January 26, 2025 8:15 PM

views 80

চলচ্চিত্র নির্মাতা সমৰেন্দ্ৰ নাৰায়ণ দেৱৰ অন্ত্যেষ্টিক্ৰিয়া মঙলদৈত সম্পূৰ্ণ ৰাজ্যিক মর্যাদাৰে সম্পন্ন

আজি নিচেই পুৱা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত দেহাৱসান ঘটা বিশিষ্ট চলচ্চিত্র নির্মাতা সমৰেন্দ্ৰ নাৰায়ণ দেৱৰ অন্ত্যেষ্টিক্ৰিয়া আজি বিয়লি মঙলদৈত সম্পূৰ্ণ ৰাজ্যিক মর্যাদাৰে সম্পন্ন কৰা হয়। ইয়াৰ পূৰ্বে তেওঁৰ নশ্বৰ দেহ গুৱাহাটীৰ পৰা মঙলদৈলৈ নিয়া হয় আৰু তেওঁৰ শৱদেহ মঙলদৈৰ হাউলী-মোহনপুৰৰ পৈ...

January 26, 2025 8:05 PM

views 82

নৃত্য শিল্পী তথা সত্ৰীয়া সংস্কৃতিৰ সাধক যতীন গোস্বামীলৈ  পদ্মভূষণ সন্মান

ৰাজ্যৰ প্ৰখ্যাত নৃত্য শিল্পী তথা সত্ৰীয়া সংস্কৃতিৰ সাধক যতীন গোস্বামীলৈ চলিত বৰ্ষৰ পদ্মভূষণ সন্মান আগবঢ়োৱা হৈছে। ১৯৩৩ চনত জন্ম গ্ৰহণ কৰা এইগৰাকী শিল্পীলৈ ভাৰত চৰকাৰে ২০০৮ চনত পদ্মশ্ৰী সন্মান আগবঢ়াইছিল। ইয়াৰ পূৰ্বে ২০০৪ চনত তেওঁ সংগীত নাটক একাডেমী বঁটা লাভ কৰে। অসম নাট্য সন্মিলন বঁটা, আনন্দ মোহন ...

January 26, 2025 9:04 PM

views 56

ৰাজ্যৰ জিলাসমূহত গণৰাজ্য দিৱসৰ কাৰ্যসুচীত বিভিন্ন মন্ত্ৰীৰ অংশগ্ৰহণ

পৰিবেশ আৰু বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আজি উত্তৰ গুৱাহাটী মহাবিদ্যালয় খেলপথাৰত কামৰূপ জিলা প্ৰশাসনে আয়োজন কৰা ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ কাৰ্যসুচীত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰে। ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ত নির্দিষ্ট ক্ষেত্রসমূহত বিশেষ পাৰদৰ্শিতা প্ৰদৰ্শন কৰা কেবাগৰাকী ব্যক্তি তথ...

January 26, 2025 9:05 PM

views 86

ৰাজ্যৰ বিভিন্ন জিলাত গণৰাজ্য দিৱস উদযাপন

লখিমপুৰ জিলাতো লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত কেন্দ্ৰীয়ভাৱে গণৰাজ্য দিৱস উদ্যাপন কৰা হয়। অসম চৰকাৰৰ শ্রমিক কল্যাণ মন্ত্ৰী ৰূপেশ গোৱালাই গণৰাজ্য দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে। ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰি শ্রীগোৱালাই আৰক্ষী আৰু বিভিন্ন নিৰাপত্তা বাহিনীৰ সামৰিক ...

January 26, 2025 7:10 PM

views 59

৭৬ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে দেশবাসীলৈ  কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ তথা জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ শুভেচ্ছা জ্ঞাপন

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ তথা জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৭৬ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰে। মন্ত্ৰীগৰাকীয়ে আজি নতুন দিল্লীৰ চৰকাৰী বাসভৱনত ৰাষ্ট্ৰীয় পতাকা উৰুৱায়। শ্ৰীসোণোৱালে লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে শুভেচ্ছা জনাইছে। বিশ্ববিদ্যালয়...

