January 4, 2025 6:05 PM

views 26

বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা বিভাগৰ ৪০ সংখ্যক প্রতিষ্ঠা দিৱসত মন্ত্রী ড০ জিতেন্দ্র সিঙৰ অংশগ্ৰহণ

কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্রী ড০ জিতেন্দ্র সিঙে আজি নতুন দিল্লীত বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা বিভাগৰ ৪০ সংখ্যক প্রতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰিব। অনুষ্ঠানত ভাৰত চৰকাৰৰ মুখ্য বৈজ্ঞানিক পৰামৰ্শদাতা, অধ্যাপক অজয় কুমাৰ সুদ, বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা বিভাগৰ সচিব তথা বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱ...

January 4, 2025 5:58 PM

views 39

বৈদেশিক মন্ত্ৰী ড০ এছ জয়শংকৰৰ মালদ্বীপৰ বিদেশ মন্ত্ৰীৰে দ্বিপাক্ষিক বৈঠক

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ আৰু মালদ্বীপৰ বিদেশ মন্ত্ৰী ড০ আব্দুলা খলিলে কালি নতুন দিল্লীত দ্বিপাক্ষিক বৈঠকত মিলিত হয়। ড০ জয়শংকৰে সাগৰ দৰ্শন আৰু ভাৰতৰ চুবুৰীয়া প্ৰথম নীতিৰ অধীনত দ্বীপৰাষ্ট্ৰখনৰ সৈতে দ্বিপাক্ষিক সম্পৰ্কৰ কথা দোহাৰি দেশখনলৈ সমৰ্থন অব্যাহত ৰখাৰ আশ্বাস দিয়ে। দুয়োগৰাকী নে...

January 4, 2025 5:55 PM

views 42

গাজা ষ্ট্ৰীপত যুদ্ধবিৰতিৰ লক্ষ্যৰে দোহাত ইজৰাইলৰে পৰোক্ষ আলোচনা আৰম্ভ হৈছে : হামাছ

গাজা ষ্ট্ৰীপত যুদ্ধবিৰতিৰ লক্ষ্যৰে কাৰ্টাৰৰ দোহাত ইজৰাইলৰ সৈতে পৰোক্ষ আলোচনা আৰম্ভ হোৱা বুলি হামাছে নিশ্চিত কৰিছে। হামাছে এটা বিবৃতিত কয় যে শেহতীয়া আলোচনাত স্থায়ী যুদ্ধ বিৰতি স্থাপন আৰু গাজাৰ পৰা ইজৰাইলী বাহিনীৰ প্ৰত্যাহাৰ নিশ্চিত কৰাৰ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰা হ'ব বুলি আশা কৰা হৈছে। ইয়াৰোপৰি স্...

January 4, 2025 5:51 PM

views 69

আজি বিশ্ব ব্রেইল দিৱস

আজি বিশ্ব ব্রেইল দিৱস। দৃষ্টিহীন আৰু আংশিকভাৱে দৃষ্টি বাধাগ্রস্ত লোকৰ যোগাযোগৰ মাধ্যম হিচাপে ব্ৰেইলৰ গুৰুত্ব সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবে প্ৰতিবছৰে এই দিৱস পালন কৰা হয়। ২০১৮ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ব্ৰেইল ব্যৱস্থাৰ জনক লুই ব্ৰেইলৰ জন্ম দিনত ৪ জানুৱাৰী দিনটো বিশ্ব ব্রেইল দিৱস হিচাপে ঘোষণা কৰাৰ...

January 4, 2025 5:48 PM

views 62

ভাৰতৰ গ্ৰামাঞ্চলত দৰিদ্ৰতাৰ হাৰ পূৰ্বৰ তুলনাত হ্ৰাস

ভাৰতৰ গ্ৰামাঞ্চলত দৰিদ্ৰতাৰ হাৰ পূৰ্বৰ তুলনাত হ্ৰাস পাইছে। ২০১১-২০১২ বিত্তীয় বৰ্ষত এই হাৰ আছিল ২৫.৭ শতাংশ। কিন্তু ২০২৩-২০২৪ বিত্তীয় বৰ্ষত এই হাৰ ৪.৮৬ শতাংশলৈ হ্ৰাস পাইছে। ষ্টেট বেংক অৱ ইণ্ডিয়াই প্ৰকাশ কৰা বেংকটোৰ গৱেষণাৰ প্ৰতিবেদনত এই তথ্য প্রকাশ কৰা হৈছে। বেংকটোৰ গৱেষণা অনুসৰি বিগত ১২ বছৰত নগৰ অ...

