মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পাছতেই অসম আৰক্ষীয়ে ৰাজ্যত চলি থকা ৰেট হ’ল মাইনিং অর্থাৎ এন্দুৰৰ গাঁত সদৃশ কয়লা খনিৰ খনন বন্ধ কৰিবলৈ তৎপৰতা গ্ৰহণ কৰিছে। অসম আৰক্ষীৰ সঞ্চালক প্রধান জি পি সিঙে কয় যে ৭ দিনৰ ভিতৰত ৰেট হ’ল মাইনিং বন্ধ কৰা হ’ব। মাৰ্ঘেৰিটা, লিডু, লেখাপানী আদি অঞ্চলত এতিয়াও ৰেট হ’ল মাইনিং চলি আছে বুলি তেওঁ উল্লেখ কৰে।
Assamese | January 19, 2025 7:00 PM | Assam Police
মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ৰেট হ’ল মাইনিং বন্ধ কৰিবলৈ অসম আৰক্ষীৰ তৎপৰতা গ্ৰহণ