অসম বিধানসভাৰ বাজেট অধিবেশন অহা ১৬ ফেব্ৰুৱাৰীত আৰম্ভ হ’ব। বিধানসভাৰ কাৰ্যক্ৰমণিকা উপদেষ্টা কমিটীয়ে এই অধিবেশন কিমান দিনৰ বাবে অনুষ্ঠিত হ’ব সেয়া নির্ধাৰণ কৰিব। বিধানসভা নির্বাচন মার্চ শেষভাগত বা এপ্ৰিলৰ প্ৰথম ভাগত অনুষ্ঠিত হোৱাৰ সম্ভাৱনাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাবে পূর্ণাংগ বাজেটৰ পৰিৱৰ্ততে লেখানুদানহে দাখিল কৰিব।
Assamese | January 18, 2026 12:14 PM | Assam Assembly
১৬ ফেব্ৰুৱাৰীৰ পৰা অসম বিধানসভাৰ বাজেট অধিবেশন