December 15, 2025 11:36 AM

views 63

পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত নির্বাচন আয়োগৰ ইভিএমসমূহৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষণ

২০২৬ চনৰ পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত নির্বাচন আয়োগে ই ভি এম সমূহৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষণ প্ৰক্ৰিয়া শক্তিশালী কৰি তুলিছে। এই প্ৰথম পৰ্যায়ৰ পৰীক্ষণ প্ৰক্ৰিয়া নিৰীক্ষণৰ বাবে অন্য ৰাজ্যৰ ৫ জন নডেল বিষয়াক নিয়োগ কৰা হৈছে। অৰুণাচল প্ৰদেশৰ উপ-মুখ্য নির্বাচনী বিষয়া শ্বানিয়া কায়েম মিজে...

December 15, 2025 11:31 AM

views 64

নীতিন নবীনক বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি হিচাপে নিযুক্তি

বিজেপি সংসদীয় পৰিষদে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ বিহাৰৰ মন্ত্ৰী তথা পাঁচবাৰৰ বিধায়ক নীতিন নবীনক দলৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি হিচাপে নিযুক্তি দিছে। এগৰাকী সাংগঠনিক নেতা হিচাপে বহুলভাৱে পৰিচিত শ্ৰীনবীনে সম্প্ৰতি পাটনাৰ বাংকিপুৰ বিধানসভা সমষ্টিক প্রতিনিধিত্ব কৰে। তেওঁ লগতে নীতিশ কুমাৰ নেতৃত্বাধীন...

December 15, 2025 11:29 AM

views 69

ত্রিদেশীয় ভ্রমণসূচীৰে জৰ্ডান, ইথিওপিয়া আৰু ওমানলৈ যাত্ৰা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ত্রিদেশীয় ভ্রমণসূচীৰে আজি জৰ্ডান, ইথিওপিয়া আৰু ওমানলৈ যাব। ভ্ৰমণৰ প্রথম পৰ্যায়ত শ্রীমোদীয়ে জর্ডানৰ ৰজা আব্দুলা দ্বিতীয় বিন অল হুছেইনৰ আমন্ত্রণমৰ্মে দেশখন ভ্ৰমণ কৰিব। প্রধানমন্ত্ৰীয়ে জর্ডানৰ ৰজাৰ সৈতে দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ পৰ্যালোচনা কৰাৰ লগতে অন্যান...

December 14, 2025 9:33 PM

views 48

বিজেপিৰ জ্যেষ্ঠ নেতা নীতিন নবীনক ৰাষ্ট্রীয় কার্যকৰী সভাপতি হিচাপে নিযুক্তি

বিজেপিৰ সংসদীয় পৰিষদে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ দলৰ জ্যেষ্ঠ নেতা নীতিন নবীনক ৰাষ্ট্রীয় কার্যকৰী সভাপতি হিচাপে নিযুক্তি দিছে। নীতিন নবীনে সম্প্রতি বিহাৰ চৰকাৰৰ এগৰাকী মন্ত্ৰী হিচাপে সেৱা আগবঢ়াই আছে। প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে জ্যেষ্ঠ নেতাগৰাকীক শুভেচ্ছা জনাই কয় যে নীতিন নবীন হৈছে দলৰ এগৰকী কঠ...

December 14, 2025 9:24 PM

views 34

উত্তৰ গুৱাহাটী কন্যা উচ্চ বিদ্যালয় আৰু আউনীআটি কমলাদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাইপ্রো আর্থিয়ান ৰাষ্ট্ৰীয় বঁটা ২০২৫ লাভ

উত্তৰ গুৱাহাটী কন্যা উচ্চ বিদ্যালয় আৰু আউনীআটি কমলাদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে বাইপ্রো আর্থিয়ান ৰাষ্ট্ৰীয় বঁটা ২০২৫ লাভ কৰিবলৈ সক্ষম হৈছে। দেশজুৰি লাভ কৰা ২ হেজাৰতকৈ অধিক প্ৰকল্পৰ ভিতৰত এই বিদ্যালয় দুখনৰ প্ৰকল্পক পুৰস্কৃত কৰা হৈছে। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে বিদ্যালয় দুখনৰ সফলতাত আনন্দ প্রকাশ ক...

