June 18, 2026 3:29 PM

views 6

বিগত দশকত ভাৰতে শিক্ষা, দক্ষতা, উদ্যমিতা, ক্রীড়া, স্বাস্থ্য আৰু অসামৰিক অংশগ্ৰহণৰ ক্ষেত্ৰত যুৱক-যুৱতীৰ সুযোগ বৃদ্ধি কৰিছেঃ ক্ৰীড়ামন্ত্ৰী মনসুখ মন্দাভিয়া

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী মনসুখ মন্দাভিয়াই বিগত দশকত ভাৰতে শিক্ষা, দক্ষতা, উদ্যমিতা, ক্রীড়া, স্বাস্থ্য আৰু অসামৰিক অংশগ্ৰহণৰ ক্ষেত্ৰত যুৱক-যুৱতীসকলৰ বাবে সুযোগ বৃদ্ধি কৰিছে বুলি প্ৰকাশ কৰিছে।  এখন ৰাষ্ট্ৰীয় দৈনিক কাকতত প্ৰকাশিত এটা লেখাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দেশৰ যুৱচামক অমৃত প্রজন্ম বুলি উল্লেখ কৰি কয়, যে এই প্ৰজন্মই বিকশিত ভাৰত ২০৪৭ৰ যাত্ৰাক নেতৃত্ব দিব।  শ্ৰীমন্দাভিয়াই উল্লেখ কৰে যে বিকশিত ভাৰতৰ বাবে যুৱচামক চালিকা শক্তি বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্বাস...

June 7, 2026 12:27 PM

views 9

যুৱ প্ৰজন্মৰ শক্তিয়ে ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি ক্রীড়া মন্ত্রী মনসুখ মন্দাভিয়াৰ মন্তব্য

যুৱ প্ৰজন্ম দেশৰ সৰ্ববৃহৎ শক্তি আৰু এই শক্তিয়ে ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। নতুন দিল্লীত কালি বিকশিত ভাৰতৰ বাবে যুৱ প্রজন্ম মোৰ ভাৰত যুৱ সন্মিলনত ভাষণ দি কেন্দ্রীয় যুৱ পৰিক্ৰমা আৰু ক্রীড়া মন্ত্রী মনসুখ মন্দাভিয়াই এইদৰে প্ৰকাশ কৰে। শ্রীমন্দাভিয়াই কয়, যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে যুৱক-যুৱতীসকলে যাতে ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে নিজা আশা-আকাংক্ষা, ধাৰণা, উদ্ভাৱনৰ বিষয়ে নিজৰ মত প্ৰকাশ কৰিব পাৰে তাৰ বাবে মোৰ ভাৰত মঞ্চ বিকশাই তুলিছে। মন্ত্ৰীগৰাকী...

September 13, 2025 8:37 PM

views 32

নতুন দিল্লীত বিকশিত ভাৰত যুৱ নেতাসকলৰ আলোচনা ২০২৬ সম্পৰ্কীয় সংবাদমেল

যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই কৈছে যে, যুৱ নেতৃত্বাধীন গণতন্ত্রই দৃষ্টিভংগীক কণ্ঠলৈ আৰু কণ্ঠক সুদূৰ প্ৰসাৰী প্রভাবলৈ ৰূপান্তিৰত কৰাৰ প্ৰকৃত উদাহৰণ হৈছে বিকশিত ভাৰত যুৱ আলোচনাৰ নেতাসকল। নতুন দিল্লীত আজি বিকশিত ভাৰত যুৱ নেতাসকলৰ আলোচনা ২০২৬ সংক্রান্তিয় এখন সংবাদমেলত মন্ত্ৰীগৰাকীয়ে কয়, যে এইখন এনে এখন মঞ্চ য'ত ভাৰতীয় যুৱ প্ৰজন্মই কেৱল তেওঁলোকৰ ধাৰণাসমূহ আদান-প্ৰদান কৰাই নহয়, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত উপস্থাপনো কৰিব পাৰে। ড০ মন্দাভিয়াই দ্বিতীয় সংস্কৰণৰ বিকশি...