অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগে অসম মাধ্যমিক বিদ্যালয় কাৰ্যালয়ৰ সহায়ক সন্থাৰ অধিবেশনৰ বাবে প্ৰতিনিধিসকলৰ বিশেষ ছুটি মঞ্জুৰ কৰিছে। অহা ১০ জুলাইৰ পৰা ১২ জুলাইলৈ ধেমাজিৰ চিলাপথাৰত মাধ্যমিক বিদ্যালয় কার্যালয় সহায়ক সন্থাৰ ১৯ সংখ্যক দ্বিবার্ষিক অধিবেশন অনুষ্ঠিত হ’ব।
Assamese | July 4, 2025 1:03 PM | Assam Govt
অসম মাধ্যমিক বিদ্যালয় কাৰ্যালয়ৰ সহায়ক সন্থাৰ অধিবেশনৰ বাবে প্ৰতিনিধিসকলৰ বিশেষ ছুটি মঞ্জুৰ