ভাৰত আৰু মালয়েছিয়াৰ মাজত কালি হায়দাবাদৰ গাছিবৌলি ষ্টেডিয়ামত অনুষ্ঠিত ফিফা আন্তঃৰাষ্ট্ৰীয় প্ৰীতি খেলখন ১-১ গলত ড্র’ হয়। মালয়েছিয়াৰ হৈ খেলখনৰ ১৯ সংখ্যক মিনিটত পাউলা জ’ছোৱে গল দিয়াৰ বিপৰীতে ঘৰুৱা দলৰ হৈ ৰাহুল ভেকেইয়ে ৩৯ সংখ্যক মিনিটত গলটো পৰিশোধ কৰে। খেলখনত আগবঢ়োৱা উজ্জীৱিত প্ৰদৰ্শনৰ বাবে ব্ৰেণ্ডন ফার্ণাণ্ডেজক প্লেয়াৰ অৱ দা মেচ সন্মান প্ৰদৰ্শন কৰা হয় ।
Assamese | November 19, 2024 12:38 PM | Football
ভাৰত আৰু মালয়েছিয়াৰ মাজৰ ফিফা আন্তঃৰাষ্ট্ৰীয় প্ৰীতি খেল ১-১ গলত ড্র’