January 6, 2025 5:55 PM

views 38

পঞ্চায়ত পৰা সংসদলৈ শীৰ্ষক কাৰ্যসূচীৰ দ্বিতীয় সংস্কৰণৰ শুভাৰম্ভ

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই আজি নতুন দিল্লীৰ সংবিধান সদনৰ কেন্দ্ৰীয় কক্ষত পঞ্চায়ত পৰা সংসদলৈ শীৰ্ষক কাৰ্যসূচীৰ দ্বিতীয় সংস্কৰণৰ শুভাৰম্ভ কৰে। এই অনুষ্ঠানত ২০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ পঞ্চায়তৰ কমেও ৫০০ গৰাকী নির্বাচিত মহিলাই অংশগ্রহণ কৰে। বিশেষকৈ অনুসুচীত জনজাতিৰ পৰা পঞ্চায়তত প্ৰতিন...

January 6, 2025 12:39 PM

views 41

মুম্বাইত দেশৰ ব্যৱসায়িক ক্ষেত্ৰৰ কেইবাগৰাকীও ব্যক্তিক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সাক্ষাৎ, এডভাণ্টেজ আছামলৈ আমন্ত্ৰণ

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি মুম্বাইত দেশৰ ব্যৱসায়িক ক্ষেত্ৰৰ কেইবাগৰাকীও গুৰুত্বপূৰ্ণ ব্যক্তিক সাক্ষাৎ কৰি অসমত তেওঁলোকৰ বিনিয়োগ পৰিকল্পনা আৰু অন্যান্য দিশসমূহ আলোচনা কৰে। ড০ শৰ্মাই এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণত অংশগ্ৰহণ কৰিবলৈ তেওঁলোকক আমন্ত্রণ জনায়। মুখ্যমন্ত্রীয়ে টাটা গোট, লা...

January 6, 2025 12:38 PM

views 83

ৰাজ্যৰ ১১খন জিলাত আজিৰে পৰা গুণোৎসৱ-২০২৫

ৰাজ্যৰ ১১ খন জিলাত আজি গুণোৎসৱ ২০২৫ৰ কাৰ্যসূচী আৰম্ভ। প্ৰথম দিনাৰ কাৰ্যসূচীত বিদ্যালয়সমূহত স্ব-মূল্যায়ন আৰু কাইলৈৰ পৰা ৯ জানুৱাৰীলৈ বহিঃমূল্যায়ন কৰা হ'ব। ১১ খন জিলাত ১৬ হাজাৰ ৫৬ খন চৰকাৰে প্ৰাদেশীকৃত আদর্শ বিদ্যালয়, চাহ বাগিচা আদর্শ বিদ্যালয়, কস্তুৰবা গান্ধী বালিকা বিদ্যালয়, নেতাজী সুভাষ চন্দ্...

January 6, 2025 12:36 PM

views 55

কণ্ঠশিল্পী ড০ অনিমা চৌধুৰী আৰু লোকশিল্পী মুকুল ৰাভালৈ শিল্পী বঁটা; অভিনেত্ৰী ৰেবা ফুকনলৈ নটসূৰ্য ফণী শৰ্মা বঁটা

অসম চৰকাৰে অহা ১৭ জানুৱাৰীত চলিত বছৰৰ শিল্পী দিৱসৰ সৈতে সংগতি ৰাখি শিল্প সংস্কৃতি আৰু সমাজ জীৱনলৈ অনৱদ্য অৱদান আগবঢ়োৱা ৫ গৰাকী বিশিষ্ট ব্যক্তিক শিল্পী বঁটা, নটসূৰ্য ফণী শৰ্মা বঁটা আৰু সাহিত্যচার্য অতুল চন্দ্ৰ হাজৰিকা বঁটাৰে সন্মানিত কৰিব। বিশিষ্ট কণ্ঠশিল্পী ড০ অনিমা চৌধুৰী আৰু লোকশিল্পী মুকুল ৰাভাক...

January 6, 2025 12:35 PM

views 81

চৰাইদেউ মৈদামত ৯ জানুৱাৰীৰ পৰা ৩দিনীয়া কাৰ্যসূচীৰে চৰাইদেউ মহোৎসৱ

বিশ্ব সাংস্কৃতিক ঐতিহ্য চৰাইদেউ মৈদাম ক্ষেত্ৰত লোককৃষ্টি গৱেষণা উন্নয়ন সমিতি, চৰাইদেউবাসী আৰু অসম চৰকাৰৰ সহযোগত অহা ৯ জানুৱাৰীৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে চৰাইদেউ মহোৎসৱ ২০২৫ উদযাপন কৰা হ'ব। ৯ জানুৱাৰীৰ পুৱা চৰাইদেউ জিলাৰ আয়ুক্ত ডাঃ নেহা যাদৱে মহোৎসৱৰ মুখ্য তোৰণ মুকলি কৰি এই মহোৎসৱৰ শুভাৰম্ভ কৰিব...

