January 28, 2025 6:39 PM

views 41

কলম্বোত থকা ভাৰতৰ উচ্চায়ুক্তই ২০২৫-২৬ শৈক্ষিক বৰ্ষৰ ২০০ গৰাকী শ্ৰীলংকাৰ শিক্ষাৰ্থীক সম্পূৰ্ণ শিক্ষা ব্যয় সামৰি জলপানি আগবঢ়োৱাৰ কথা ঘোষণা

কলম্বোত থকা ভাৰতৰ উচ্চায়ুক্তই ২০২৫-২৬ শৈক্ষিক বৰ্ষৰ বাবে ২০০ গৰাকী শ্ৰীলংকাৰ শিক্ষাৰ্থীক সম্পূৰ্ণ শিক্ষা ব্যয় সামৰি জলপানি আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। বিভিন্ন বিষয়ত প্ৰদান কৰিবলগীয়া এই জলপানিৰ উদ্দেশ্য হৈছে ভাৰতীয় প্ৰতিষ্ঠান আৰু বিশ্ববিদ্যালয়সমূহত গুণগত শিক্ষাৰ প্ৰসাৰ কৰা। এই জলপানিয়ে শিক্ষাৰ্...

January 28, 2025 6:35 PM

views 91

ড’নাল্ড ট্রাম্পৰ দ্বিতীয়টো কাৰ্যকালৰ বাবে অভিনন্দন প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ সৈতে বাৰ্তালাপ কৰি তেওঁক দ্বিতীয়টো কাৰ্যকালৰ বাবে অভিনন্দন জনায়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰী মোদীয়ে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ পাৰস্পৰিক সম্পৰ্ক সুদৃঢ় কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ বুলি উল্লেখ কৰি কয়, যে ...

January 28, 2025 5:55 PM

views 39

যমুনাৰ পানীত বিহ মিহলোৱা বুলি আপে কৰা অভিযোগৰ তীব্ৰ প্ৰতিক্ৰিয়া বিজেপিৰ

দিল্লীত বিধানসভা নিৰ্বাচনৰ পূৰ্বে যমুনাৰ পানীক লৈ আম আদমী পাৰ্টী আৰু বিজেপিৰ বাক যুদ্ধই আকৰ্ষণীয় ৰূপ লৈছে। হাৰিয়ানাৰ বিজেপি চৰকাৰে যমুনাৰ পানীত বিহ মিহলোৱা বুলি আপে কৰা অভিযোগৰ বিজেপিয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বিজেপিৰ মুখপাত্র সুধাংশু ত্রিবেদীয়ে সংবাদ মাধ্যমক কয়, যে জল বোর্ডে এই অভিযোগ...

January 28, 2025 5:49 PM

views 42

দিল্লী বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান অব্যাহত

দিল্লীত ৭০ খন আসনবিশিষ্ট বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান চলি আছে। বিজেপি, আম আদমী পাৰ্টী আৰু কংগ্ৰেছৰ শীৰ্ষ পৰ্যায়ৰ নেতাসকলে ৰোড শ্ব', ঘৰে ঘৰে প্ৰচাৰ, জনসভা আদিৰ জৰিয়তে ভোট দাতাক আকর্ষণ কৰিবলে চেষ্টা চলাইছে।বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে আজি বৰপুৰ আৰু কস্তুৰবা নগ...

January 28, 2025 5:25 PM

views 51

ভূৱনেশ্বৰত উৎকর্ষ ওড়িশা, মেক ইন ওড়িশা সন্মিলন উদ্বোধন প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভূৱনেশ্বৰত উৎকর্ষ ওড়িশা, মেক ইন ওড়িশা সন্মিলন উদ্বোধন কৰে। ওড়িশা চৰকাৰৰ উদ্যোগত উৎকর্ষ ওড়িশা শীর্ষক এই গোলকীয় বিনিয়োগ সন্মিলনখনৰ আয়োজন কৰা হৈছে। এই সন্মিলনৰ জৰিয়তে ৰাজ্যখনলৈ বিনিয়োগকাৰীক আকৰ্ষণৰ চেষ্টা চলোৱা হৈছে। ওড়িশাই এই দুদিনীয়া সন্মিলনৰ মাধ্যমেৰে ৫ ...

