April 3, 2024 11:54 AM

views 104

প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান তুংগত

♦ৰাজ্যখনত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানে ক্ৰমাৎ গতি লাভ কৰা অৱস্থাত শাসনাধিষ্ঠিত বিজেপি মিত্ৰজোঁট আৰু কংগ্ৰেছকে ধৰি বিৰোধী তথা অন্যান্য প্ৰাৰ্থীসকলে ৰাজ্যখনৰ বিভিন্ন অঞ্চলত প্ৰচাৰ চলাইছে। ইফালে, বিভিন্ন ৰাজনৈতিক দলৰ শীৰ্ষ কেন্দ্ৰীয় নেতৃত্ব তথা তাৰকা প্ৰচাৰকে শীঘ্ৰেই ৰাজ্যখনত নিজৰ নি...

April 2, 2024 8:38 PM

views 69

উত্তৰাখণ্ডত নিজৰ প্ৰথমখন নির্বাচনী সভাত প্রধানমন্ত্ৰীৰ অংশগ্ৰহণ

♦ প্রধানমন্ত্ৰী আৰু বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে তেওঁৰ তৃতীয়টো কাৰ্যকালত ভাৰতবৰ্ষক বিশ্বৰ তৃতীয় সর্ববৃহৎ অর্থব্যৱস্থাৰূপে গঢ় দিয়াৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা পুনৰ প্ৰকাশ কৰিছে। নাইনিতাল উধমসিং নগৰ সংসদীয় সমষ্টিৰ ৰুদ্ৰপুৰত উত্তৰাখণ্ডত নিজৰ প্ৰথমখন নির্বাচনী সভাত অংশগ্ৰহণ কৰি শ্রীমোদীয়ে আজি...

April 2, 2024 8:27 PM

views 83

লোকসভা নিৰ্বাচনৰ ১৭ জন প্ৰাৰ্থীৰ আন এখন তালিকা প্রকাশ কংগ্ৰেছৰ

◊ কংগ্ৰেছে আজি সমাগত লোকসভা নিৰ্বাচনৰ ১৭ জন প্ৰাৰ্থীৰ আন এখন তালিকা প্রকাশ কৰে। কাকিনাদা লোকসভাৰ আসনৰ পৰা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী এম এম পল্লম ৰাজুৱে প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে অন্ধ্ৰ প্ৰদেশ কংগ্ৰেছৰ সভানেত্ৰী ৱাই এছ শর্মিলা ৰেড্ডীয়ে কদাপা আসনৰ পৰা প্রতিদ্বন্দ্বিতা কৰিব আৰু বাপটলা লোকসভা আসনৰ...

April 2, 2024 8:22 PM

views 48

সেনা প্রত্যাহাৰ কৰা আৰু উত্তেজনা হ্ৰাস কৰাই উত্তৰ সীমান্তৰ সাম্প্ৰতিক পৰিস্থিতিৰ সন্মুখীন হোৱাৰ একমাত্ৰ উপায়ঃ ৰাজনাথ সিঙ

♦ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কৈছে যে সেনা প্রত্যাহাৰ কৰা আৰু উত্তেজনা হ্ৰাস কৰাই উত্তৰ সীমান্তৰ সাম্প্ৰতিক পৰিস্থিতিৰ সন্মুখীন হোৱাৰ একমাত্ৰ উপায়। তেওঁ কয় যে, দেশৰ সেনা বাহিনী সীমান্তত দৃঢ়তাৰে থিয় দি আছে। তেওঁ লগতে শান্তিপূর্ণ সমাধানৰ বাবে অব্যাহত থকা আলোচনা অব্যাহত থাকিব বুলি আস্থা প্ৰকাশ ক...

April 2, 2024 8:31 PM

views 79

বিজেপিয়ে বিকশিত ভাৰতৰ কথা কোৱাৰ বিপৰীতে I.N.D.I.A মৰ্চাই দুৰ্নীতিৰ পোষকতা কৰেঃ অমিত শ্বাহ

♦ কেন্দ্রীয় গৃহমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহে আজি দলীয় কৰ্মী সকলক ভোটাৰৰ কাষ চাপিবলৈ আৰু বিকশিত ভাৰতৰ এজেণ্ডাৰ বিষয়ে প্ৰচাৰ কৰিবলৈ আহ্বান জনায়৷ আজি বেংগালুৰুত পাঁচটা লোকসভা সমষ্টিৰ শক্তি প্ৰমুখৰ সন্মুখত ভাষণ দি তেওঁ কয় যে বিজেপিয়ে বিকশিত ভাৰতৰ কথা কোৱাৰ বিপৰীতে INDIA মৰ্চাই দুৰ্ন...

