April 20, 2025 7:35 PM

views 17

সপ্তদশ অসামৰিক সেৱা দিৱস উপলক্ষে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীত চৰকাৰী কৰ্মচাৰীসকলক উদ্দেশ্যি ভাষণ দিব

সপ্তদশ অসামৰিক সেৱা দিৱস উপলক্ষে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত এদিনীয়া সন্মিলনত দেশৰ চৰকাৰী কৰ্মচাৰীসকলক উদ্দেশ্যি ভাষণ দিব। এই অনুষ্ঠানত প্রধানমন্ত্রী মোদীয়ে অগ্ৰাধিকাৰপ্ৰাপ্ত কাৰ্যসূচী আৰু উদ্ভাৱনসমূহৰ ফলপ্ৰসূ ৰূপায়ণৰ বাবে বিভিন্ন জিলা প্ৰশাসন, ৰাজ্য আৰু...

April 20, 2025 7:32 PM

views 29

প্রধানমন্ত্ৰী আৱাস যোজনা-নগৰৰ অধীনত ৰাজ্যত ১ কোটি ২০ লাখ পকীঘৰ নিৰ্মাণঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা

প্রধানমন্ত্ৰী আৱাস যোজনা-নগৰৰ অধীনত ৰাজ্যত ১ কোটি ২০ লাখ পকীঘৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰে। তেওঁ লগতে কয়, যে ইয়াৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিশ্ৰুতি আৰু দুখীয়া লোকৰ সপোন, এই দুয়োটাই পূর্ণতা লাভ কৰিছে।

April 20, 2025 7:15 PM

views 94

ধেমাজি আৰু জোনাই বিধানসভা সমষ্টিৰ প্ৰথমগৰাকী বিধায়ক, প্রাক্তন মন্ত্ৰী ৰমেশ মোহন কুলিৰ প্ৰতিমূৰ্তি আৰু উদ্যান  মুকলি

ধেমাজি জিলাৰ কুলাজানত ধেমাজি আৰু জোনাই বিধানসভা সমষ্টিৰ প্ৰথমগৰাকী বিধায়ক, প্রাক্তন মন্ত্ৰী ৰমেশ মোহন কুলিৰ প্ৰতিমূৰ্তি আৰু উদ্যানখন আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। জোনাইৰ বিধায়ক ভূৱন পেগুৱে আজি এই প্ৰতিমূৰ্তি আৰু উদ্যানখন উদ্বোধন কৰে। অনুষ্ঠানত অংশগ্ৰহণ কৰি শিক্ষামন্ত্ৰী তথা ধেমাজিৰ অভিভাৱক মন্...

April 20, 2025 11:24 AM

views 27

অসমীয়া বিয়াৰ পৰিৱৰ্তন আৰু কিছু চিন্তা-দুঃচিন্তা বিষয়ক আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ বিশেষ সংবাদ চলন্তিকা

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে আজি সন্ধিয়া ৭ বাজি ৪৫ মিনিটত অসমীয়া বিয়াৰ পৰিৱৰ্তন আৰু কিছু চিন্তা-দুঃচিন্তা বিষয়ক এটি বিশেষ সংবাদ চলন্তিকা প্ৰচাৰ কৰিব। এই অনুষ্ঠানৰ পৰিকল্পনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰব্ববী ৰাজীৱ লোচন বৰঠাকুৰৰ।

April 20, 2025 11:19 AM

views 103

সাদিনীয়া ৰঙালী বিহুৰ আজি চেৰা বা এৰা বিহু

সাদিনীয়া ৰঙালী বিহুৰ আজি শেষৰ দিনাটো চেৰা বা এৰা বিহু হিচাপে পালন কৰা হৈছে। পৰম্পৰা অনুসৰি চেৰা বিহুৰ দিনা দৈ আৰু পঁইতা ভাত খোৱা হয় আৰু বিচনীৰে জুৰ লোৱা হয়। এনেদৰে বিচনীবে জুব ল'লে বছৰটোলৈ দেহা শাঁত পৰি থাকে বুলি বিশ্বাস কৰা হয়। চেৰা বিহুৰ সৈতে বিভিন্ন ৰীতি-নীতি প্রচলিত আছে। ৰাজ্যৰ ঠায়ে ঠায়ে আ...

