February 21, 2025 6:52 PM

views 33

ঐতিহাসিক উপদ বিলক আকর্ষণীয় পর্যটনথলী হিচাপে গঢ়ি তোলাৰ বাবে জিলা প্রশাসনৰ বিশেষ ব্যৱস্থা

গোৱালপাৰা জিলাৰ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ঐতিহাসিক উপদ বিলক অন্যতম আকর্ষণীয় পর্যটনথলী হিচাপে গঢ়ি তোলাৰ বাবে জিলা প্রশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ অংশ হিচাপে লোক নিৰ্মাণ বিভাগে ১৮ কোটি টকা ব্যয় সাপেক্ষে বিলখনৰ চাৰিওফালে মথাউৰি নিৰ্মাণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে যাতে পর্যটকসকলে বিলখনৰ চাৰ...

February 21, 2025 6:49 PM

views 52

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস পালন

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস পালন কৰা হয়। ভাষিক-সাংস্কৃতিক বৈচিত্র্য আৰু বহুভাষাবাদৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে প্ৰতি বছৰে এই দিৱস পালন কৰি অহা হৈছে। নগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত আজি নৱৰূপ জাতীয় বিদ্যাপীঠৰ প্ৰেক্ষাগৃহত আয়োজিত আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱসত বিদ...

February 21, 2025 6:48 PM

views 37

আজিৰে পৰা সৰুসজাইত কেন্দ্ৰীয়ভাৱে আখৰা ঝুমইৰ বিনন্দিনীৰ

অসমৰ চাহৰ ২০০ বছৰীয়া চহকী ঐতিহ্য উদযাপনৰ উদ্দেশ্যে অহা ২৪ ফেব্ৰুৱাৰীত আয়োজন কৰা ঝুমইৰ বিনন্দিনী অনুষ্ঠানৰ বাবে সৰুসজাইত আজিৰে পৰা কেন্দ্ৰীয়ভাৱে আখৰা অনুষ্ঠিত হৈছে। ৰাজ্যৰ বিভিন্ন জিলাৰ ৯ হাজাৰৰো অধিক চাহ জনগোষ্ঠীৰ শিল্পীয়ে এই অনুষ্ঠানত ভাগ লৈছে। এই অনুষ্ঠানৰ বাবে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্র, সাং...

February 21, 2025 6:44 PM

views 61

দুবাৰকৈ স্থগিত অসম বিধানসভাৰ কাৰ্যক্ৰমণিকা

কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনক দুৰ্বৃত্তই আক্ৰমণ কৰাৰ ঘটনাক লৈ সৃষ্টি হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজি অসম বিধানসভাৰ কাৰ্যক্ৰমণিকা দুবাৰকৈ স্থগিত ৰাখিবলগীয়া হয়। পুৱাৰ ভাগত সদন মিলিত হোৱাৰ সময়ত কংগ্ৰেছৰ বিধায়কসকলে এই ঘটনা সন্দৰ্ভত সভা স্থগিত প্ৰস্তাৱ উত্থাপন কৰে। অধ্যক্ষ বিশ্বজিৎ দৈমা...

February 21, 2025 6:27 PM

views 24

কৃষি ক্ষেত্রৰ বহুকেইটা সামগ্ৰীৰ ৰপ্তানীৰে আন্তর্জাতিক বজাৰত ভাৰতৰ অভূতপূৰ্ব সফলতা লাভ

প্ৰথমবাৰলৈ বহুকেইটা সামগ্ৰীৰ ৰপ্তানীৰে ভাৰতৰ কৃষি ক্ষেত্রই আন্তর্জাতিক বজাৰত অভূতপূৰ্ব সফলতা লাভ কৰিছে। কৃষি ক্ষেত্ৰত হোৱা এই সম্প্ৰসাৰণে ভাৰতৰ খেতিয়কসকলক সৱল কৰি তোলাৰ লগতে গ্রাম্য অর্থনীতি উন্নত কৰা আৰু আন্তঃৰাষ্ট্ৰীয় মানচিত্ৰত ভাৰতৰ কৃষি কৰ্মক এক সুকীয়া স্থান প্ৰদান কৰিব বুলি আশা কৰা হৈছে। প্ৰ...

