December 31, 2025 12:57 PM

views 34

শিৱসাগৰ জিলাত নিশাৰ ভাগত ই-ৰিক্সা আৰু ই-কাৰ্ট চলাচল নিষিদ্ধ

জনসাধাৰণৰ সুৰক্ষা সুনিশ্চিত কৰা আৰু কুঁৱলীৰ সমস্যাত পথ দুৰ্ঘটনা ৰোধ কৰাৰ লক্ষ্যৰে শিৱসাগৰ জিলাত নিশাৰ ভাগত ই-ৰিক্সা আৰু ই-কাৰ্ট চলাচল নিষিদ্ধ কৰা হৈছে। জিলা পৰিবহণ বিষয়াই জাৰি কৰা নিৰ্দেশ অনুসৰি কালিৰেপৰা প্ৰতিদিনে সন্ধিয়া ৭ বজাৰ পৰা পুৱা ৭ বজালৈকে এই নিষেধাজ্ঞা বলৱৎ থাকিব। উল্লেখযোগ্য যে জিলা পথ ...

December 31, 2025 12:37 PM

views 49

শ্ৰীলংকাৰ বিৰুদ্ধে টি-টুৱেণ্টী ক্রিকেট শৃংখলাত ভাৰতৰ মহিলা দলৰ৫-০ৰ ব্যৱধানত জয়লাভ

শ্ৰীলংকাৰ বিৰুদ্ধে অনুষ্ঠিত টি-টুৱেণ্টী ক্রিকেট শৃংখলাত ভাৰতৰ মহিলা দলটোৱে ৫-০ৰ ব্যৱধানত জয়লাভ কৰিছে। কালি তিৰুৱনন্তপুৰমত অনুষ্ঠিত শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেলত ভাৰত ১৫ ৰানত জয়ী হয়। খেলখনত ভাৰতে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ১৭৫ ৰান সংগ্ৰহ কৰে। অধিনায়ক হ...

December 31, 2025 12:34 PM

views 43

বাংলাদেশৰ প্ৰথমগৰাকী মহিলা প্রধানমন্ত্ৰী খালেদা জিয়াৰ দেহাৱসান; ঢাকাত আজি বিয়লি জানাজা

বাংলাদেশৰ প্ৰথমগৰাকী মহিলা প্রধানমন্ত্ৰী তথা বি এন পি নেত্রী খালেদা জিয়াৰ আজি বিয়লি ঢাকাত জানাজা সম্পন্ন কৰা হ'ব। এই কাৰ্যসূচীত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে অংশগ্ৰহণ কৰিব। জানাজাত দক্ষিণ আৰু দক্ষিণ পূব এছিয়াৰ কেইবাখনো দেশৰ প্ৰতিনিধিও উপস্থিত থাকিব। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে ব...

December 31, 2025 12:30 PM

views 104

২০২৫ বৰ্ষৰ আজি অন্তিম দিন; কাইলৈ নতুন সম্ভাৱনা লৈ এটা নতুন বৰ্ষ আৰম্ভ

ইংৰাজী ২০২৫ বৰ্ষৰ আজি অন্তিম দিন। কাইলৈ নতুন সম্ভাৱনা লৈ এটা নতুন বৰ্ষ আৰম্ভ হ'ব। ৰাজনীতি, সমাজনীতি, সাহিত্য-সংস্কৃতি, চলচ্চিত্ৰ, ক্ৰীড়া আৰু বিজ্ঞান-প্ৰযুক্তি জগতৰ বহু উত্থান-পতন আৰু ঘটনা-পৰিঘটনাৰ সাক্ষী হৈ ৰোৱা ২০২৫ বছৰটোৱে অসমবাসীলৈ ভালেমান সুখ আৰু দুখৰ সংবাদ লৈ আহিছিল। এনে প্ৰত্যাহ্বান নেওচিও জন...

December 31, 2025 12:23 PM

views 35

ফেব্ৰুৱাৰীৰ শেষভাগত অথবা মাৰ্চৰ প্ৰথমভাগত বিধানসভা নিৰ্বাচনৰ দিন ঘোষণাৰ সম্ভাৱনা

অহা ফেব্ৰুৱাৰীৰ শেষভাগত নাইবা মাৰ্চৰ প্ৰথমভাগত বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ সম্ভাৱনা আছে। ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলে কালি এখন সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে নির্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি বুথ পৰ্যায়ৰ বিষয়াসকলে সংশোধিত খচৰা ভোটাৰ তালিকাৰ সবিশেষ সংশ্লিষ্ট গাঁওসভ...

