খাদ্য সুৰক্ষা সুনিশ্চিতকৰণৰ লক্ষ্যৰে ৰাজ্য চৰকাৰৰ জনমুখী প্ৰয়াসৰ অংশ হিচাপে আজিৰেপৰা ১০ জানুৱাৰীলৈ অন্ন সেৱা দিন পালন কৰা হ’ব। এই দিনকেইটাত প্রধানমন্ত্রী গৰীৰ কল্যাণ অন্ন যোজনাৰ হিতাধিকাৰীসকলক অন্ত্যোদয়া অন্ন যোজনাৰ অধীনত ৩৫ কিলোগ্রামকৈ চাউল প্ৰদান কৰাৰ লগতে অগ্ৰাধিকাৰপ্ৰাপ্ত প্ৰতিটো পৰিয়াললৈ ৫ কিলোগ্রামকৈ চাউল প্রদান কৰা হ’ব। জনসাধাৰণক সুলভ মূল্যৰ দোকানৰ পৰা বিনামূলীয়া চাউল সংগ্ৰহ কৰি ৰচিদ ল’বলৈ ৰাজ্য চৰকাৰে আহ্বান জনাইছে।
Assamese | January 1, 2025 4:09 PM | anna sewa din
আজিৰেপৰা ১০ জানুৱাৰীলৈ অন্ন সেৱা দিন পালন