January 21, 2025 11:01 AM

views 40

ভাৰত মণ্ডপমত প্ৰধানমন্ত্ৰী জনমন কাৰ্যসূচী সন্দৰ্ভত জিলা ন্যায়াধীশৰ ৰাষ্ট্ৰীয় সন্মিলন

কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰ্যালয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত প্ৰধানমন্ত্ৰী জনমন কাৰ্যসূচী সন্দৰ্ভত জিলা ন্যায়াধীশসকলৰ এখন ৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন কৰিছে। কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰাম আৰু বিভাগটোৰ ৰাজ্যিক মন্ত্ৰী দুর্গা দাস উইকেও এই সন্মিলনত ভাগ ল'ব। এই সন্মিলনত প্রধানমন...

January 20, 2025 9:22 PM

views 29

গুৱাহাটীত অপৰাধমূলক কার্যকলাপ ৰোধ কৰা তথা এনে কাৰ্যত জড়িতৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান

গুৱাহাটী মহানগৰত অপৰাধমূলক কার্যকলাপ ৰোধ কৰা তথা এনে কাৰ্যত জড়িতসকলৰ বিৰুদ্ধে মহানগৰ আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তুলিছে। গুৱাহাটীত আজি এখন সংবাদমেলৰ জৰিয়তে এই কথা প্ৰকাশ কৰি আৰক্ষী আয়ুক্ত ড০ পার্থসাৰথি মহন্তই কয়, যে মহানগৰৰ বিভিন্ন অঞ্চলত আৰক্ষীয়ে ব্যাপক তালাচী অভিযান অব্যাহত ৰাখিছে আৰু বিভিন্...

January 20, 2025 9:21 PM

views 17

মৰিগাঁও জিলাৰ চৰাইবাহীৰ আৰ্যমিত্ৰ নাথলৈ প্ৰতিৰক্ষা মন্ত্ৰীৰ পদক

ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনী (এন চি চি)ৰ প্ৰতি দেখুওৱা নিষ্ঠা আৰু পৰ্বতাৰোহণৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰা অসাধাৰণ কৃতিত্বৰ বাবে মৰিগাঁও জিলাৰ চৰাইবাহীৰ আৰ্যমিত্ৰ নাথক প্ৰতিৰক্ষা মন্ত্ৰীৰ পদকেৰে সন্মানিত কৰা হৈছে। পর্বতাৰোহণৰ প্ৰশিক্ষক তথা অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ সদস্য হিচাপে আর্যমিত্রই ...

January 20, 2025 9:20 PM

views 39

২০১৭-১৮ চনত স্থাপিত শিক্ষানুষ্ঠানসমূহত কৰ্মৰত শিক্ষক পদসমূহ প্ৰাদেশিকীকৰণৰ আওতালৈ আনিবলৈ চৰকাৰক শিক্ষক-কর্মচাৰী সংস্থাৰ আহ্বান

সদৌ অসম অপ্রাদেশীকৃত শিক্ষক-কর্মচাৰী সংস্থাই ২০১৭-১৮ চনত স্থাপন হোৱা শিক্ষানুষ্ঠানসমূহত কৰ্মৰত শিক্ষক পদসমূহ প্ৰাদেশিকীকৰণৰ আওতালৈ অনাৰ বাবে চৰকাৰৰ প্ৰতি আহ্বান জনাইছে। গুৱাহাটীৰ শিলপুখুৰী দুর্গামন্দিৰ প্ৰেক্ষাগৃহত আয়োজিত শিক্ষক-কর্মচাৰী সংস্থাৰ সাধাৰণ সভাত আজি সংস্থাটোৱে প্ৰাদেশিকীকৰণৰ বিষয়টো কাৰ...

January 20, 2025 8:59 PM

views 22

ছুইজাৰলেণ্ডৰ দাভোছোত বিশ্ব অর্থনৈতিক ফ’ৰামৰ ৫৫সংখ্যক বাৰ্ষিক অধিৱেশন

ছুইজাৰলেণ্ডৰ দাভোছোত আজিৰে পৰা বিশ্ব অর্থনৈতিক ফ'ৰামৰ ৫৫সংখ্যক বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈছে। বিশ্বৰ ১৩০ খন দেশৰ প্ৰায় ৩ হাজাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা এই অধিৱেশনত বিশ্বৰ অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰা, নতুন প্ৰযুক্তিৰ প্ৰয়োগ, সামাজিক আৰু অৰ্থনৈতিক সমতাৰ সৈতে বিকাশ সম্পৰ্কত আলোকপাত কৰা হ'ব। বিশ্ব...