February 21, 2025 6:20 PM

views 64

অভয় গজানন শ্বিংগে আৰু মংগেশ ৱায়ল নামৰ দুজন লোকক গ্ৰেপ্তাৰ মুম্বাইৰ অপৰাধ শাখাৰ

মুম্বাইৰ অপৰাধ শাখাই আজি পুৱা বুলধানা জিলাৰ দেউলগাঁৱৰাজা অঞ্চলৰ পৰা অভয় গজানন শ্বিংগে আৰু মংগেশ ৱায়ল নামৰ দুজন লোকক গ্ৰেপ্তাৰ কৰিছে। মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্রী একনাথ সিন্দে বাহনত বোমা পেলোৱাৰ ভাবুকি দিয়াৰ গোচৰত লোক দুজনক গ্ৰেপ্তাৰ কৰা হৈছে। লোক দুজনে কালি উপ মুখ্যমন্ত্ৰীগৰাকীৰ কাৰ্যালয়ৰ ই-মেইল ...

February 21, 2025 6:11 PM

views 55

শিক্ষাক ৰাজনীতিকৰণ নকৰিবলৈ তামিলনাডুৰ মুখ্যমন্ত্রীক আহ্বান শিক্ষামন্ত্রীৰ

কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে কয়, যে তামিল ভাষা আৰু সংস্কৃতিক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে নৰেন্দ্ৰ মোডী চৰকাৰ বদ্ধপৰিকৰ। তামিলনাডুৰ মুখ্যমন্ত্রী এম কে স্টেলিনলৈ লিখা এখন পত্ৰত শ্ৰী প্ৰধানে শিক্ষাক ৰাজনীতিকৰণ নকৰিবলৈ আৰু ছাত্ৰ-ছাত্ৰীসকলৰ স্বাৰ্থতে ৰাজনৈতিক ভাবাদর্শ...

February 21, 2025 6:24 PM

views 61

সোমবাৰে প্ৰধানমন্ত্রী কিষাণ সম্মান নিধিৰ ঊনবিংশ কিস্তি মুকলি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অহা সোমবাৰে প্ৰধানমন্ত্রী কিষাণ সম্মান নিধিৰ ঊনবিংশ কিস্তি মুকলি কৰিব। এই আঁচনিৰ অধীনত কৃষিভূমি থকা কৃষকসকলক তিনিটা সমপৰিমাণৰ কিস্তিত প্ৰতিবছৰে ৬ হাজাৰ টকাকৈ প্ৰদান কৰা হয়। নতুন দিল্লীত আজি এখন সংবাদমেল সম্বোধন কৰি কেন্দ্ৰীয় কৃষিমন্ত্রী শিৱৰাজ সিং চৌহানে কয়, যে এই অ...

February 21, 2025 5:53 PM

views 41

নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজি ছ’ল লীডাৰশ্বিপ শীৰ্ষ সন্মিলনৰ প্ৰথম সংস্কৰণ মুকলি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আন্তঃৰাষ্ট্ৰীয় শক্তি কেন্দ্ৰ হিচাপে ভাৰতৰ উত্থান ঘটাৰ পৰিপ্ৰেক্ষিতত প্ৰত্যেকটো খণ্ডতে প্রতিভাবান নেতাৰ প্ৰয়োজনত গুৰুত্ব আৰোপ কৰিছে। তেওঁ কয়, যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ফেৰ মাৰিবলৈ বিশ্বমানৰ নেতা আৰু আন্তঃৰাষ্ট্ৰীয় নেতৃত্বৰ প্ৰয়োজন। নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজি ছ...

February 21, 2025 12:44 PM

views 32

কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনক দুর্বৃত্তৰ আক্রমণৰ ঘটনাক লৈ অসম বিধানসভাত হুলস্থূলীয়া পৰিস্থিতি, দুবাৰকৈ সদন স্থগিত

কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনক দুর্বৃত্তই আক্রমণ কৰাৰ ঘটনাক লৈ সৃষ্টি হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজি অসম বিধানসভাৰ কাৰ্যক্ৰমণিকা দুবাৰকৈ স্থগিত ৰাখিবলগীয়া হয়। পুৱা সদন মিলিত হোৱাৰ সময়ত কংগ্ৰেছৰ বিধায়কসকলে এই ঘটনা সন্দৰ্ভত সভা স্থগিত প্ৰস্তাৱ উত্থাপন কৰে। অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ...