৰ ৮৭৩ গৰাকীয়ে প্ৰথম বিভাগ, এক লাখ ৫০ হাজাৰ...

April 20, 2024 12:37 PM

views 54

প্ৰথম পৰ্যায়ৰ লোকসভা নির্বাচনত ২১খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ ১০২টা সমষ্টিত ৬৮ শতাংশৰো অধিক ভোটদান

প্ৰথম পৰ্যায়ৰ লোকসভা নির্বাচন কালি দুই এটা বিক্ষিপ্ত ঘটনাৰ বাহিৰে প্ৰায় শান্তিপূর্ণভাৱে সম্পন্ন হয়। ২১ খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ ১০২টা সমষ্টিক সামৰি হোৱা এই পৰ্যায়ৰ নিৰ্বাচনত সামগ্ৰিকভাৱে ৬৮ শতাংশৰো অধিক ভোটদান হয়। শেহতীয়া তথ্য অনুসৰি অসমত ৭৫.৯৫, মণিপুৰত ৭২.১৭, ছিকিমত ৮০.০৩ বিহাৰত ৪৮...

April 20, 2024 12:35 PM

লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ প্ৰতি জনসাধাৰণৰ বিপুল সঁহাৰিঃ প্ৰধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ প্ৰতি জনসাধাৰণৰ বিপুল সঁহাৰি পৰিলক্ষিত হৈছে। শ্ৰী মোদীয়ে সামাজিক মাধ্যমযোগে প্রথম পৰ্যায়ত ভোটদান কৰা প্ৰতিগৰাকী লোকক ধন্যবাদ জ্ঞাপন কৰিছে।

April 20, 2024 12:42 PM

views 43

পশ্চিমবংগৰ মুখ্য নির্বাচনী বিষয়াৰ সংবাদমেল, কোচবিহাৰত দুটা পৃথক ঘটনাত দুজন আহত, ১২জনক গ্ৰেপ্তাৰ

লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ সামৰণিৰ অন্তত কালি পশ্চিমবংগৰ মুখ্য নির্বাচনী বিষয়াই এখন সংবাদমেল অনুষ্ঠিত কৰে। এই সংবাদমেলত মুখ্য নির্বাচনী বিষয়া আৰিজ আফটাৰে প্ৰকাশ কৰা মতে, কালি কোচবিহাৰত সংঘটিত দুটা পৃথক ঘটনাত দুজন লোক আহত হৈছে। লোক দুজনক স্থানীয় চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি থকা হৈছে। বিষয়া...

April 20, 2024 12:32 PM

views 41

লোকসভা নিৰ্বাচনৰ বাবে বহুজন সমাজ পাৰ্টীৰ ষষ্ঠখন প্ৰাৰ্থী তালিকা প্ৰকাশ

লোকসভা নিৰ্বাচনৰ বাবে বহুজন সমাজ পাৰ্টী (বি এছ পি)য়ে দলীয় প্ৰাৰ্থীৰ ষষ্ঠখন তালিকা প্ৰকাশ কৰিছে। এই তালিকাত দলে ১১গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। এইবাৰ দলে বাৰাণসীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে তেওঁলোকৰ প্ৰাৰ্থী সলনি কৰিছে। সেই অনুসৰি বাৰাণসীৰ বাবে অটহৰ জামাল লাৰিৰ ঠাইত চৈয়দ নিয়াজ আলীক ...