January 4, 2025 5:42 PM

views 37

নতুন দিল্লীত গ্রামীণ ভাৰত মহোৎসৱ ২০২৫ উদ্বোধন প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত গ্রামীণ ভাৰত মহোৎসৱ ২০২৫ উদ্বোধন কৰে। ভাৰত মান্দপামত আয়োজিত এই মহোৎসৱ অহা ৯ জানুৱাৰীলৈকে চলিব। ২০৪৭ চনৰ ভিতৰত স্বাৱলম্বী গ্ৰাম্য ভাৰত গঢ়ি তোলাৰ ওপৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰি আয়োজন কৰি এই মহোৎসৱ উদ্বোধন কৰি শ্ৰীমোদীয়ে কয় যে ২০১৪ চনৰ পৰাই চৰকাৰে...

January 4, 2025 12:17 PM

views 44

পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা ৯ জানুৱাৰীলৈকে জাৰি নকৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া নিৰ্দেশৰ পুনৰ বিবেচনাৰ আবেদন ৰাজ্য চৰকাৰৰ

গুৱাহাটী উচ্চ ন্যায়ালয়ে পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা ৯ জানুৱাৰীলৈকে জাৰি নকৰিবলৈ ৰাজ্য চৰকাৰক দিয়া নিৰ্দেশ পুনৰ বিবেচনা কৰিবলৈ অসম চৰকাৰে আবেদন জনাইছে। কালি এই স্থগিতাদেশৰ সংশোধনী বিচাৰি ৰাজ্য চৰকাৰে দাখিল কৰা হস্তক্ষেপধৰ্মী আবেদনৰ শুনানি ন্যায়াধীশ সৌমিত্ৰ শ‍ইকীয়াৰ আদালতে গ্ৰহণ কৰে আৰু এই সম্পৰ্...

January 4, 2025 12:16 PM

views 44

গোৱালপাৰাৰ দুধনৈত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ সচিবালয় ভৱন উদ্বোধন মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই গোৱালপাৰা জিলাৰ দুধনৈত কালি ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ কেইবাটাও কার্যসূচীত অংশগ্ৰহণ কৰে। ড° শৰ্মাই উদয়পুৰত সচিবালয় ভৱন উদ্বোধন কৰে। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ প্ৰশাসনিক প্ৰয়োজনীয়তা আৰু সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এই ভৱনটো নিৰ্মাণ কৰা হৈছে । মুখ্যমন্ত্ৰ...

January 4, 2025 12:15 PM

views 27

২০১৪ চনত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নাম অন্তৰ্ভুক্তিৰ বাবে আবেদন নকৰা লোকসকলে নাপাব আধাৰ কাৰ্ডঃ মুখ্যমন্ত্ৰী

ৰাজ্য চৰকাৰে আধাৰ কাৰ্ড প্ৰদানৰ ক্ষেত্ৰত কেতবোৰ নতুন ব্যৱস্থা গ্ৰহণ কৰিছে। সেই অনুসৰি আবেদনকাৰীসকলে পূৰ্বৰ তুলনাত অধিক কঠোৰ নিয়মাৱলী অনুসৰণ কৰিব লাগিব। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কালি গোৱালপাৰাত এই কথা প্ৰকাশ কৰে। ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ সচিবালয়ৰ উদ্বোধন উপলক্ষে আয়োজিত এটা অনুষ্ঠান...

January 4, 2025 12:13 PM

views 26

আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰৰ নতুন এফ এম ট্রান্সমিটাৰৰ পৰা অনুষ্ঠান প্ৰচাৰ আৰম্ভ

আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰত স্থাপন কৰা ১০ কিলোৱাট শক্তি সম্পন্ন নতুন এফ এম ট্রান্সমিটাৰৰ পৰা অনুষ্ঠান প্ৰচাৰ আৰম্ভ হৈছে। এফ এম বেণ্ডৰ ১০২ মেগাহার্টজত এই ট্রান্সমিটাৰৰ পৰা প্ৰচাৰিত উন্নত মানৰ অনুষ্ঠান কোকৰাঝাৰৰ লগতে ধুবুৰী, বঙাইগাঁও, গোৱালপাৰা আৰু চিৰাং জিলাৰ শ্ৰোতাসকলে শুনিবলৈ সমৰ্থ হৈছে।  তথ্য আৰু স...