January 19, 2025 1:22 PM

views 28

ছত্তীশগড় বিশ্ববিদ্যালয়ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামত আসন প্ৰতিষ্ঠাৰ ব্যৱস্থাঃ ৰাজ্যপাল ৰমেন ডেকা

ছত্তীশগড় বিশ্ববিদ্যালয়ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামত এখন আসন প্ৰতিষ্ঠাৰ ব্যৱস্থা লোৱা হ'ব। ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাই কালি নলবাৰীৰ বেলশৰত চলি থকা অসম নাট্য সন্মিলনৰ ৬৩ সংখ্যক মধ্যকালীন অধিৱেশনত অংশগ্ৰহণ কৰি এই কথা প্ৰকাশ কৰে। অসমীয়া ভাষাই ধ্রুপদী ভাষাৰ মৰ্যাদা পোৱাৰ পাছত বিশ্ব ভাৰতী বিশ্বব...

January 19, 2025 1:20 PM

views 46

চৰকাৰী আৰু প্ৰশাসনিক বিদ্যালয়সমূহৰ অসামৰিক কাম-কাজ নিৰীক্ষণৰ বাবে শিক্ষা বিভাগৰ বিশেষ ব্যৱস্থা

ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে চৰকাৰী আৰু প্ৰশাসনিক বিদ্যালয়সমূহৰ অসামৰিক কাম-কাজ নিৰীক্ষণৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। গুণোৎসৱৰ জৰিয়তে বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ পদক্ষেপ গ্ৰহণ কৰাৰ সময়তে সমগ্র শিক্ষা অভিযানে এটা বিশেষ ৱেব প'ৰ্টেল প্ৰস্তুত কৰিছে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কালি এই প'ৰ্টে...

January 19, 2025 1:19 PM

views 36

প্রয়াগৰাজৰ মহাকুম্ভমেলালৈ মাজুলীৰ সত্ৰাধিকাৰ জনার্দন দেৱগোস্বামীৰ নেতৃত্বত ৪০জনীয়া ভকত-বৈষ্ণৱৰ দল

মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনার্দন দেৱগোস্বামীৰ নেতৃত্বত ৪০ জনীয়া ভকত-বৈষ্ণৱৰ এটা দল প্রয়াগৰাজত চলি থকা মহাকুম্ভমেলাত অংশগ্রহণ বাবে ৰাওনা হৈছে। উত্তৰ কমলাবাৰী সত্ৰৰ বৈষ্ণৱসকলে প্ৰথমবাৰৰ বাবে মহাকুম্ভমেলাত নামঘৰ, মণিকূট আৰু ৰাঙলী চ’ৰা নিৰ্মাণ কৰি উলিয়াইছে। ভকত-বৈষ্ণৱৰ এই দলটোৱে মেলাত ...

January 19, 2025 1:18 PM

views 17

বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ অধ্যক্ষতাত সর্বদলীয় বৈঠক

অসম বিধানসভাৰ বাজেট অধিৱেশন অহা ১৭ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব। তাৰ পূৰ্বে কালি বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ অধ্যক্ষতাত এখন সর্বদলীয় বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত শ্রীদৈমাৰীয়ে বাজেট অধিৱেশনৰ কাৰ্যক্ৰমণিকা নিয়াৰিকৈ পৰিচালনা কৰাৰ ক্ষেত্ৰত বিভিন্ন ৰাজনৈতিক দলৰ বিধায়কসকলৰ সহযোগিতা কামনা কৰে।  এ...

January 19, 2025 1:16 PM

views 45

অবৈধ কয়লাখনিৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ তৎপৰতা; নামদাঙত ১৩টা অবৈধ খনি বন্ধ, ৩জনৰ আটক

উমৰাংছ'ৰ অবৈধ কয়লাখনিত শ্রমিকৰ মৃত্যুৰ ঘটনাৰ পাছতে ৰাজ্য চৰকাৰে অবৈধ কয়লাখনিসমূহ বন্ধ কৰাৰ বাবে তৎপৰ হৈ পৰিছে। খনি আৰু খনিজাত বিভাগে কেন্দ্ৰীয় সংস্থাসমূহৰ সৈতে আলোচনা কৰি ৰাজ্যখনৰ ৰেট হ’ল খনি বন্ধ কৰাৰ উদ্দেশ্যে কালি মাৰ্ঘেৰিটা সম-জিলা প্রশাসনে এটা অভিযান চলায়। এই অভিযানকালত কয়লা খননত ব্যৱহৃত এ...

