শ্ৰীলংকাত কাইলৈ নতুন মন্ত্ৰীসভাৰ শপত গ্রহণ অনুষ্ঠিত হ’ব। স্থানীয় সংবাদ মাধ্যমৰ পৰা প্ৰকাশ পোৱা বাতৰি অনুসৰি, ৰাষ্ট্ৰপতি অনুৰা কুমাৰা দিছানায়কে প্ৰতিৰক্ষা আৰু বিত্ত বিভাগ নিজৰ হাতত ৰাখি ২৩ জনীয়া সদস্যৰে নতুন মন্ত্রীসভা নিযুক্তি দিয়াৰ পৰিকল্পনা কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি, ড০ হৰিণী অমৰাসূৰ্য্যাক পুনৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব অর্পণ আৰু বিজিথা হেৰাথক বিদেশ মন্ত্ৰীৰ দায়িত্ব ন্যস্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
Assamese | November 17, 2024 7:01 PM | Sri Lanka
শ্ৰীলংকাত কাইলৈ নতুন মন্ত্ৰীসভাৰ শপত গ্রহণ