শিৱসাগৰ জিলাৰ আমগুৰিত আজি ৩০খন বিছনাযুক্ত চামগুৰি আদৰ্শ চিকিৎসালয়খন মুকলি কৰা হয়। প্ৰাৰম্ভিক পৰ্যায়ত প্রাথমিক চিকিৎসা সেৱা আৰম্ভ কৰা চিকিৎসালয়খনত পৰৱৰ্তী সময়ত প্রাথমিক চিকিৎসাৰ লগতে প্ৰসূতিৰ বাবে আৰু জৰুৰীকালীন চিকিৎসাও আগবঢ়োৱা হ’ব। শিৱসাগৰৰ জিলা আয়ুক্ত আদিত্য বিক্রম যাদৱে চিকিৎসালয়খন মুকলি কৰে।
Assamese | July 11, 2024 9:04 PM | Akashvani
শিৱসাগৰৰ আমগুৰিত আজি ৩০খন বিছনাযুক্ত চামগুৰি আদৰ্শ চিকিৎসালয়খন মুকলি