December 31, 2025 12:22 PM

views 39

অসমত মৌলবাদী সমস্যা বহুদিনলৈ থাকিবঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা

অসমত মৌলবাদী সমস্যাটো বহুদিনলৈ থাকিব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মন্তব্য কৰিছে। মৌলবাদী কাৰ্যকলাপৰ লগত জড়িত ১১ জন লোকক গ্ৰেপ্তাৰ কৰাৰ পাছত মুখ্যমন্ত্ৰী ড০ শৰ্মাই বিষয়টো সন্দৰ্ভত প্রতিক্রিয়া প্ৰকাশ কৰি কয়, যে মৌলবাদী অসমত শক্তিশালী হৈ আছে। যিহেতু অসম বাংলাদেশৰ চুবুৰীয়া ৰাজ্য সেয়েহে...

December 31, 2025 12:20 PM

views 32

বজালীত চিকিৎসা মহাবিদ্যালয় আৰু অভিযান্ত্ৰিক মহাবিদ্যালয় পর্যায়ক্রমে নিৰ্মাণ কৰা হ’বঃ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মা

বজালীত চিকিৎসা মহাবিদ্যালয় আৰু অভিযান্ত্ৰিক মহাবিদ্যালয় পর্যায়ক্রমে নিৰ্মাণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই ঘোষণা কৰিছে। বানত ক্ষতিগ্ৰস্ত মেধিকুছি অঞ্চলত কালি ভট্টদেৱ বিশ্ববিদ্যালয়ৰ নতুন চৌহদ মুকলি কৰাৰ পাছত মুখ্যমন্ত্ৰীয়ে এই বিষয়ে প্ৰকাশ কৰে। বানে খহাই নিয়া মেধিকুছি অঞ্চলটো ...

December 31, 2025 12:06 PM

views 36

শীতৰ প্ৰকোপ বৃদ্ধি পোৱাত কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহ আজিৰে পৰা ৬ জানুৱাৰীলৈ বন্ধ

শীতৰ প্ৰকোপ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহ আজিৰে পৰা অহা ৬ জানুৱাৰীলৈ বন্ধ ৰখাৰ বাবে শিক্ষা বিভাগে নিৰ্দেশ জাৰি কৰিছে। জিলাখনৰ বিদ্যালয়খনৰ পৰিদৰ্শক আৰু সমগ্ৰ শিক্ষা অসমৰ জিলা সমন্বয়কে এই নিৰ্দেশ জাৰি কৰিছে। জিলাখনৰ আয়ুক্তৰ সৈতে আলোচনা কৰি গ্ৰহণ কৰা এই সিদ্ধান্ত অ...

December 30, 2025 8:32 PM

views 39

নতুন দিল্লীৰ নিটি আয়োগত বিশিষ্ট অর্থনীতিবিদ আৰু খণ্ড বিশেষজ্ঞসকলৰ সৈতে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ মত-বিনিময়

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ নিটি আয়োগত বিশিষ্ট অর্থনীতিবিদ আৰু খণ্ড বিশেষজ্ঞসকলৰ সৈতে মত-বিনিময় কৰে আৰু ২০২৫-২৬ বৰ্ষৰ কেন্দ্ৰীয় বাজেট সন্দর্ভত তেওঁলোকৰ দিহা-পৰামৰ্শ বিচাৰে। এই বৈঠকে দেশৰ অৰ্থনৈতিক স্থিতি আৰু ভৱিষ্যতৰ অগ্ৰাধিকাৰ সন্দৰ্ভত মতামত আগবঢ়োৱা আৰু মূল্যায়ণৰ বাবে মঞ্চ হিচাপ...

December 30, 2025 8:28 PM

views 47

ভাৰত সংস্কাৰ এক্সপ্ৰেছেৰে অগ্ৰসৰ হৈছে আৰু গোলকীয় আকৰ্ষণৰ কেন্দ্ৰৰূপে পৰিগণিত হোৱা বুলি প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ প্ৰকাশ

ভাৰত সংস্কাৰ এক্সপ্ৰেছেৰে অগ্ৰসৰ হৈছে আৰু গোলকীয় আকৰ্ষণৰ কেন্দ্ৰৰূপে পৰিগণিত হোৱা বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে প্রকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা প্ৰৱন্ধত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, যে সম্প্রতি সমগ্র বিশ্বই আশা আৰু বিশ্বাসেৰে চাবলৈ লৈছে। তেওঁ কয়, যে বিশ্বই পৰৱৰ্তী প্ৰজন্মৰ সংস্কাৰৰ বলত ভাৰতে লাভ ...