আই আই টি হায়দাবাদত অনুষ্ঠিত স্মার্ট ইণ্ডিয়া হেকাথনত মুম্বাইস্থিত বেলিংকাৰ ইনষ্টিটিউট অব মেনেজমেণ্ট, নয়দা ইনষ্টিটিউট অব ইনঞ্জিনিয়াৰিং এণ্ড টেকনলজী, যশৱন্ত ছাৱন্ত ইঞ্জিনিয়াৰিং নাগপুৰ আৰু টেকন’মেইনছল্ট লেক কলকাতাই ছফ্টৱেৰ সংস্ককৰণৰ কৃষিৰ ক্ষেত্ৰত পুৰস্কাৰ লাভ কৰিছিল। একেদৰে নেচনেল ইনষ্টিটিউট অব টেকন’ল’জি শিলচৰ আৰু আই আই আই টি নাগপুৰেও পুৰস্কাৰ লাভ কৰিছে। সেইদৰে ডাটা মেঘে কলেজ অব ইঞ্জিনিয়াৰিং, গাৱালিয়ৰৰ আই আই আই টি এণ্ড মেনেজমেণ্ট ইনষ্টিডিউট, কাণপুৰৰ ছাত্ৰপতি ছাহুজী মহাৰাজ ইউনিভাৰ্ছিটি আৰু পুনে আই আই আই টিয়ে বিভিন্ন শিতানত পুৰস্কাৰ লাভ কৰিছে।
Assamese | December 13, 2024 5:30 PM | AIR India | Akashvani | SMART INDIA HACKATHON
স্মার্ট ইণ্ডিয়া হেকাথনত ভিন্ন প্ৰতিষ্ঠানৰ পুৰস্কাৰ লাভ