ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু আজি চত্তিশগড় আৰু ওড়িশালৈ যাব। ভ্ৰমণৰ সময়ছোৱাত ৰাষ্ট্ৰপতিয়ে ৰায়পুৰত চত্তিশগড় বিধানসভাৰ ৰূপালী জয়ন্তী অনুষ্ঠানত ভাগ ল’ব। শ্ৰীমতী মুর্মু ওড়িশাৰ নায়াগড়ত ভাৰতীয় বিশ্ববাসু শ্ববৰ সমাজৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীতো উপস্থিত থাকিব ।
Assamese | March 24, 2025 11:06 AM | Prez Visit
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৰ ছত্তিশগড় আৰু ওড়িশা ভ্ৰমণ