January 20, 2025 8:57 PM

views 18

দিল্লী বিধানসভা নিৰ্বাচনৰ বাবে ৭১৯গৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল

দিল্লী বিধানসভা নিৰ্বাচনৰ মনোনয়ন-পত্ৰ প্ৰত্যাহাৰৰ সময়সীমা আজি অন্ত পৰিছে। ৭০ জনীয়া দিল্লী বিধানসভাৰ বাবে মুঠ ৭১৯ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল। নতুন দিল্লী বিধানসভা আসনখনৰ বাবে সৰ্বাধিক ২৩ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল। পেটেল নগৰ আৰু কস্তুৰবা নগৰৰ আসন দুখনৰ বাবে ৫ গৰাকীকৈ প্ৰাৰ্...

January 20, 2025 8:56 PM

views 28

উত্তৰাখণ্ডত উমৈহতীয়া দেৱানী বিধি প্ৰস্তুতত মন্ত্রীসভাৰ অনুমোদন

উত্তৰাখণ্ড মন্ত্রীসভাই ৰাজ্যখনত উমৈহতীয়া দেৱানী বিধি প্ৰস্তুতত অনুমোদন জনাইছে। আজি ডেৰাডুনত অনুষ্ঠিত ৰাজ্য মন্ত্ৰীসভাৰ বৈঠকৰ পাছত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামিয়ে এই কথা প্ৰকাশ কৰি কয়, যে এই বিধি প্ৰস্তুত হৈ উঠিলে ৰাজ্যখনত উমৈহতীয়া দেৱানী বিধি প্ৰৱৰ্তন কৰা হ'ব আৰু ইয়াৰ ফলত এনে বিধি বলৱৎ ...

January 20, 2025 8:55 PM

views 20

অস্থায়ী কর্মীসকলক শীঘ্ৰেই শ্রমিক সুৰক্ষাৰ অধীনত অনা হ’বঃ কেন্দ্ৰীয় মন্ত্ৰী মনসুখ মন্দাভিয়া

কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্রী ড° মনসুখ মন্দাভিয়াই আজি কয়, যে অস্থায়ী কর্মীসকলক অতি শীঘ্ৰেই শ্রমিক সুৰক্ষাৰ অধীনত অনা হ’ব। নতুন দিল্লীত অনুষ্ঠিত অনানুষ্ঠানিক খণ্ডৰ শ্ৰমিকসকলৰ বাবে আনুষ্ঠানিককৰণ আৰু সামাজিক সুৰক্ষা সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰত ভাষণ দি ড° মন্দাভিয়াই এইদৰে জানিবলৈ দিয়...

January 20, 2025 8:20 PM

views 26

দক্ষিণ কোৰিয়াত এডভাণ্টেজ আছামৰ ৰোড শ্ব’ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা; ১৪০গৰাকীৰো অধিক উদ্যোগপতিৰে মতবিনিময়

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি দক্ষিণ কোৰিয়াৰ ৰাজধানী ছিউলত ইণ্ডিয়ান চেম্বাৰ অৱ কমাৰ্চে আয়োজন কৰা এডভাণ্টেজ আছামৰ ৰোড শ্ব’ত অংশগ্ৰহণ কৰি ১৪০ গৰাকীৰো অধিক উদ্যোগপতিৰ সৈতে মতবিনিময় কৰে। অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত হ'বলগীয়া এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণলৈ বিদেশী বিনিয়োগকাৰীক আ...

January 20, 2025 8:19 PM

views 27

ৰাজ্যৰ ১৪খন জিলাত দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ বহিঃমূল্যায়ন আৰম্ভ

ৰাজ্যৰ ১৪খন জিলাক সামৰি আজিৰে পৰা দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ বহিঃমূল্যায়ন আৰম্ভ হৈছে। দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱত সামৰি লোৱা ১৪ খন জিলা হৈছে- বাক্সা, চৰাইদেউ, চিৰাং, ধেমাজি, ধুবুৰী, গোলাঘাট, হাইলাকান্দি, হোজাই, যোৰহাট, কামৰূপ মহানগৰ, শোণিতপুৰ, তামুলপুৰ, তিনিচুকীয়া আৰু পশ্চিম কাৰ্বি আংলং । শিক্ষা বি...