July 27, 2026 8:30 PM | Ashok singhal

printer

স্বাস্থ্য বিভাগে ক্ষতিগ্ৰস্ত অঞ্চলসমূহত পৰ্যাপ্ত ঔষধ মজুত ৰাখিছে আৰু স্বাস্থ্যকর্মী নিয়োগ কৰিছেঃ স্বাস্থ্যমন্ত্রী অশোক সিংহল

স্বাস্থ্য বিভাগে ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ জনসাধাৰণৰ সুবিধাৰ বাবে পৰ্যাপ্ত ঔষধ মজুত ৰাখিছে আৰু স্বাস্থ্যকর্মী নিয়োগ কৰিছে বুলি স্বাস্থ্যমন্ত্রী অশোক সিংহলে প্ৰকাশ কৰিছে। তদুপৰি স্বাস্থ্যশিবিৰ মুকলি কৰি বানৰ কৱলত পৰা লোকসকলক বিনামূলীয়া চিকিৎসা প্ৰদান কৰা হ’ব বুলিও তেওঁ প্ৰকাশ কৰিছে।