অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন অহা ২২ আগষ্টৰ পৰা অনুষ্ঠিত হ’ব। ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই কালি এখন অধিসূচনাযোগে শৰৎকালীন অধিৱেশন ২২ আগষ্টৰ পৰা হ’ব বুলি প্ৰকাশ কৰে। সেইদিনা পুৱা ৯.৩০ বজাৰ পৰা অধিৱেশনৰ কাম-কাজ আৰম্ভ হ’ব।
Assamese | July 19, 2024 11:50 AM | Assam Assembly
অহা ২২ আগষ্টৰ পৰা অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন