November 21, 2025 8:39 PM
47
হামৰেণ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন ভৱনৰ আজি আধাৰশিলা স্থাপন
পার্বত্য জিলা পশ্চিম কাৰ্বি আংলঙৰ জিলা সদৰ হামৰেণত অৱস্থিত ঐতিহ্যমণ্ডিত হামৰেণ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন ভৱনৰ আজি আধাৰশিলা স্থাপন কৰা হয়। বৈঠাংলাংছ' সমষ্টিৰ বিধায়ক ৰূপছিং টেৰণে আধাৰশিলা স্থাপন কৰে। গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ অন্তৰ্গত ৭ কোটি ২০ লাখ টকা ব্যয় সাপেক্ষে নির্মাণ হ'...