December 14, 2025 9:17 PM

views 66

সম্রাট পেৰুম্বিডুণ্ড মুথাৰায়াৰ দ্বিতীয় ছুভাৰান মাৰাণৰ স্মৃতিত ডাক টিকট মুকলি

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে নতুন দিল্লীত সম্রাট পেৰুম্বিডুণ্ড মুথাৰায়াৰ দ্বিতীয় ছুভাৰান মাৰাণৰ স্মৃতিত এটা ডাক টিকট মুকলি কৰে। এই উপলক্ষে দিয়া ভাষণত শ্ৰী ৰাধাকৃষ্ণণে তামিল ভাষা-সংস্কৃতিলৈ চৰকাৰৰ নিৰন্তৰ সমর্থনক প্রশংসা কৰে। উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কাশি তামিল সংগমমকে ধৰি বিভিন্ন পদক্ষেপৰ প্ৰসংগ উল্ল...

December 14, 2025 9:10 PM

views 57

ভোটাৰ তালিকাৰ বিশেষ ব্যাপক পুনৰীক্ষণ প্রক্রিয়াক লৈ কংগ্ৰেছ দলে বিভ্রান্তিৰ সৃষ্টি কৰা বুলি বিজেপিৰ অভিযোগ

বিজেপিয়ে আজি ভোটাৰ তালিকাৰ বিশেষ ব্যাপক পুনৰীক্ষণ প্রক্রিয়াক লৈ কংগ্ৰেছ দলে বিভ্রান্তিৰ সৃষ্টি কৰা বুলি অভিযোগ তুলিছে। নতুন দিল্লীত এখন সংবাদ মেল সম্বোধন কৰি দলটোৰ মুখপাত্র সন্দীপ পাত্রই কয়, যে সংসদত নির্বাচনী সংস্কাৰৰ বিষয়ে ইতিমধ্যে ব্যাপক আলোচনা হৈছে। তেওঁ কয়, যে এই আলোচনা কালত গৃহমন্ত্রী অমিত শ্ব...

December 14, 2025 9:04 PM

views 82

কেন্দ্রীয় বিত্ত ৰাজ্য মন্ত্রী পংকজ চৌধাৰী উত্তৰ প্ৰদেশ বিজেপিৰ সভাপতি হিচাপে নির্বাচিত

কেন্দ্রীয় বিত্ত ৰাজ্য মন্ত্রী তথা সাতবাৰকৈ সাংসদৰূপে নির্বাচিত হোৱা পংকজ চৌধাৰী উত্তৰ প্ৰদেশ বিজেপিৰ সভাপতি হিচাপে নির্বাচিত হৈছে। আজি লক্ষ্ণৌত কেন্দ্ৰীয় মন্ত্রী তথা বিজেপিৰ নিৰ্বাচনৰ দায়িত্বত থকা পীয়ুষ গোৱেলে এই কথা আনুষ্ঠানিকভাবে ঘোষণা কৰে। ৰাজ্যিক সভাপতিৰ লগতে বিজেপিয়ে উত্তৰ প্ৰদেশৰ পৰা ৰাষ্ট্ৰী...

December 14, 2025 9:19 PM

views 57

অষ্ট্ৰেলিয়াৰ বন্দী তীৰত সংঘটিত সন্ত্রাসবাদী আক্রমণক প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ তীব্ৰ গৰিহণা

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ইহুদীসকলৰ হানুকাহ উৎসৱৰ প্ৰথম দিনটো উদযাপন কৰা লোকসকলক লক্ষ্য কৰি অষ্ট্ৰেলিয়াৰ বন্দী তীৰত সংঘটিত সন্ত্রাসবাদী আক্রমণক তীব্ৰ গৰিহণা দিছে। সামাজিক মাধ্যম যোগে দিয়া এটা পোষ্টত প্রধানমন্ত্রীয়ে নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। এই শোকৰ সময়ত ভাৰত অষ্ট্ৰেলিয়াৰ জনসাধাৰণৰ সৈ...

December 14, 2025 8:50 PM

views 58

ৰাষ্ট্ৰীয় শক্তি সংৰক্ষণ দিৱস উপলক্ষে কেইবাখনো ৰাজ্যক শক্তিখণ্ডত দেখুওৱা উৎকৃষ্টতাৰ বাবে বঁটা প্ৰদান

অসমে শক্তি সক্ষমতা খণ্ডত উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে কেইখনমান ৰাজ্যৰ ভিতৰত শ্রেষ্ঠ ৰাজ্যৰ স্বীকৃতি লাভ কৰিছে। ৰাষ্ট্ৰীয় শক্তি সংৰক্ষণ দিৱস উপলক্ষে আজি নতুন দিল্লীত আয়োজিত এটা অনুষ্ঠানত কেইবাখনো ৰাজ্যক শক্তিখণ্ডত দেখুওৱা উৎকৃষ্টতাৰ বাবে বঁটা প্ৰদান কৰা হয়। শক্তি সক্ষমতা শিতানত উৎকৃষ্ট প্ৰদৰ্শন কৰা ৰাজ্যৰ ...