March 26, 2025 12:33 PM | rabha hasang election

printer

ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ তীব্ৰতৰ প্ৰচাৰ

ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ তীব্ৰতৰ হৈছে। পৰিষদৰ অন্তৰ্গত গোৱালপাৰা আৰু কামৰূপ জিলাৰ নিৰ্বাচন হ’বলগীয়া ৩৩ টা সমষ্টিৰ বাবে প্ৰাৰ্থীসকলে নির্বাচনী প্ৰচাৰত অংশ লৈছে। পৰিষদৰ অন্তৰ্গত কামৰূপ জিলাৰ ১৪টা সমষ্টিত বিজেপি আৰু কংগ্ৰেছ দলে কালি প্ৰচাৰ চলায়৷ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদত গোৱালপাৰা জিলাত ২০টা পৰিষদীয় সমষ্টি আছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।