June 5, 2026 1:05 PM | PM Modi

printer

বিশ্ব যোগাসন প্রতিযোগিতাত অংশগ্ৰহণকাৰী খেলুৱৈসকলক আয়ুষ মন্ত্ৰ্যালয়ৰ যোগ ৩৬৫ অভিযানৰ গোলকীয় এম্বেচাদৰ হ’বলৈ আহ্বান প্রধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ব যোগাসন প্রতিযোগিতাত অংশগ্ৰহণকাৰী খেলুৱৈসকলে স্বদেশলৈ উভতি যোৱাৰ পাছত আয়ুষ মন্ত্ৰ্যালয়ৰ যোগ ৩৬৫ অভিযানৰ গোলকীয় এম্বেচাদৰ হ’বলৈ আহ্বান জনাইছে। আহমেদাবাদত এই প্ৰতিযোগিতাৰ উদ্বোধনী কাৰ্যসূচীত ভাষণ দি শ্রী মোদীয়ে কয়, যে আয়ুষ মন্ত্ৰ্যালয়ে গোটেই বছৰজুৰি যোগ আৰু যোগৰ সৈতে জড়িত হৈ থকাৰ লগতে জনসাধাৰণৰ মাজত উন্নত স্বাস্থ্যৰ জীৱনশৈলীৰ আদৰ্শ প্ৰসাৰৰ উদ্দেশ্যে যোগাযোগ, শক্তি আৰু দেশ দুখনৰ মাজৰ জনসাধাৰণৰ সম্পৰ্ক উন্নীত কৰাকে ধৰি গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহত সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে পাৰস্পৰিক স্বার্থ জড়িত বিভিন্ন বিষয় সন্দৰ্ভত বিতংভাৱে আলোচনা কৰিব।