February 10, 2025 12:56 PM

views 32

আকাশবাণীৰ সাপ্তাহিক সংবাদ চলন্তিকা অনুষ্ঠানত কালি গুৱাহাটী মহানগৰীৰ জীৱনযাত্ৰা সম্পৰ্কীয় অনুষ্ঠানৰ প্ৰথম অংশ প্ৰচাৰ

আকাশবাণী গুৱাহাটী যোগে কালি প্ৰচাৰিত সাপ্তাহিক সংবাদ চলন্তিকা অনুষ্ঠানত গুৱাহাটী মহানগৰীৰ জীৱনযাত্ৰা সম্পৰ্কীয় অনুষ্ঠানৰ প্ৰথম অংশ প্ৰচাৰ কৰা হয়। এই অনুষ্ঠানত মহানগৰীখনত জীৱন সংগ্ৰাম কৰি থকা একাংশ লোকৰ জীৱনশৈলী তুলি ধৰাৰ প্ৰয়াস কৰা হয়। জীৱিকাৰ বাবে তথাকথিত সৰু সৰু সমলেৰে উপাৰ্জনৰ প্ৰয়াস কৰা এই ...

February 10, 2025 1:28 PM

views 220

আজি ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস

আজি ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱস। এই বিশেষ উপলক্ষত বিদ্যালয়লৈ যোৱা শিশুসকলক বিদ্যালয়তে পেলুনাশক বড়ি প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। আজি শিক্ষানুষ্ঠানত অনুপস্থিত থকা শিশুসকলক অহা ১৭ ফেব্ৰুৱাৰীলৈ এই বড়ি প্ৰদানৰ ব্যৱস্থা কৰা হ'ব। তদুপৰি আশা আৰু অংগনবাড়ীৰ কৰ্মীসকলে সকলো অংগনবাড়ী কেন্দ্ৰৰ উপৰি গৃহ পৰ...

February 10, 2025 12:51 PM

views 57

আজিৰে পৰা ড° হিমন্ত বিশ্ব শৰ্মাৰ দুদিনীয়া ছিংগাপুৰ ভ্ৰমণ

গুৱাহাটীত হ'বলগীয়া এডভান্টেজ আছাম দ্বিতীয় সংস্কৰণৰ পৰিপ্ৰেক্ষিতত আজিৰ পৰা দুদিনীয়াকৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ছিংগাপুৰ ভ্ৰমণ কৰিব। এই ভ্রমণকালত মুখ্যমন্ত্ৰীয়ে একাধিক ৰোড শ্ব’ত অংশ লোৱাৰ লগতে শীৰ্ষ উদ্যোগপতি আৰু ব্যৱসায়ীৰ সৈতে মত বিনিময় কৰিব। তদুপৰি এই ভ্ৰমণত মুখ্যমন্ত্ৰীগৰাকীয়ে ছেম...

February 10, 2025 12:50 PM

views 49

পৰীক্ষাৰ পূৰ্ৱে শিক্ষার্থী, অভিভাৱক আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত বিনিময়

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰীক্ষা পে চৰ্চা কাৰ্যসূচীৰ অষ্টম সংস্কৰণত দেশৰ আন বিভিন্ন স্থানৰ লগতে অসমৰো কেইবাখনো শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। খন্তেক সময় পূৰ্বে সমাপ্ত হোৱা তথা আজি দিনৰ ১১ বজাৰ পৰা প্ৰচাৰ কৰা এই অনুষ্ঠানত নিউ গুৱাহাটী ৰে’লৱে কলনী হাইস্কুল, নিউ গুৱাহাটী আদর্শ হাইস্কুল...

February 10, 2025 12:32 PM

views 56

মণিপুৰৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ এন বিৰেণ সিঙৰ

মণিপুৰৰ মুখ্যমন্ত্ৰী এন বিৰেণ সিঙে কালি মুখ্যমন্ত্ৰী পদৰ পৰা অব্যাহতি বিচাৰি পদত্যাগপত্র দাখিল কৰে। শ্রীসিঙে ৰাজ্যপাল অজয় কুমাৰ ভল্লাক সাক্ষাৎ কৰি পদত্যাগ পত্ৰ অৰ্পণ কৰে। তেওঁৰ সৈতে ভাৰতীয় জনতা পাৰ্টী আৰু এন পি এফৰ ১৪ গৰাকী বিধায়ক আৰু প্ৰদেশ বিজেপিৰ অধ্যক্ষ এ সাৰদা তথা বিজেপি সাংসদ তথা বিজেপিৰ উত...