January 6, 2025 12:34 PM

views 37

ৰাজ্যৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিলৈ বড়ো সাহিত্য সভাৰ বঁটা

বড়ো সাহিত্য সভাই বিগত বৰ্ষৰ ৰাংচাৰ সাহিত্যিক বঁটাৰ বাবে দতমাৰ বাসিন্দা থৰাইনা সহায়সুলি ব্ৰহ্মৰ নাম ঘোষণা কৰিছে। বড়ো সাহিত্য সভাৰ এখন বিজ্ঞপ্তিত কালি এই কথা প্ৰকাশ কৰাৰ লগতে গুৱাহাটীৰ শিলপুখুৰী নিবাসী আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বড়ো বিভাগৰ সৈতে দীৰ্ঘদিন ধৰি জড়িত গংগাধৰ ৰামচিয়াৰীলৈ সোমেশ্বৰী ব্ৰহ...

January 6, 2025 12:33 PM

views 78

বিশ্ব অভিলেখ গঢ়াৰ লক্ষ্যৰে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত ২৪ ফেব্ৰুৱাৰীত ৮ হাজাৰ শিল্পীৰ ঝুমুৰ প্ৰদৰ্শন

গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অহা ২৪ ফেব্ৰুৱাৰীত ৮ হাজাৰ শিল্পীৰ অংশগ্রহণেৰে ঝুমুৰ প্ৰদৰ্শন কৰা হ'ব। বিশ্ব অভিলেখ গঢ়াৰ লক্ষ্যৰে প্ৰদৰ্শন কৰিবলগীয়া চাহ জনগোষ্ঠীয় লোকনৃত্য ঝুমুৰ অনুষ্ঠানত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থাকিব। কালি এখন সংবাদমেলত সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাই এই কথা প্ৰক...

January 6, 2025 12:31 PM

views 26

অসম গ্ৰন্থমেলাৰ আজি একাদশ দিন; উপন্যাস সাহিত্য : তত্ত্ব, শৈলী আৰু বিষয়বস্তু শীৰ্ষক আলোচনাচক্ৰৰ আয়োজন

অসম প্ৰকাশন পৰিষদ তথা সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ উদ্যোগত গুৱাহাটীৰ খানাপাৰাত চলি থকা অসম গ্ৰন্থমেলাৰ আজি একাদশ দিন। গ্ৰন্থমেলাৰ সৈতে সংগতি ৰাখি আজিও বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। দিনৰ ভাগত উপন্যাস সাহিত্য : তত্ত্ব শৈলী আৰু বিষয়বস্তু শীৰ্ষক এখন আলোচনা সত্ৰ অনুষ্ঠিত হ'ব। আলোচনা স...

January 6, 2025 12:30 PM

views 42

চৰাইদেউৰ সোণাৰিত অনুষ্ঠিত টাই আহোম যুৱ পৰিষদৰ ষষ্ঠ কেন্দ্ৰীয় অধিৱেশনৰ সামৰণি

চৰাইদেউ জিলাৰ সোণাৰিৰ ভজো মাজপথাৰত তিনি দিনীয়া কাৰ্যসূচীৰে আয়োজিত টাই আহোম যুৱ পৰিষদৰ ষষ্ঠ কেন্দ্ৰীয় অধিৱেশনৰ কালি সামৰণি পৰে। কালিৰ অনুষ্ঠানত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্য মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই অংশগ্ৰহণ কৰে। অনুষ্ঠানত  ভাষণ দি শ্ৰী মাৰ্ঘেৰিটাই কয়, যে বহু বীৰ বীৰাংগণাৰ বীৰত্বৰ স্মৃতি গাথা, ...

January 6, 2025 12:29 PM

views 28

গোলাঘাটৰ মেৰাপানীত গঁড়ৰ খৰ্গসহ ৪জন সন্দেহযুক্ত সৰবৰাহকাৰীক আটক

গোলাঘাট জিলাৰ মেৰাপানীৰ তৰাণী কল্যাণপুৰত গোলাঘাট আৰক্ষীয়ে নিশা অভিযান চলাই বিনোদ বৰুৱা নামৰ এজন লোকৰ বাসগৃহৰ পৰা এটা গঁড়ৰ খৰ্গসহ চাৰিজন সন্দেহযুক্ত সৰবৰাহকাৰীক আটক কৰে। আৰক্ষীৰ অভিযানত জব্দ কৰা খৰ্গটোৰ ওজন প্রায় ডেৰ কিলোগ্রাম বুলি জানিব পৰা গৈছে। আটক কৰা সন্দেহযুক্ত সৰবৰাহকাৰীকেইজনৰ নাম বিনোদ বৰু...