April 2, 2024 8:17 PM

views 112

বিভ্রান্তি বনাম বাস্তৱিকতা নামৰ বিশেষ পঞ্জী আৰম্ভ নির্বাচন আয়োগৰ

♦ নির্বাচন আয়োগে আসন্ন লোকসভা নিৰ্বাচনত বিভ্ৰান্তিকৰ তথ্য প্ৰচাৰ ৰোধ কৰাৰ উদ্দেশ্যে বিভ্রান্তি বনাম বাস্তৱিকতা নামৰ বিশেষ পঞ্জী আৰম্ভ কৰিছে। নির্বাচন আয়োগে এখন বিজ্ঞপ্তিযোগে কৈছে যে, এই পঞ্জীৰ যোগেদি তথ্যৰ সত্যাসত্য নিৰূপনৰ লগতে বিভ্ৰান্তিকৰ তথ্যৰ প্ৰচাৰ ৰোধ কৰিব পৰা যাব। ইয়াৰ জৰিয়তে এইবাৰৰ নিৰ্...

April 2, 2024 7:47 PM

views 50

কামাখ্যা প্ৰসাদ তাছাৰ হৈ গোলাঘাটৰ বৰপথাৰত মুখ্যমন্ত্ৰীৰ বিজয় সংকল্প যাত্ৰা

♦ অহা ১৯ এপ্ৰিলত ৰাজ্যখনৰ ৫টা সমষ্টিত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ৰাজনৈতিক দলে ব্যাপক প্ৰচাৰ অব্যাহত ৰাখিছে। বিজেপিৰ নেতা তথা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কাজিৰঙা লোকসভা সমষ্টিৰ দলীয় প্রার্থী কামাখ্যা প্ৰসাদ তাছাৰ হৈ গোলাঘাট জিলাৰ বৰপথাৰত বি...

April 2, 2024 7:48 PM

views 46

ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে বৰ্তমানলৈকে ৪ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল

♦ ৰাজ্যত ২৬ এপ্ৰিলত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে এতিয়ালৈকে চাৰিগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে। ডিফু সমষ্টিৰ বাবে আজি বিজেপি প্রার্থী অমৰ সিং তিছোৱে মনোনয়ন দাখিল কৰে। প্ৰাৰ্থীৰ্গৰাকীয়ে কাৰ্বি আংলং নিৰ্বাচনী জিলাৰ ৰিটার্ণিং বিষয়া মথুমিতা ভাগৱতীৰ হাতত মনোনয়ন দাখিল কৰে। ...

April 2, 2024 7:31 PM

views 47

প্রথম পর্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোট গ্রহণৰ বাবে কাইলৈৰ পৰা ৫ এপ্ৰিললৈকে এবছেণ্টি ভোটদাতাসকলৰ গৃহ ভোটদান প্রক্রিয়া আৰম্ভ

♦ আসন্ন লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত যোৰহাট নির্বাচনী জিলাত এবছেণ্টি ভোটদাতাসকলৰ বাবে গৃহ ভোটদানৰ ব্যৱস্থা কৰা হৈছে। যোৰহাট লোকসভা সমষ্টিত প্রথম পর্যায় অর্থাৎ ১৯ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া ভোট গ্রহণৰ বাবে কাইলৈৰ পৰা ৫ এপ্ৰিললৈকে এবছেণ্টি ভোটদাতাসকলৰ গৃহ ভোটদান প্রক্রিয়া অব্যাহত থাকিব। উল্লেখযোগ্...

April 2, 2024 7:25 PM

views 98

বৰপেটাত অনুষ্ঠিত ১৪ বছৰ অনুৰ্ধ আন্তঃজিলা ক্ৰিকেটত বৰপেটা জিলা দলৰ বিজয়

♦ ৰাজ্যৰ ক্ৰিকেটৰ ক্ষেত্ৰখনত দক্ষ ক্ৰিকেট খেলুৱৈ সৃষ্টিৰ বাবে অসম ক্রিকেট সংস্থাৰ অধীনৰ ক্ৰিকেট একাডেমীসমূহৰ মাজত বৰপেটাত অনুষ্ঠিত ১৪ বছৰ অনুৰ্ধ আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতাৰ বৰপেটা মণ্ডলৰ চূড়ান্ত খেলখনত আজি বৰপেটা জিলা দল বিজয়ী হয়। এই জয়ৰ ফলত বৰপেটা জিলা দলটোৱে গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া চূড...