April 20, 2025 11:15 AM

views 75

ব’হাগ বিহুৰ পৰম্পৰা হিচাপে নামনি অসমৰ বিভিন্ন ঠাইত পাউৰাতোলা আৰু ভঠেলি উৎসৱৰ আয়োজন

ব'হাগ বিহুৰ পৰম্পৰাৰ অংশ হিচাপে আজি নামনি অসমৰ কোনো কোনো ঠাইত বাঁহ গোঁসাই, পাউৰাতোলা আৰু ভঠেলি উৎসৱৰ আয়োজন কৰা হৈছে। বাক্সা জিলাৰ গোৰেশ্বৰৰ বেতনাত শৰণীয়া কছাৰী জনগোষ্ঠীয়ে পৰহিৰে পৰা তিনিদিনীয়াকৈ আয়োজন কৰা বাঁহ গোঁসাই উৎসৱৰ আজি সামৰণি পৰিব। এই উৎসৱৰ অংশ হিচাপে বাঁহ গোসাঁই পূজাৰ পৰম্পৰা ৰক্ষা কৰা...

April 20, 2025 11:05 AM

views 38

আই পি এল ক্রিকেট প্রতিযোগিতাত লক্ষ্ণৌ চুপাৰ জায়েণ্টছৰ বিৰুদ্ধ ৰাজস্থান ৰয়েলছ দুই ৰানত পৰাস্ত

আই পি এল ক্রিকেট প্রতিযোগিতাত যোৱা নিশা জয়পুৰত অনুষ্ঠিত এখন খেলত লক্ষ্ণৌ চুপাৰ জায়েণ্টছে – ৰাজস্থান ৰয়েলছক দুই ৰানত পৰাস্ত কৰে। ৰাজস্থান ৰয়েলছে ১৮১ ৰাণৰ লক্ষ্যৰে খেলি নিৰ্ধাৰিত ২০ অভাৰত ৫টা উইকেট হেৰুৱাই ১৭৮ ৰানহে কৰিবলৈ সমৰ্থ হয়। ৰাজস্থানৰ হৈ যশস্বী জয়ছোৱালে সৰ্বাধিক ৭৪ ৰান কৰে। লক্ষ্ণৌ চুপাৰ...

April 20, 2025 11:02 AM

views 36

দুদিনীয়া ছৌডি আৰব ভ্রমণসূচীৰে জেদ্দাহলৈ যাব প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পৰহিলৈ দুদিনীয়া ছৌডি আৰব ভ্রমণসূচীৰে জেদ্দাহত উপস্থিত হ'ব। এয়া হ'ব বিগত চাৰি দশকত কোনো ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথম জেদ্দাহ ভ্রমণ। এই ভ্রমণে ভাৰত আৰু ছৌডি আৰবৰ মাজৰ সম্বন্ধৰ অভূতপূৰ্ব পৰিৱৰ্তনক প্ৰতিফলিত কৰিছে। এইবাৰৰ এই ভ্ৰমণ বিশেষ তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে কিয়নো...

April 20, 2025 10:58 AM

views 64

ছত্তিশগড়ৰ নাৰায়ণপুৰত চাৰিগৰাকী মহিলাসহ আৰু ৫ জন মাওবাদীৰ আত্মসমৰ্পণ

ছত্তিশগড়ৰ নাৰায়ণপুৰত কালি চাৰিগৰাকী মহিলাসহ আৰু ৫ জন মাওবাদীয়ে আত্মসমৰ্পণ কৰে। ছত্তিশগড়ৰ ছুকমা জিলাত পৰহি ৯ গৰাকী মহিলাসহ আন ২২ জন মাওবাদীয়ে আৰক্ষী অধীক্ষকৰ ওচৰত অস্ত্ৰ সম্বৰণ কৰিছিল। আৰক্ষী অধীক্ষকগৰাকীয়ে জনোৱা অনুসৰি চৰকাৰৰ আত্মসমৰ্পণ নীতিৰ অধীনত অস্ত্ৰ সম্বৰণ কৰা সকলক সকলো সা-সুবিধা আগবঢ়োৱ...

April 20, 2025 10:53 AM

views 21

দিল্লীৰ মুস্তাফাবাদত এটা চাৰি মহলীয়া ভৱন খহি ১১ জন লোকৰ প্ৰাণহানি

দিল্লীৰ মুস্তাফাবাদ এলেকাত কালি পুৱতি নিশা এটা চাৰি মহলীয়া ভৱন খহি পৰাৰ ফলত ১১ জন লোকে প্ৰাণ হেৰুৱায়। ধ্বংসস্তূপৰ মাজৰ পৰা উদ্ধাৰ কৰা ৫ জন লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু আন ৬ জনক চিকিৎসাৰ অন্তত ঘৰলৈ যাব দিয়া হৈছে। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ লগতে আৰক্ষী, অগ্নি নির্বাপণ বাহিনী, দিল্লী...