May 8, 2024 4:35 PM

views 31

আজি আন্তঃৰাষ্ট্ৰীয় ৰেড ক্ৰ’ছ বা ৰেড ক্ৰীচেণ্ট দিৱস

সুৰক্ষা, সাহায্য, স্বাস্থ্যসেৱা, সামাজিক সাহায্য আৰু সংহতিৰ প্ৰয়োজনীয়তা থকা লোকসকলৰ কাষত কাম কৰা লাখ লাখ স্বেচ্ছাসেৱক আৰু কৰ্মচাৰীৰ প্ৰতি সন্মান জনাই আজি বিশ্ব ৰেড ক্ৰ'ছ বা ৰেড ক্ৰীচেণ্ট দিৱস পালন কৰা হৈছে। ৰেড ক্ৰ'ছ বা ৰেড ক্ৰীচেণ্ট আন্দোলনৰ মানৱীয় কাম আৰু নীতিক সন্মান জনাই প্ৰতি বছৰে ৮ মে'ৰ দিন...

May 8, 2024 4:31 PM

views 44

অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰে দলটোক দুৰ্বল কৰা নাই বৰং শক্তিশালীহে কৰিছেঃ আপ

আম আদমী পাৰ্টীয়ে আজি কৈছে যে, অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰে দলটোক দুৰ্বল কৰা নাই বৰং শক্তিশালীহে কৰিছে। আপৰ জ্যেষ্ঠ নেতা গোপাল ৰায়ে সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত কৈছে যে, যদিও তেওঁলোকৰ দলৰ বহুকেইজন নেতা কাৰাবন্দী হৈ আছে তথাপি দলটোৱে লোকসভা নিৰ্বাচনৰ বাবে তীব্ৰভাৱে প্ৰচাৰ অভিযান চলাইছে। গোপাল ৰা...

May 11, 2024 12:35 PM

views 47

তৃতীয় পৰ্যায়ত ১০ খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৩ টা সমষ্টিত ভোটগ্রহণ সম্পন্ন

লোকসভা নিৰ্বাচনৰ তৃতীয় পর্যায়ত কালি প্রায় ৬৪.৫৮ শতাংশ ভোটদাতাই গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰে। এই পৰ্যায়ত ১০খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৩টা সমষ্টিত ভোটগ্রহণ কৰা হয়। তৃতীয় পৰ্যায়ত সামৰি লোৱা ১০ খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত অসমত ৮১.৭১ শতাংশ, বিহাৰত ৫৮.১৮ শতাংশ, ...

May 11, 2024 12:35 PM

views 56

ভাৰত প্ৰতিৰক্ষা সামগ্রী আমদানীকাৰী এখন দেশৰ পৰা এনে সামগ্ৰী ৰপ্তানীকাৰী দেশলৈ ৰূপান্তৰিত হৈছেঃ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে, বিগত ১০টা বছৰত এন ডি এ চৰকাৰৰ সফলতাসমূহৰ কৃতিত্ব জনসাধাৰণক প্ৰদান কৰিছে। তেওঁ কয় যে, জনসাধাৰণে তেওঁক প্ৰদান কৰা ভোটৰ জৰিয়তে দেশ প্ৰতিৰক্ষা সামগ্রী আমদানীকাৰী এখন দেশৰ পৰা এনে সামগ্ৰী ৰপ্তানীকাৰী দেশলৈ ৰূপান্তৰিত হৈছে। কাশ্মীৰৰ পৰা ৩৭০ নম্বৰ দফা বাতিলৰ লগতে এনেধৰণৰ ব...

May 8, 2024 12:08 PM

views 57

কৰিমগঞ্জত ১২০ মাইক্ৰনতকৈ কম ঘনত্বৰ পলিথিন ব্যৱহাৰৰ নিষেধাজ্ঞা

কৰিমগঞ্জ জিলাৰ কৰিমগঞ্জ পৌৰসভা এলেকাৰ ব্যৱসায়িক প্রতিষ্ঠানসমূহত ১২০ মাইক্ৰনতকৈ কম ঘনত্বৰ পলিথিন ব্যৱহাৰৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। অন্যথা আইন অনুসৰি জৰিমনা বিহা হ'ব বুলি পৌৰসভাৰ কাৰ্যবাহী বিষয়াজনৰ উদ্ধৃতিৰে আমাৰ সংবাদদাতাই জনাইছে।

