June 18, 2026 3:29 PM | Mansukh Mandaviya

printer

বিগত দশকত ভাৰতে শিক্ষা, দক্ষতা, উদ্যমিতা, ক্রীড়া, স্বাস্থ্য আৰু অসামৰিক অংশগ্ৰহণৰ ক্ষেত্ৰত যুৱক-যুৱতীৰ সুযোগ বৃদ্ধি কৰিছেঃ ক্ৰীড়ামন্ত্ৰী মনসুখ মন্দাভিয়া

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী মনসুখ মন্দাভিয়াই বিগত দশকত ভাৰতে শিক্ষা, দক্ষতা, উদ্যমিতা, ক্রীড়া, স্বাস্থ্য আৰু অসামৰিক অংশগ্ৰহণৰ ক্ষেত্ৰত যুৱক-যুৱতীসকলৰ বাবে সুযোগ বৃদ্ধি কৰিছে বুলি প্ৰকাশ কৰিছে।

 এখন ৰাষ্ট্ৰীয় দৈনিক কাকতত প্ৰকাশিত এটা লেখাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দেশৰ যুৱচামক অমৃত প্রজন্ম বুলি উল্লেখ কৰি কয়, যে এই প্ৰজন্মই বিকশিত ভাৰত ২০৪৭ৰ যাত্ৰাক নেতৃত্ব দিব। 

শ্ৰীমন্দাভিয়াই উল্লেখ কৰে যে বিকশিত ভাৰতৰ বাবে যুৱচামক চালিকা শক্তি বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্বাস কৰে।