অহা ২২ জুলাইৰ পৰা সংসদৰ বাজেট অধিৱেশন অনুষ্ঠিত হ’ব। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে সামাজিক মাধ্যমৰ এটা পোষ্টত কয় যে এই অধিবেশন ১২ আগষ্টলৈকে চলিব। তেওঁ কয় যে ২৩ জুলাইত লোকসভাত ২০২৪-২৫ বৰ্ষৰ কেন্দ্ৰীয় বাজেট উত্থাপন কৰা হ’ব। এয়া হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তৃতীয়টো কাৰ্যকালত উত্থাপন কৰিবলগীয়া প্ৰথমখন বাজেট।
Assamese | July 7, 2024 7:05 PM | Parliament Session
২২ জুলাইৰ পৰা সংসদৰ বাজেট অধিৱেশন