April 4, 2024 6:53 PM
48
অসমত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন
অসমত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন। এই পৰ্যায়ত ৫টা সমষ্টিক সামৰি লোৱা হ'ব। ৰাজ্যৰ পৰিবহন আৰু আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্য, সাংসদ কৃপানাথ মল্লা আৰু দিলীপ শইকীয়াই এই পর্যায়ত বিজেপিৰ হৈ প্রতিদ্বন্দ্বিতা কৰিছে। কংগ্ৰেছে নগাঁও আসনখনৰ বাবে সাংসদ প্ৰদ্যুৎ বৰদলৈক...