বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই আজি নতুন দিল্লীস্থিত দলৰ মুখ্য কাৰ্যালয়ত সেৱা পষেকৰ অধীনত ৰক্তদান শিবিৰ মুকলি কৰে। শ্ৰীনাড্ডাই প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম দিন উপলক্ষে তেওঁৰ জীৱনৰ ওপৰত আধাৰিত এখন প্রদর্শনীও মুকলি কৰে। এই উপলক্ষে শ্ৰীনাড্ডাই কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সদায় দুখীয়া, উপান্ত শ্রেণী, দলিত, যুৱ প্ৰজন্ম আৰু খেতিয়কসকলৰ বাবে কাম কৰি আহিছে আৰু তেওঁলোকৰ জীৱনৰ উন্নয়নৰ হকে চেষ্টা চলাই আহিছে।
Assamese | September 17, 2024 8:21 PM | J P Nadda
বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই নতুন দিল্লীস্থিত দলৰ মুখ্য কাৰ্যালয়ত সেৱা পষেকৰ অধীনত ৰক্তদান শিবিৰ মুকলি