২০২৭ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে নৱেম্বৰত পৰীক্ষাৰ সূচী প্ৰকাশ পাব। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই এটা ৰাজহুৱা অনুষ্ঠানত অংশগ্ৰহণ কৰি এই কথা প্ৰকাশ কৰে। অহা ফেব্ৰুৱাৰী বা মাৰ্চৰ প্ৰথম সপ্তাহত পৰীক্ষা অনুষ্ঠিত হ’ব বুলিও মুখ্যমন্ত্ৰী ড০ শৰ্মাই জানিবলৈ দিয়ে।
Assamese | October 27, 2026 12:25 PM | HSSLC exam
২০২৭ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে নৱেম্বৰত পৰীক্ষাৰ সূচী প্ৰকাশ