February 10, 2025 12:15 PM

views 57

ফ্রী ষ্টাইল ডবা গ্ৰেণ্ড শ্লেমত কোৰ্ৱাটাৰ ফাইনেলত ডি গুকেশ ফেবিয়ানো কাৰুৱানাৰ বিৰুদ্ধে অৱৰ্তীণ

জার্মানীত অনুষ্ঠিত ফ্রী ষ্টাইল ডবা গ্ৰেণ্ড শ্লেম টুৰত ভাৰতৰ গ্ৰেণ্ড মাষ্টাৰ ডি গুকেশ কোৱাৰ্টাৰ ফাইনেলৰ নিজৰ প্ৰথমখন খেলত বিশ্বৰ ৩ নম্বৰ ৰেংকিঙৰ ফেবিয়ানো কাৰুৱানাৰ হাতত পৰাস্ত হৈছে। এই প্ৰতিযোগিতাত এটাও জয়ৰ মুখ নেদেখা গুকেশৰ এয়া আছিল তৃতীয়টো পৰাজয়। অৱশ্যে প্ৰতিযোগিতাত গুকেশৰ বাবে এতিয়ালৈ সুযোগ ...

February 10, 2025 12:13 PM

views 50

ইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়া ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ভাৰত ৪ উইকেটত জয়ী

ইংলেণ্ডৰ বিৰুদ্ধে অব্যাহত থকা এদিনীয়া ক্রিকেট শৃংখলাৰ কালি কটকত অনুষ্ঠিত দ্বিতীয়খন খেলত ভাৰত ৪ উইকেটত জয়ী হয়। এই জয়ৰ জৰিয়তে ভাৰতে শৃংখলাত ২-০ৰ অপ্ৰতিৰোধ্য অগ্রগতি লাভ কৰিছে । ভাৰতে অধিনায়ক ৰোহিত শৰ্মাৰ শতক তথা শুভমন গিল, শ্রেয়ছ আয়াৰ আৰু অক্ষৰ পেটেলৰ দর্শনীয় বেটিঙৰ সহায়ত ৪৪ অভাৰ আৰু তিনিটা...

February 10, 2025 12:11 PM

views 32

কাইলৈৰ পৰা ১৫ সংখ্যক এৰো ইণ্ডিয়া ২০২৫ৰ সংস্কৰণ আৰম্ভ

১৫ সংখ্যক এৰো ইণ্ডিয়া সংস্কৰণৰ পূৰ্বে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয়, যে এই কাৰ্যসূচীয়ে চৰকাৰৰ আত্মনিৰ্ভৰ আৰু শক্তিশালী ভাৰত গঠনৰ লক্ষ্যক আগুৱাই নিব। কালি বাংগালুৰুত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত শ্রীসিঙে কয়, যে নতুন ভাৰতৰ শক্তি, স্থিতি স্থাপকতা আৰু আত্ম নিৰ্ভৰতা প্ৰদৰ্শন কৰাৰ বাবে এৰো এণ...

February 10, 2025 12:10 PM

views 51

অতি শীঘ্ৰেই ৰে’ল বিভাগৰ ৯৫ হাজাৰ খালী পদ পূৰণ কৰা হব বুলি অশ্বিনী বৈষ্ণৱৰ প্ৰকাশ

কেন্দ্ৰীয় ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয়, যে ৰে'ল বিভাগে অতি শীঘ্ৰেই ৯৫ হাজাৰ খালী পদ পূৰণ কৰিব। কালি বিহাৰৰ বেটিয়া জংচনত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত শ্রীবৈষ্ণৱে কয়, যে শেহতীয়াকৈ অনুষ্ঠিত ১ লাখ ৫ হাজাৰ পদবীৰ লগতে এই ৯৫ হাজাৰ অতিৰিক্ত পদৰ বাবে ৰে'লৱেয়ে নিযুক্তি দিব। শ্রীবৈষ্ণৱে কয়, যে নম...

February 10, 2025 12:08 PM

views 49

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু আজি প্ৰয়াগৰাজত অনুষ্ঠিত মহাকুম্ভ মেলাত উপস্থিত হ’ব

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু আজি প্ৰয়াগৰাজত অনুষ্ঠিত মহাকুম্ভ মেলাত উপস্থিত হ'ব। শ্ৰীমতী মুৰ্মুৱে গংগা, যমুনা আৰু সৰস্বতীৰ ত্ৰিবেণী সংগমত স্নান কৰাৰ লগতে পূজা আগবঢ়াব। তেওঁ প্ৰয়াগৰাজৰ অক্ষয়ৱ‍ আৰু বড়ে হনুমান মন্দিৰো দৰ্শন কৰাৰ লগতে ডিজিটেল মহাকুম্ভ কেন্দ্ৰত আধুনিক প্ৰযুক্তিৰ আলমত মহাকুম্ভৰ স...