উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাত মাঘি পূৰ্ণিমাৰ স্নান সুকলমে চলি আছে। কল্পবাসৰ প্ৰথাৰ সামৰণি প্ৰতীকস্বৰূপ এই স্নানৰ বিশেষ গুৰুত্ব আছে। চলিত বৰ্ষত কল্পবাস সম্পূৰ্ণ কৰা ১০ লাখৰো অধিক লোকে এই স্নানত ভাগ ল’ব। ধৰ্মীয় বিশ্বাস অনুসৰি ত্ৰিবেণী সংগমৰ পাৰত মাঘি পূর্ণিমালেকে মহাকুম্ভৰ সময়ত কল্পবাস খাতিলে হেজাৰ হেজাৰ বছৰৰ তপস্যাৰ ফল পোৱা যায়।
Assamese | February 12, 2025 4:48 PM | Akashvani News | Mahakumbh 2025 | Mahakumbh Mela 2025
মহাকুম্ভ মেলাত মাঘি পূৰ্ণিমাৰ স্নান সুকলমে অব্যাহত আছে