January 11, 2025 7:20 PM

views 73

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত অগৰাতলী বনাঞ্চল পৰিদৰ্শন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত অগৰাতলী বনাঞ্চল পৰিদৰ্শন কৰে। কাজিৰঙাৰ আভ্যন্তৰীণ জলপথ উন্নয়ন পৰিষদৰ দ্বিতীয় বৈঠকত উপস্থিত থাকি পৰৱৰ্তী ৫ বছৰত দেশৰ আভ্যন্তৰীণ জলপথৰ বিকাশৰ বাবে ৫০ হাজাৰ কোটিতকৈও অধিক টকা বিনিয়োগ...

January 11, 2025 7:08 PM

views 57

হজ যাত্ৰাৰ বাবে অসমকে ধৰি বিভিন্ন ৰাজ্যৰ মুঠ ৩,৬৭৬ জন আবেদনকাৰীক অস্থায়ীভিত্তিত অনুমতি

চলিত বছৰৰ হজ যাত্ৰাৰ বাবে অসমকে ধৰি বিভিন্ন ৰাজ্যৰ মুঠ ৩,৬৭৬ জন আবেদনকাৰীক অস্থায়ীভিত্তিত অনুমতি দিয়া হৈছে। কেন্দ্ৰীয় হজ কমিটিয়ে এইবাৰৰ হজৰ বাবে দ্বিতীয়খন অপেক্ষাৰ তালিকা আজি প্ৰকাশ কৰে। সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই আৱেদনকাৰীসকলে অহা ২৩ জানুৱাৰীৰ পূৰ্বে মুঠ ২,৭২,৩০০টকা হজৰ ধ...

January 11, 2025 7:57 PM

views 51

উমৰাংছ’ৰ কয়লা খনিৰন ঘটনাস্থলীত উদ্ধাৰ হোৱা মৃতদেহৰ সংখ্যা ৪ লৈ বৃদ্ধি

ডিমা হাছাও জিলাৰ উমৰাংছ’ৰ তিন কিল’ কয়লাখনিৰ পৰা আজি দিনৰ ভাগত আৰু দুটা মৃতদেহ উদ্ধাৰ কৰাৰ পাছত ঘটনাস্থলীৰ পৰা উদ্ধাৰ হোৱা মৃতদেহৰ সংখ্যা ৪ লৈ বৃদ্ধি পাইছে। আমাৰ হাফলঙৰ সংবাদদাতা মনছুন সিঙে জনোৱা মতে দুপৰীয়াৰ ভাগত উদ্ধাৰ হোৱা মৃতদেহ কেইটাৰ এটা কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম আৰক্ষী থানাৰ অন্তৰ্গত মাগেৰ গ...

January 11, 2025 1:37 PM

views 33

২০০৬ চনৰ পূৰ্বে স্থাপিত বিদ্যালয়সমূহৰ প্ৰাদেশিকীকৰণৰ বাবে ৰাজ্যিক মন্ত্রীসভাৰ সিদ্ধান্ত

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত মন্ত্রীসভাৰ বৈঠকত কালি ৰাজ্যবাসীৰ সৰ্বাংগীণ কল্যাণৰ হকে বহুকেইটা গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰা হয়। সেই অনুসৰি প্ৰাদেশিকীকৰণৰ আওতাৰ পৰা বাদ পৰি ৰোৱা ২০০৬ চনৰ পূৰ্বে স্থাপন হোৱা বিদ্যালয়সমূহৰ প্ৰাদেশিকীকৰণৰ বাবে ৰাজ্যিক মন্ত্রীসভাই সিদ্ধান্ত...

January 11, 2025 1:35 PM

views 36

অহা ১৭ ফেব্ৰুৱাৰীৰ পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন

অসম বিধানসভাৰ বাজেট অধিৱেশন অহা ১৭ ফেব্ৰুৱাৰীত আৰম্ভ হ'ব। অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচী কোকৰাঝাৰৰ বি টি চি বিধায়িনী পৰিষদ ভৱনত অনুষ্ঠিত হ'ব। ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই কালি এই সন্দৰ্ভত আনুষ্ঠানিক অধিসূচনা জাৰি কৰে। বাজেট অধিৱেশনৰ প্ৰথম দিনাই ৰাজ্যপাল আচাৰ্যই সদনত ভাষণ দিব। বিত্ত মন্ত্রী অজন্তা...

