কৰিমগঞ্জ জিলাৰ কৰিমগঞ্জ পৌৰসভা এলেকাৰ ব্যৱসায়িক প্রতিষ্ঠানসমূহত ১২০ মাইক্ৰনতকৈ কম ঘনত্বৰ পলিথিন ব্যৱহাৰৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। অন্যথা আইন অনুসৰি জৰিমনা বিহা হ’ব বুলি পৌৰসভাৰ কাৰ্যবাহী বিষয়াজনৰ উদ্ধৃতিৰে আমাৰ সংবাদদাতাই জনাইছে।
Assamese | May 8, 2024 12:08 PM | Karimganj
কৰিমগঞ্জত ১২০ মাইক্ৰনতকৈ কম ঘনত্বৰ পলিথিন ব্যৱহাৰৰ নিষেধাজ্ঞা