January 26, 2025 7:02 PM

views 42

স্বৰ্ণিম ভাৰত – ঐতিহ্য আৰু উন্নয়ন বিষয়বস্তুৰে সাজি উলিওৱা ৩১ টা প্ৰতীকপট গণৰাজ্য দিৱসৰ কুচকাৱাজত অন্তৰ্ভুক্ত

স্বৰ্ণিম ভাৰত – ঐতিহ্য আৰু উন্নয়ন বিষয়বস্তুৰে সাজি উলিওৱা ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ লগতে বিভিন্ন মন্ত্ৰ্যালয় আৰু বিভাগৰ ৩১ টা প্ৰতীকপট এইবেলি গণৰাজ্য দিৱসৰ কুচকাৱাজত অন্তৰ্ভুক্ত হৈছে। এইবেলি গণৰাজ্য দিৱসৰ কুচকাৱাজত দেশৰ সভ্যতা, সংস্কৃতি আৰু বৈজ্ঞানিক প্ৰগতি প্ৰদৰ্শিত হয়। কুচকাৱাজত ৩শ...

January 26, 2025 6:54 PM

views 49

১৩৯ গৰাকী বিশিষ্ট ব্যক্তিলৈ ২০২৫ বৰ্ষৰ পদ্ম সন্মান

২০২৫ বৰ্ষৰ পদ্ম সন্মানমূহ ঘোষণা কৰা হৈছে। এইবেলি মুঠ ১৩৯ গৰাকী বিশিষ্ট ব্যক্তিলৈ এই সন্মান আগবঢ়োৱা হৈছে। ইয়াৰে ভিতৰত ৭ গৰাকী বিশিষ্ট ব্যক্তিক পদ্ম বিভূষণ, ১৯ গৰাকীক পদ্মভূষণ আৰু ১১৩ গৰাকীক পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰা হৈছে। ১৩ গৰাকীলৈ মৰণোত্তৰভাৱে এই বঁটা আগবঢ়োৱা হৈছে। ভাৰতীয় লেখক এম টি বাসুদে...

January 26, 2025 6:51 PM

views 34

আমাৰ ৰাষ্ট্ৰখনক এখন বিকশিত ৰাষ্ট্ৰলৈ লৈ যোৱাৰ অমৃত যাত্ৰাৰ সহযোগী হ’বলৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অসমবাসীলৈ আহ্বান

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি আমাৰ ৰাষ্ট্ৰখনক এখন বিকশিত ৰাষ্ট্ৰলৈ লৈ যোৱাৰ অমৃত যাত্ৰাৰ সহযোগী হ'বলৈ ৰাজ্যবাসীলৈ আহ্বান জনাইছে। ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত ৭৬ সংখ্যক ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে কয়। ৰাজ্যত শান্তিৰ নিজৰা ব'বলৈ আৰম্ভ কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত...

January 26, 2025 6:43 PM

views 33

ৰাজ্যখনৰ সৰ্বাত্মক বিকাশৰ বাবে অসম চৰকাৰে কাম কৰি আহিছেঃ ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্য

৭৬ সংখ্যক গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰি অসমৰ ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই কয়, যে ৰাজ্যখনৰ সৰ্বাত্মক বিকাশৰ বাবে অসম চৰকাৰে কাম কৰি আহিছে। গুৱাহাটীৰ খানাপাৰাৰ অসম পশুপালন আৰু পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত গণৰাজ্য দিৱসৰ ৰাজ্যিক পৰ্যায়ৰ মূল কাৰ্যসূচীত অংশগ্ৰহণ কৰি ৰাজ্যপা...

January 26, 2025 12:09 PM

views 56

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ পতাকা উন্মোচন

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত গণৰাজ্য দিৱসৰ পতাকা উন্মোচন কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে সন্ধিয়া কেইবাখনো উন্নয়নমূলক আঁচনিৰ আধাৰশিলা স্থাপন কৰিব। আজি সন্ধিয়া ৬ বজাত ডিব্ৰুগড় দূৰদৰ্শন কেন্দ্ৰৰ সন্মুখৰ মানকাটা পথত এই উপলক্ষে আয়োজিত কার্যসূচীত মুখ্যমন্ত্রীয়ে অংশগ্রহণ ...