তামুলপুৰৰ প্ৰাক্তন বিধায়ক তথা বড়ো আন্দোলনৰ হোতা ডেৰহাগ্ৰা মুছাহাৰীৰ স্মৃতিত আজি কালাঝাৰাত থকা তেওঁৰ বাসগৃহত এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। সভাত বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়ো আৰু অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে গোছোখাংথি বিজাব নামৰ এখন স্মৃতি গ্ৰন্থ উন্মোচন কৰে। বিটিআৰ চৰকাৰৰ তৰফৰ পৰা পৰৱৰ্তী সময়ত বিধায়কগৰাকীৰ স্মৃতিত এটা প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হ’ব বুলি শ্ৰীবড়োৱে প্ৰকাশ কৰে।
Assamese | January 7, 2025 8:35 PM | Akashvani | Bodo
বড়ো আন্দোলনৰ হোতা ডেৰহাগ্ৰা মুছাহাৰীৰ স্মৃতিত কালাঝাৰাস্থিত বাসগৃহত স্মৃতিচাৰণ সভা অনুষ্ঠিত