May 8, 2024 12:07 PM

views 50

২০ মে’ৰ পৰা মানস ৰাষ্ট্ৰীয় উদ্যানৰ হাতী ছাফাৰী আৰু ৰিভাৰ ৰাফটিং পৰ্যটকৰ বাবে বন্ধ

মানস ৰাষ্ট্ৰীয় উদ্যানত অহা ২০ মে'ৰ পৰা হাতী ছাফাৰী আৰু ৰিভাৰ ৰাফটিং পৰ্যটকৰ বাবে বন্ধ কৰা হ'ব বুলি উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। উদ্যানখনৰ ক্ষেত্ৰ সঞ্চালক সুমন মহাপাত্রই এই বিষয়ে ঘোষণা কৰে। আনহাতে, ৫ জুনৰ পৰা ৰাষ্ট্ৰীয় উদ্যানখনত জীপ চাফাৰী বন্ধ কৰা হ'ব বুলিও কোৱা হৈছে। পুনৰ জাননী নিদিয়া পৰ্যন্...

May 8, 2024 12:03 PM

views 49

আজি বিশ্ব ৰেডক্ৰছ দিৱস

আজি বিশ্ব ৰেডক্ৰছ দিৱস। মানৱ সমাজৰ দুখ-কষ্ট, আতৰ্জনৰ চিকিৎসা সেৱাৰ বাবে আৰম্ভ কৰা ৰেডক্ৰছ নামৰ এই মহান সংস্থাটো ১৯০১ চনত প্ৰথম শান্তিৰ ন'বেল বঁটা বিজয়ী ছুইজাৰলেণ্ডৰ নাগৰিক জিন হেনৰী ডুনান্তৰ জন্মদিন উপলক্ষে বিশ্বজুৰি পালন কৰা হয়।

May 8, 2024 12:01 PM

views 39

আজি বিশ্ব থেলাছেমিয়া দিৱস

আজি বিশ্ব থেলাছেমিয়া দিৱস। থেলাছেমিয়া ৰোগৰ বিষয়ে জনসাধাৰণক সজাগ আৰু সতৰ্ক কৰিবলৈ প্ৰতিবছৰে ৮ মে'ৰ দিনটোত এই দিৱস পালন কৰি অহা হৈছে। ৰক্তৰ বিসংগতি সম্পৰ্কীয় এই জটিল ৰোগবিধৰ বিষয়ে সজাগ আৰু সতর্কতাৰ লগতে এনে ৰোগীক চিকিৎসাৰ ক্ষেত্ৰত সহায় কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰাৰ বাবে এই দিৱস পালন কৰা হয়। এইবাৰৰ ...

May 11, 2024 3:13 PM

views 46

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ কেইবাখনো ৰে’ল ২ মিনিট অতিৰিক্তভাৱে ৰখোৱাৰ ব্যৱস্থা

উত্তৰ-পূব সীমান্ত ৰে'লৱেই তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ সময়ছোৱাত যাত্ৰীৰ অভাৱনীয় ভিৰৰ প্ৰতি লক্ষ্য ৰাখি আজিৰ বাবে কেইবাখনো ৰে'ল ২ মিনিট অতিৰিক্তভাৱে ৰখোৱাৰ ব্যৱস্থা কৰিছে। সেই অনুসৰি আজি হাওৰা- ডিব্ৰুগড় কামৰূপ এক্সপ্ৰেছৰ বিজনী-কৈঠালকুছি, পুৰী-কামাখ্যা এক্সপ্ৰেছৰ বিজনী-সৰভোগ-পাঠশালা-টিহু-নলবাৰী, টম্বা...

May 8, 2024 11:55 AM

views 38

তুৱাৰাম খনিকৰ ২০২৪ বৰ্ষৰ দামোদৰ দেৱ বঁটাৰ বাবে মনোনীত

মাজুলীৰ আউনীআটি সত্ৰৰ ২০২৪ বৰ্ষৰ দামোদৰ দেৱ বঁটাৰ বাবে তুৱাৰাম খনিকৰক মনোনীত কৰা হৈছে। শ্রীশ্রী আউনীআটি সত্ৰই ২০১২ চনৰ পৰা সাহিত্য-সংস্কৃতি, সংবাদ তথা অসমৰ সমাজ জীৱনলৈ অৱদান আগবঢ়োৱা বৰেণ্য ব্যক্তিসকললৈ এই বঁটা প্ৰদান কৰি আহিছে।