January 11, 2025 1:34 PM

views 28

ৰাজ্যত পঞ্চায়ত নির্বাচন হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ পাছতহে পাতিব পৰা হ’বঃ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা

ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি দেখা দিয়া অচলাৱস্থা বৰ্তমানেও অব্যাহত আছে। এই সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰুজু হোৱা বিভিন্ন গোচৰক লৈ যোৱা কেইবাদিনো ধৰি শুনানি গ্ৰহণ কৰাৰ পাছত কালিৰ দিনটোত আদালতে এই বিষয়ে ৰায়দান কৰিব বুলি আশা কৰা হৈছিল। সেয়া হ'লেও আদালতে কালি ৰায়দানৰ পৰা বিৰত থকাত অ...

January 11, 2025 1:33 PM

views 28

বড়ো সাহিত্য সভাৰ ৬৪ সংখ্যক অধিৱেশনৰ আজি তৃতীয় দিনাৰ কাৰ্যসূচীত শিল্পী-সাহিত্যিকক বঁটা প্ৰদান অনুষ্ঠান

ওদালগুৰি জিলাৰ ডিমাকুছিৰ দৈমুনগৰ সমন্বয় ক্ষেত্ৰত বড়ো সাহিত্য সভাৰ ৬৪ সংখ্যক অধিৱেশনৰ আজি তৃতীয় দিনাৰ কাৰ্যসূচীত বড়ো সাহিত্য সভাৰ প্রয়াত কাণ্ডাৰীসকলক স্মৰণ কৰি শ্রদ্ধাঞ্জলি তৰ্পণৰ লগতে সম্বৰ্ধনা আৰু শিল্পী-সাহিত্যিকক বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত ১০খন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতৰ ল...

January 11, 2025 1:32 PM

views 113

ৰাজ্যজুৰি ভোগালী বিহুৰ ব্যাপক প্রস্তুতি, ভোগালী মেলাৰ আয়োজন

ভোগালী বিহুলৈ মাজত মাথো ২টা দিন বাকী থকা অৱস্থাত ৰাজ্যজুৰি বিহুৰ ব্যাপক প্রস্তুতি পৰিলক্ষিত হৈছে। জীয়ৰী-বোৱাৰীসকল পিঠা-পনা, সুস্বাদু বিহুৰ জলপানকে ধৰি উপাদেয় সামগ্ৰী প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰাৰ বিপৰীতে ডেকাসকলে মেজি, ভেলাঘৰ সাজি উলিয়াইছে। ভোগালী বিহুৰ উৰুকাৰ বতৰত ৰাজ্যৰ অন্যান্য বজাৰৰ লগতে দৰং জ...

January 11, 2025 1:30 PM

views 27

উৰুকাৰ দিনটো চৰকাৰী বন্ধ হিচাপে ঘোষণা কৰাৰ আহ্বান সদৌ অসম কৰ্মচাৰী পৰিষদ আৰু অসম কলেজ শিক্ষক সংস্থাৰ

ৰাজ্যজুৰি ভোগালী বিহুৰ ব্যাপক প্রস্তুতি পৰিলক্ষিত হৈছে। ভোগালী বিহুৰ উৰুকাৰ দিনটো  চৰকাৰী বন্ধৰ তালিকাত সীমিত বন্ধৰ দিন হিচাপে আছে। যাৰ পৰিপ্ৰেক্ষিতত কার্যালয় বা বিদ্যালয়সমূহ খোলা থাকিব। সদৌ অসম কৰ্মচাৰী পৰিষদ আৰু অসম কলেজ শিক্ষক সংস্থাই সকলোৰে সুবিধা হোৱাকৈ উৰুকাৰ দিনটো চৰকাৰী বন্ধৰ দিন হিচাপে ঘো...

January 11, 2025 1:29 PM

views 34

আকাশবাণী গুৱাহাটীত আজি নিশা ৮ বাজি ২ মিনিটত বিশেষ দৃষ্টিপাত অনুষ্ঠান

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে আজি নিশা ৮ বাজি ২ মিনিটত এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত বাতৰি আৰু বাতৰি বিভাগৰ অনুষ্ঠান সম্পৰ্কত শ্ৰোতাসকলে WHATSAPP NO. ৯৮৬৪০-৫৫৫৬৬ যোগে দিয়া অভিযোগ আৰু পৰামৰ্শৰ উত্তৰ দিয়া হ'ব। অনুষ্ঠানটোত ভাগ ল'ব বাতৰি বিভাগৰ জ্যেষ্ঠ পৰিৱেশিকা অৰুণিমা গোস্...