জন এছ হপফিল্ড আৰু জেফ্ৰি ই হিণ্টনলৈ কৃত্ৰিম স্নায়ু নেটৱৰ্কৰ জৰিয়তে যন্ত্র শিক্ষণক কার্যক্ষম কৰি তোলাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ২০২৪ চনৰ পদাৰ্থ বিজ্ঞান ন’বেল বঁটা ঘোষণা কৰা হৈছে। দুয়োগৰাকী ন’বেল প্রাপকে আধুনিক সময়ৰ শক্তিশালী যন্ত্ৰ শিক্ষণৰ ভেটি গঢ়াৰ বাবে পদার্থ বিদ্যাৰ আহিলাৰ সহায় লৈ নিৰ্দিষ্ট পদ্ধতি বিকশাই তুলিছিল।
Assamese | October 8, 2024 6:37 PM | Nobel Award
২০২৪ চনৰ পদাৰ্থ বিজ্ঞান ন’বেল বঁটা ঘোষণা