January 19, 2025 1:15 PM

views 20

গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে তিনিচুকীয়াৰ বাৰেকুৰিৰ দিপ্লৱ চুতীয়া আমন্ত্রিত

সমাগত গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে তিনিচুকীয়া জিলাৰ বাৰেকুৰিৰ দিপ্লৱ চুতীয়াক কেন্দ্রীয় চৰকাৰে আমন্ত্রণ জনাইছে। হলৌ সংৰক্ষণৰ বাবে দীর্ঘদিনে কাম কৰি অহা চুতীয়াই বাৰেকুৰি পৰিৱেশ সুৰক্ষা সমিতিৰ সহযোগত বিভিন্ন কার্যসূচী গ্ৰহণ কৰি পৰ্যটন ক্ষেত্ৰখনলৈও যথেষ্ট অৰিহণা আগবঢ়াইছে। উল্ল...

January 19, 2025 1:13 PM

views 52

অসম জল ভৱনত বান আৰু নদী খহনীয়া ব্যৱস্থাপনা প্রাধিকৰণৰ আঁচনিৰ পর্যালোচনা বৈঠক মন্ত্ৰী পীযূষ হাজৰিকাৰ

জলসম্পদ মন্ত্রী পীযূষ হাজৰিকাই কালি অসম জল ভৱনত বান আৰু নদী খহনীয়া ব্যৱস্থাপনা প্রাধিকৰণ অসমৰ অধীনত চলি থকা আঁচনিসমূহৰ এখন পর্যালোচনা বৈঠকত অংশ লয়। আঁচনিৰ অধীনত ডিব্ৰুগড়, তিনিচুকীয়া, মৰিগাঁও, কামৰূপ আৰু গোৱালপাৰা জিলাৰ বিভিন্ন অঞ্চলত চলি থকা ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধী কামসমূহৰ বুজ লয়। মন্ত্...

January 19, 2025 1:09 PM

views 30

শিৱসাগৰৰ ৰুদ্ৰসাগৰত অসম জাতীয়তবাদী যুৱ-ছাত্ৰ পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ দ্বিবার্ষিক অধিৱেশন

অসম জাতীয়তবাদী যুৱ-ছাত্ৰ পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ দ্বিবার্ষিক অধিৱেশন কালিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে। শিৱসাগৰ নগৰৰ সমীপৰ ৰুদ্রসাগৰত থকা ড০ ভূপেন হাজৰিকা ৰংগমঞ্চত অনুষ্ঠিত এই অধিৱেশনত কালি পুৱা পতাকা উত্তোলনৰ পাছতে ছহিদ তর্পণ, সতীর্থ স্মৰণ, গছপুলি ৰোপণ আদি কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ইয়াৰ পা...

January 19, 2025 1:07 PM

views 61

অসম, অৰুণাচল প্রদেশ, মেঘালয়, নাগালেণ্ড আৰু মণিপুৰত অহা ২৪ ঘণ্টাত কুঁৱলীৰ লগতে আকাশ ফৰকাল থাকিব

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা ২৪ ঘণ্টাত অসম, অৰুণাচল প্রদেশ, মেঘালয়, নাগালেণ্ড আৰু মণিপুৰৰ ঠায়ে ঠায়ে কুঁৱলী পৰাৰ লগতে আকাশ ফৰকাল হৈ থাকিব বুলি আগলি বতৰা জাৰি কৰিছে। আনহাতে বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত কুঁৱলী ...

January 19, 2025 12:20 PM

views 42

ভাৰতৰ সাহায্যৰে নিৰ্মিত জাফনাৰ ঐতিহাসিক সাংস্কৃতিক কেন্দ্ৰটো তিৰুৱল্লুৱৰ সাংস্কৃতিক কেন্দ্ৰ নামেৰে নামকৰণত প্ৰধানমন্ত্ৰীৰ আদৰণি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ সাহায্যৰে নিৰ্মাণ কৰা জাফনাৰ ঐতিহাসিক সাংস্কৃতিক কেন্দ্ৰটো তিৰুৱল্লুৱৰ সাংস্কৃতিক কেন্দ্ৰ নামেৰে নামকৰণ কৰাৰ সিদ্ধান্তৰ প্ৰতি আদৰণি জনাইছে। শ্রী মোদীয়ে সামাজিক মাধ্যমযোগে এই সিদ্ধান্তক ভাৰত আৰু শ্ৰীলংকাৰ জনসাধাৰণৰ মাজৰ গভীৰ সাংস্কৃতিক, ভাষিক, ঐতিহাসিক আৰু সভ্যতা...