January 27, 2025 8:27 PM

views 21

যশপ্রীত বুমৰালৈ বৰ্ষশ্রেষ্ঠ পুৰুষ টেষ্ট ক্ৰিকেটাৰ বঁটা

ভাৰতৰ দ্ৰুতবেগী তাৰকা বলাৰ যশপ্রীত বুমৰালৈ ২০২৪ বৰ্ষৰ বাবে আন্তৰাষ্ট্ৰীয় ক্রিকেট পৰিষদৰ বৰ্ষশ্রেষ্ঠ পুৰুষ টেষ্ট ক্ৰিকেটাৰ বঁটা আগবঢ়োৱা হৈছে। যোৱাটো বৰ্ষত বুমৰাই ১৩ খন টেষ্ট ক্রিকেট খেলত অংশগ্ৰহণ কৰি ৩৫৭ অভাৰ বলিং কৰি ১৪ দশমিক ৯ – ২ গড়েৰে ৭১ টা উইকেট দখল কৰে। তেওঁৰ এই অনবদ্য প্ৰদৰ্শনৰ বাবে তেওঁলৈ ...

January 27, 2025 8:25 PM

views 59

লাওচত চাইবাৰ স্কেম কেন্দ্ৰৰ পৰা ৭৬ গৰাকী ভাৰতীয় যুৱক-যুৱতীক উদ্ধাৰ ভাৰতীয় দূতাবাসৰ

লাওচত থকা ভাৰতীয় দূতাবাসে গোল্ডেন ট্রাইংগল স্পেচিয়েল ইকনমিক জানত থকা কেইবাটাও চাইবাৰ স্কেম কেন্দ্ৰৰ পৰা ৭৬ গৰাকী ভাৰতীয় যুৱক-যুৱতীক উদ্ধাৰ কৰিছে। দূতাবাসে এটা বিবৃতিযোগে এই যুৱক-যুৱতীসকলক আপৰাধিক চিণ্ডিকেটসমূহে ভয়-ভাবুকি আৰু প্রলোভনেৰে বিভিন্ন চাইবাৰ অপৰাধৰ সৈতে সংযুক্ত কৰিছিল বুলি প্ৰকাশ কৰিছে।...

January 27, 2025 8:24 PM

views 43

তিনিদিনীয়া কাৰ্যসূচীৰে ড° এছ জয়শংকৰৰ আজিৰে পৰা সংযুক্ত আৰব আমিৰী ৰাষ্ট্ৰ ভ্ৰমণ

বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ড° এছ জয়শংকৰে আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে সংযুক্ত আৰব আমিৰী ৰাষ্ট্ৰ ভ্ৰমণ কৰিব। এই ভ্ৰমণকালত তেওঁ দেশখনৰ বিভিন্ন নেতাক সাক্ষাৎ কৰি দুয়োখন দেশৰ মাজৰ ঘনিষ্ঠ সম্পৰ্কৰ পৰ্যালোচনা কৰিব। উভয়পক্ষৰ মাজৰ আলোচনাই এই দ্বিপাক্ষিক সম্পর্কক অধিক শক্তিশালী কৰি তোলাৰ পথ প্ৰশ...

January 27, 2025 8:22 PM

views 49

নতুন দিল্লীৰ লালকিল্লাত আজি ভাৰত পৰ্ব অনুষ্ঠানৰ আয়োজন

দেশৰ ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ অংশ হিচাপে নতুন দিল্লীৰ লালকিল্লাত আজি ভাৰত পৰ্ব অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠান অহা ৩১ জানুৱাৰী পৰ্যন্ত জনসাধাৰণৰ বাবে মুকলি থাকিব। এই অনুষ্ঠানত ভাগ লোৱা দৰ্শক-শ্রোতাসকলে গণৰাজ্য দিৱসৰ কুচকাৱাজত অংশগ্ৰহণ কৰা সশস্ত্র বাহিনীৰ বেণ্ড, ভিন ভিন ৰাজ্য আৰু কেন্দ্ৰ...

January 27, 2025 8:19 PM

views 54

কাইলৈ ডেৰাডুনত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া আনুষ্ঠানিকভাৱে উদ্বোধন

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ উত্তৰাখণ্ডৰ ডেৰাডুনত কাইলৈ ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। ডেৰাডুনৰ মহাৰাণা প্রতাপ ষ্টেডিয়ামত হবলগীয়া বর্ণাঢ্য উদ্বোধনী অনুষ্ঠানত শ্রীমোদীৰ লগতে কমনৱেলথ গেমছ ফেডাৰেচনৰ সভাপতি ক্ৰিছ জেনকিনছ, উত্তৰাখণ্ডৰ ৰাজ্যপাল গুৰমিত সিং, মুখ্যমন্ত্রী...