কয়লা মন্ত্ৰ্যালয়ে কৈছে যে বিশ্বৰ পাঁচটা সৰ্ববৃহৎ কয়লাখনিৰ ভিতৰত দুটা ভাৰতত অৱস্থিত। চত্তীছগড়স্থিত গেৱৰা আৰু কুচ্ছমুণ্ডা খনি বিশ্বৰ সৰ্ববৃহৎ কয়লাখনিৰ ভিতৰত দ্বিতীয় আৰু চতুর্থ স্থানত আছে। এই খনি দুটা ক’ল ইণ্ডিয়াৰ সহায়ক কোম্পানী ছাউথ ইষ্টার্ন ক’লফিল্ডছ লিমিটেডৰ। ৱৰ্ল্ড এটলাষ্ট ডট কমে এই তালিকা প্রকাশ কৰিছে।
Assamese | July 18, 2024 9:02 PM | coal India govt | Coal production | India
বিশ্বৰ পাঁচটা সৰ্ববৃহৎ কয়লাখনিৰ ভিতৰত দুটা ভাৰতত অৱস্থিত